NEWS

এৰী পলু সংৰক্ষণৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখাইছে কাজিৰঙাৰ এগৰাকী মহিলাই

এৰীপলু পালনেৰে জীৱিকাৰ পথ উলিয়াইছে এগৰাকী মহিলাই ক্ৰমান্বয়ে বিলুপ্ত হ’বলৈ ধৰা এৰী পলু সংৰক্ষণৰ মাজেৰে জিৱিকাৰ পথ মুকলাইছে কাজিৰঙাৰ লুখুৰাখনীয়া গাঁৱৰ অঞ্জলি গগৈ নামৰ এগৰাকী মহিলাই৷ সৰুতে পিতৃ গৃহত লাভ কৰা পলু পোহাৰ অভিজ্ঞতা লাভ কৰি বিয়াৰ পাছত সেই অভিজ্ঞতাক সাৰথি হিচাপে লৈ পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলাই আহিছে অঞ্জলি গগৈয়ে৷ সূতা কাটি তাঁতশালত এৰি চাদৰ বোৱাৰ পৰা সকলো কাম নিজহাতে কৰি অহা অঞ্জলি গগৈয়ে ঘৰতে তৈয়াৰ কৰি লৈছে বজাৰ৷ তেওঁৰ ঘৰৰ পৰাই বিভিন্ন জনৰ লগতে পৰ্যটকেও ক্ৰয় কৰে এৰি চাদৰ৷ কেৱল এৰি চাদৰেই নহয়৷ মহিলা গৰাকীয়ে ঘৰতে বোৱা গামোচা মেখেলাচাদৰ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধন৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে প্ৰয়োজনীয় আহিলা সমূহ গোটাই লোৱাৰ বাবে অঞ্জলি গগৈয়ে বহু আৱেদন নিবেদন কৰিও আজি পৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সা-সুবিধা৷ অসমৰ বাতৰি / খবৰ / অসম / Kaziranga News: এৰী পলু সংৰক্ষণৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখাইছে কাজিৰঙাৰ এগৰাকী মহিলাই Kaziranga News: এৰী পলু সংৰক্ষণৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখাইছে কাজিৰঙাৰ এগৰাকী মহিলাই এৰীপলু পালনেৰে জীৱিকাৰ পথ উলিয়াইছে এগৰাকী মহিলাই সূতা কাটি তাঁতশালত এৰি চাদৰ বোৱাৰ পৰা সকলো কাম নিজহাতে কৰি অহা অঞ্জলি গগৈয়ে ঘৰতে তৈয়াৰ কৰি লৈছে বজাৰ৷ অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Assam Last Updated : April 3, 2024, 6:25 pm IST Published By : Subham Goswami Reported By : Sri Piush Das সম্পৰ্কীয় বাতৰি ক্ৰমান্বয়ে বিলুপ্ত হ’বলৈ ধৰা এৰী পলু সংৰক্ষণৰ মাজেৰে জিৱিকাৰ পথ মুকলাইছে কাজিৰঙাৰ লুখুৰাখনীয়া গাঁৱৰ অঞ্জলি গগৈ নামৰ এগৰাকী মহিলাই৷ সৰুতে পিতৃ গৃহত লাভ কৰা পলু পোহাৰ অভিজ্ঞতা লাভ কৰি বিয়াৰ পাছত সেই অভিজ্ঞতাক সাৰথি হিচাপে লৈ পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলাই আহিছে অঞ্জলি গগৈয়ে৷ সূতা কাটি তাঁতশালত এৰি চাদৰ বোৱাৰ পৰা সকলো কাম নিজহাতে কৰি অহা অঞ্জলি গগৈয়ে ঘৰতে তৈয়াৰ কৰি লৈছে বজাৰ৷ তেওঁৰ ঘৰৰ পৰাই বিভিন্ন জনৰ লগতে পৰ্যটকেও ক্ৰয় কৰে এৰি চাদৰ৷ কেৱল এৰি চাদৰেই নহয়৷ মহিলা গৰাকীয়ে ঘৰতে বোৱা গামোচা মেখেলাচাদৰ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধন৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে প্ৰয়োজনীয় আহিলা সমূহ গোটাই লোৱাৰ বাবে অঞ্জলি গগৈয়ে বহু আৱেদন নিবেদন কৰিও আজি পৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সা-সুবিধা৷ বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Kaziranga , local18 First Published : April 3, 2024, 6:25 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.