মহানগৰীৰ গাৰ্লছ হোষ্টেলত পুনৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ পানীখাইতিত এগৰাকীয়ে ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকীৰ ছাত্ৰীয়ে। জানিব পৰা ম’তে ছাত্ৰীগৰাকী পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটৰ GNMৰ দ্বিতীয় বর্ষত অধ্যায়ন কৰি আছিল। কিন্তু কিয় মেধাৱী ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে চুবুৰী মিজোৰামত ঘৰ আছিল ছাত্ৰীগৰাকীৰ। আৰু পঢ়ক: এই ৰাশিৰ চাকৰি প্ৰত্যাশীয়ে লাভ কৰিব সুখবৰ! এই ৰাশিৰ লোকক শত্ৰুয়ে ল’ব পাৰে সুবিধা! সম্পত্তি ক্ৰয়ৰ পূৰ্বে চিন্তা কৰক এই ৰাশিৰ লোকে! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২২ জুলাইৰ ৰাশিফল দেওবাৰে নিশা হোষ্টেলৰ বাথৰুমত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ কাৰণ। অসমৰ বাতৰি / খবৰ / অসম / গুৱাহাটীৰ Girl Hostelত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু! কিয় চৰম সিদ্ধান্ত ল’লে GNM পঢ়ি থকা মেধাৱী ছাত্ৰীয়ে? গুৱাহাটীৰ Girl Hostelত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু! কিয় চৰম সিদ্ধান্ত ল’লে GNM পঢ়ি থকা মেধাৱী ছাত্ৰীয়ে? মহানগৰীৰ গাৰ্লছ হোষ্টেলত পুনৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ পানীখাইতিত এগৰাকীয়ে ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকীৰ ছাত্ৰীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : July 22, 2024, 9:16 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ajoy Barman সম্পৰ্কীয় বাতৰি মহানগৰীৰ গাৰ্লছ হোষ্টেলত পুনৰ ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ পানীখাইতিত এগৰাকীয়ে ছাত্ৰীয়ে গ্ৰহণ কৰিলে চৰম সিদ্ধান্ত। পানীখাইতিৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকীৰ ছাত্ৰীয়ে। জানিব পৰা ম’তে ছাত্ৰীগৰাকী পানীখাইতিস্থিত প্ৰতীক্ষা নাৰ্ছিং ইনষ্টিটিউটৰ GNMৰ দ্বিতীয় বর্ষত অধ্যায়ন কৰি আছিল। কিন্তু কিয় মেধাৱী ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে চুবুৰী মিজোৰামত ঘৰ আছিল ছাত্ৰীগৰাকীৰ। বিজ্ঞাপন আৰু পঢ়ক: এই ৰাশিৰ চাকৰি প্ৰত্যাশীয়ে লাভ কৰিব সুখবৰ! এই ৰাশিৰ লোকক শত্ৰুয়ে ল’ব পাৰে সুবিধা! সম্পত্তি ক্ৰয়ৰ পূৰ্বে চিন্তা কৰক এই ৰাশিৰ লোকে! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২২ জুলাইৰ ৰাশিফল দেওবাৰে নিশা হোষ্টেলৰ বাথৰুমত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ছাত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ কাৰণ। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Guwahati , Crime News First Published : July 22, 2024, 9:16 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.