NEWS

Health Benefits: কলপাতত আহাৰ গ্ৰহণ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? কলপাতত খাদ্য খালে কি কি ভিটামিন পোৱা যায়? জানক সবিশেষ...

কলপাতত আহাৰ গ্ৰহণ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? কলপাতত আহাৰ গ্ৰহণ কৰিলে আমাৰ কি লাভ হয় বা আমাৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? এই সম্পৰ্কে কিছু তথ্য আগবঢ়াইছে আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি, কলপাতত আহাৰ গ্ৰহণ কৰাৰ লগত স্বাস্থ্য সম্পৰ্কীয় কথাৰ লগতে অন্যান্য কথাও জড়িত আছে। কলপাতত আহাৰ গ্ৰহণ কৰাটো অসমীয়া সমাজৰ সংস্কৃতি। কলপাতত আহাৰ গ্ৰহণ কৰিলে ভাল বুলি কোৱা কথাটোতে এটা মানসিক শান্তি আহে। কলপাতত আহাৰ দেখাৰ লগে লগে আমাৰ মনটো যেতিয়া ভাল লাগিব তেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পদাৰ্থ উৎপন্ন হয়। এই পদাৰ্থসমূহে বিভিন্ন খাদ্যৰ পাচন প্ৰক্ৰিয়াত সহায় কৰে। কলপাত প্ৰাকৃতিকভাৱে উপলব্ধ। কলপাতত ভাত খোৱাৰ পাছত বা আহাৰ গ্ৰহণ কৰাৰ পাছত যেতিয়া আমি কলপাতখিনি পেলাই দিওঁ তেতিয়া আকৌ প্ৰকৃতিৰ লগত মিলি যায়। অৰ্থাৎ ই কোনো প্ৰদূষণৰ সৃষ্টি নকৰে। কলপাতত পলিথেনল, ভিটামিন A আৰু ভিটামিন C থাকে। এইকেইটা উপাদানে এণ্টি-অক্সিডেণ্ট হিচাপে কাম কৰে। যেতিয়া গৰম ভাত বা গৰম খাদ্য কলপাতত দিয়া হয়, তেতিয়া কলপাতত থকা উপাদানসমূহ খাদ্যত মিহলি হয়। কলপাতত বিভিন্ন ধৰণৰ উপাদান থাকে। উপাদানসমূহে বীজাণুসমূহ নাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে কলপাতত খাদ্য থোৱাৰ লগে লগে খাদ্যৰ সোৱাদো সলনি হয়। কলপাতত আহাৰ গ্ৰহণ কৰি আমি সকলোৱে এটা সুস্থ সবল জীৱন অতিবাহিত কৰিব পাৰোঁ। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / Health Benefits: কলপাতত আহাৰ গ্ৰহণ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? কলপাতত খাদ্য খালে কি কি ভিটামিন পোৱা যায়? জানক সবিশেষ... Health Benefits: কলপাতত আহাৰ গ্ৰহণ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? কলপাতত খাদ্য খালে কি কি ভিটামিন পোৱা যায়? জানক সবিশেষ... কলপাতত আহাৰ গ্ৰহণ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? যেতিয়া গৰম ভাত বা গৰম খাদ্য কলপাতত দিয়া হয়, তেতিয়া কলপাতত থকা উপাদানসমূহ খাদ্যত মিহলি হয়। কলপাতত বিভিন্ন ধৰণৰ উপাদান থাকে। উপাদানসমূহে বীজাণুসমূহ নাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : August 26, 2024, 8:03 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি কলপাতত আহাৰ গ্ৰহণ কৰিলে আমাৰ কি লাভ হয় বা আমাৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী? এই সম্পৰ্কে কিছু তথ্য আগবঢ়াইছে আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি, কলপাতত আহাৰ গ্ৰহণ কৰাৰ লগত স্বাস্থ্য সম্পৰ্কীয় কথাৰ লগতে অন্যান্য কথাও জড়িত আছে। কলপাতত আহাৰ গ্ৰহণ কৰাটো অসমীয়া সমাজৰ সংস্কৃতি। কলপাতত আহাৰ গ্ৰহণ কৰিলে ভাল বুলি কোৱা কথাটোতে এটা মানসিক শান্তি আহে। কলপাতত আহাৰ দেখাৰ লগে লগে আমাৰ মনটো যেতিয়া ভাল লাগিব তেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ পদাৰ্থ উৎপন্ন হয়। এই পদাৰ্থসমূহে বিভিন্ন খাদ্যৰ পাচন প্ৰক্ৰিয়াত সহায় কৰে। বিজ্ঞাপন কলপাত প্ৰাকৃতিকভাৱে উপলব্ধ। কলপাতত ভাত খোৱাৰ পাছত বা আহাৰ গ্ৰহণ কৰাৰ পাছত যেতিয়া আমি কলপাতখিনি পেলাই দিওঁ তেতিয়া আকৌ প্ৰকৃতিৰ লগত মিলি যায়। অৰ্থাৎ ই কোনো প্ৰদূষণৰ সৃষ্টি নকৰে। কলপাতত পলিথেনল, ভিটামিন A আৰু ভিটামিন C থাকে। এইকেইটা উপাদানে এণ্টি-অক্সিডেণ্ট হিচাপে কাম কৰে। যেতিয়া গৰম ভাত বা গৰম খাদ্য কলপাতত দিয়া হয়, তেতিয়া কলপাতত থকা উপাদানসমূহ খাদ্যত মিহলি হয়। কলপাতত বিভিন্ন ধৰণৰ উপাদান থাকে। উপাদানসমূহে বীজাণুসমূহ নাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে কলপাতত খাদ্য থোৱাৰ লগে লগে খাদ্যৰ সোৱাদো সলনি হয়। কলপাতত আহাৰ গ্ৰহণ কৰি আমি সকলোৱে এটা সুস্থ সবল জীৱন অতিবাহিত কৰিব পাৰোঁ। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: lifestyle , local18 First Published : August 26, 2024, 8:03 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.