যোৱা ৫ জুনৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰলী চাপৰিৰ পৰা তিনিগৰাকীকৈ কিশোৰী একেলগে সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে গাঁৱৰে তিনিওগৰাকী কিশোৰী যোৱা ৫ জুনৰ বিয়লি ঘৰৰ পৰা ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লগতে গাঁওবাসীৰ মনত সন্দেহৰ সৃষ্টি হৈছে। ভৰলী চাপৰী গাঁৱৰ নিৱাসী ১৪ বছৰীয়া আচমা খাতুন, মাইনা খাতুন আৰু ১৫ বছৰীয়া চৰুফা খাতুনৰ নিৰুদ্দেশ সন্ধৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল বৰ্গই। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ দাবী কোনো দুষ্টচক্ৰই কিশোৰী তিনিগৰাকীক ফুচুলাই নি নাৰীদেহ চক্ৰৰ ওচৰত বিক্ৰী কৰিছে। আৰক্ষীয়ে ভালকৈ তদন্ত কৰিলে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে। যোৱা ৫ জুনৰ বিয়লি তিনিওগৰাকী কিশোৰী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত গাঁৱৰে এটা পুখুৰীৰ পাৰত এগৰাকী কিশোৰীয়ে পৰিধান কৰা পোছাক উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ বাতৰি / খবৰ / অসম / Missing Girls: আঠ দিনে সন্ধানহীন জামুগুৰিহাটৰ একে গাঁৱৰে তিনি কিশোৰী, ক'ত কেনেকৈ আছে তিনি কিশোৰী? Missing Girls: আঠ দিনে সন্ধানহীন জামুগুৰিহাটৰ একে গাঁৱৰে তিনি কিশোৰী, ক'ত কেনেকৈ আছে তিনি কিশোৰী? একে গাঁৱৰে তিনিওগৰাকী কিশোৰী যোৱা ৫ জুনৰ বিয়লি ঘৰৰ পৰা ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লগতে গাঁওবাসীৰ মনত সন্দেহৰ সৃষ্টি হৈছে। অধিক পঢ়ক … 1-MIN READ Assam Sonitpur,Assam Last Updated : June 11, 2024, 9:08 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি যোৱা ৫ জুনৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ভৰলী চাপৰিৰ পৰা তিনিগৰাকীকৈ কিশোৰী একেলগে সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে গাঁৱৰে তিনিওগৰাকী কিশোৰী যোৱা ৫ জুনৰ বিয়লি ঘৰৰ পৰা ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লগতে গাঁওবাসীৰ মনত সন্দেহৰ সৃষ্টি হৈছে। ভৰলী চাপৰী গাঁৱৰ নিৱাসী ১৪ বছৰীয়া আচমা খাতুন, মাইনা খাতুন আৰু ১৫ বছৰীয়া চৰুফা খাতুনৰ নিৰুদ্দেশ সন্ধৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়াল বৰ্গই। বিজ্ঞাপন স্থানীয় ৰাইজ আৰু পৰিয়ালৰ দাবী কোনো দুষ্টচক্ৰই কিশোৰী তিনিগৰাকীক ফুচুলাই নি নাৰীদেহ চক্ৰৰ ওচৰত বিক্ৰী কৰিছে। আৰক্ষীয়ে ভালকৈ তদন্ত কৰিলে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে। যোৱা ৫ জুনৰ বিয়লি তিনিওগৰাকী কিশোৰী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত গাঁৱৰে এটা পুখুৰীৰ পাৰত এগৰাকী কিশোৰীয়ে পৰিধান কৰা পোছাক উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Jamugurihat , Missing First Published : June 11, 2024, 9:08 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.