NEWS

NorthEast United FC: ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ, প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC

ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ। প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। শ্বিলং লাজং এফ চিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। ছেমি ফাইনেল মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত শ্বিলং লাজং এফ চি। HISTORY MAKERS! 💥💥💥 We reach our first major final! 😍😍 #StrongerAsOne #8States1United #IndianOilDurandCup pic.twitter.com/agRewodD3O নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩ মিনিটত থয় সিঙে প্ৰথমটো গল কৰে। ৩৩ মিনিটত Alaaeddine Ajaraieএ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ দ্বিতীয়টো গল কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ তৃতীয়টো গল কৰে অসম সন্তান পাৰ্থিৱ গগৈয়ে। শ্বিলঙৰ জৱহাৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল হাইভল্টেজ ছেমি ফাইনেল মেচ। FULL TIME! NEUFC 3-0 SLFC! WE'RE INTO THE FINAL OF THE IndianOil DURAND CUP! 😍🔥🔥😍 #StrongerAsOne #8States1United #IndianOilDurandCup pic.twitter.com/6rk5e6NIqX ২৭ আগষ্টত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ। বেংগালুৰু এফ চি আৰু মোহন বাগানৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল মেচ। ৩১ আগষ্টত কলকাতাত অনুষ্ঠিত হ’ব ১৩৩ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেল মেচ। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / NorthEast United FC: ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ, প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC NorthEast United FC: ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ, প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত NEUFC প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। শ্বিলং লাজং এফ চিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : August 26, 2024, 8:42 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি ইতিহাস ৰচনা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ। প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। শ্বিলং লাজং এফ চিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে। ছেমি ফাইনেল মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত শ্বিলং লাজং এফ চি। HISTORY MAKERS! 💥💥💥 We reach our first major final! 😍😍 #StrongerAsOne #8States1United #IndianOilDurandCup pic.twitter.com/agRewodD3O — NorthEast United FC (@NEUtdFC) August 26, 2024 বিজ্ঞাপন নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ১৩ মিনিটত থয় সিঙে প্ৰথমটো গল কৰে। ৩৩ মিনিটত Alaaeddine Ajaraieএ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ দ্বিতীয়টো গল কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ তৃতীয়টো গল কৰে অসম সন্তান পাৰ্থিৱ গগৈয়ে। শ্বিলঙৰ জৱহাৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল হাইভল্টেজ ছেমি ফাইনেল মেচ। বিজ্ঞাপন FULL TIME! NEUFC 3-0 SLFC! WE'RE INTO THE FINAL OF THE IndianOil DURAND CUP! 😍🔥🔥😍 #StrongerAsOne #8States1United #IndianOilDurandCup pic.twitter.com/6rk5e6NIqX — NorthEast United FC (@NEUtdFC) August 26, 2024 বিজ্ঞাপন ২৭ আগষ্টত অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ। বেংগালুৰু এফ চি আৰু মোহন বাগানৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল মেচ। ৩১ আগষ্টত কলকাতাত অনুষ্ঠিত হ’ব ১৩৩ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেল মেচ। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: North east united FC , Sports News First Published : August 26, 2024, 8:42 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.