বিশ্বৰ মনোৰঞ্জনৰ জগতলৈ আন এক দুঃখবৰ। মাত্ৰ ৪৭ বছৰ বয়সতে জনপ্ৰিয় কণ্ঠশিল্পী ৰহস্যজনক মৃত্যু। গ্ৰেমী বিজয়ী কণ্ঠশিল্পী মাণ্ডিছাৰ অকাল মৃত্যু। টেনেচিৰ ফ্ৰেংকলিনৰ ঘৰত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ। আমেৰিকান আইডলৰ তাৰকা তথা গ্ৰেমী বঁটা বিজয়ী গায়িকা মাণ্ডিছাৰ মৃত্যুত সংগীত জগতত ছাঁ পৰিছে। মাণ্ডিছাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এতিয়াও কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। ফ্ৰেংকলিন আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে। ২০০৬ চনত মাণ্ডিছাই আমেৰিকান আইডল লাভ কৰিছিল। তাৰ পিছৰে পৰা সংগীতজগতত সকলোৰে চিনাকি নাম হৈ পৰিছিল মাণ্ডিছা। সকলোৰে হৃদয় জয় কৰি গ্ৰেমী বঁটাও লাভ কৰে মাণ্ডিছাই। ৪৭ বছৰ বয়সত অকাল মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মাণ্ডিছাৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি তেওঁৰ ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট কৰে তেওঁ টীমে। পোষ্টটোত লিখা আছে, মাণ্ডিছাক নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।’’ অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Grammy Winning Singer Death: মাত্ৰ ৪৭ বছৰ বয়সতে সকলো শেষ! গ্ৰেমী বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পীৰ ৰহস্যজনক মৃত্যু, শোকস্তব্ধ অনুৰাগী! Grammy Winning Singer Death: মাত্ৰ ৪৭ বছৰ বয়সতে সকলো শেষ! গ্ৰেমী বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পীৰ ৰহস্যজনক মৃত্যু, শোকস্তব্ধ অনুৰাগী! বিশ্বৰ মনোৰঞ্জনৰ জগতলৈ আন এক দুঃখবৰ। মাত্ৰ ৪৭ বছৰ বয়সতে জনপ্ৰিয় কণ্ঠশিল্পী ৰহস্যজনক মৃত্যু। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 21, 2024, 6:57 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি বিশ্বৰ মনোৰঞ্জনৰ জগতলৈ আন এক দুঃখবৰ। মাত্ৰ ৪৭ বছৰ বয়সতে জনপ্ৰিয় কণ্ঠশিল্পী ৰহস্যজনক মৃত্যু। গ্ৰেমী বিজয়ী কণ্ঠশিল্পী মাণ্ডিছাৰ অকাল মৃত্যু। টেনেচিৰ ফ্ৰেংকলিনৰ ঘৰত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ। আমেৰিকান আইডলৰ তাৰকা তথা গ্ৰেমী বঁটা বিজয়ী গায়িকা মাণ্ডিছাৰ মৃত্যুত সংগীত জগতত ছাঁ পৰিছে। মাণ্ডিছাৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এতিয়াও কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। ফ্ৰেংকলিন আৰক্ষীয়ে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে। বিজ্ঞাপন ২০০৬ চনত মাণ্ডিছাই আমেৰিকান আইডল লাভ কৰিছিল। তাৰ পিছৰে পৰা সংগীতজগতত সকলোৰে চিনাকি নাম হৈ পৰিছিল মাণ্ডিছা। সকলোৰে হৃদয় জয় কৰি গ্ৰেমী বঁটাও লাভ কৰে মাণ্ডিছাই। ৪৭ বছৰ বয়সত অকাল মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মাণ্ডিছাৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি তেওঁৰ ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট কৰে তেওঁ টীমে। পোষ্টটোত লিখা আছে, মাণ্ডিছাক নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।’’ বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Entertainment News First Published : April 21, 2024, 6:57 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.