IPLৰ মাজতে দেশবাসীৰ এতিয়া দৃষ্টি নিবদ্ধ হৈছে T-20 বিশ্বকাপক লৈ। IPLৰ সমান্তৰালকৈ চৰ্চা চলিছে কেতিয়া ঘোষণা হ’ব ভাৰতীয় টি-২০ বিশ্বকাপৰ দলটো? কোনে-কোনে স্থান পাব এইবাৰৰ বিশ্বকাপৰ বাবে ভাৰতীয় দলত? সকলোৰে মাজত চলিছে জল্পনা-কল্পনা। খবৰ অনুসৰি ২৭ আৰু ২৮ এপ্ৰিলত দিল্লীত BCCIৰ নিৰ্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। মুম্বাই ইণ্ডিয়ানছৰ খেলৰ মাজতে বৈঠকত অংশ ল’ব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই। টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণা বাবে ১ মে’লৈ সময়সীমা আছে। আৰু পঢ়ক: অ’পেনাৰ নিশ্চিত; টি-২০ দলৰ পৰা বাদ পৰিব IPLৰ ৪ মেগাষ্টাৰ, ভাৰতৰ টি-২০ বিশ্বকাপ দলক লৈ ডাঙৰ আপডেট PTIৰ এক খবৰ অনুসৰি ভাৰতীয় দলত ১০গৰাকী খেলুৱৈৰ স্থান নিশ্চিত বুলি প্ৰকাশ পাইছে। অধিনায়ক ৰোহিত শৰ্মাৰ উপৰিও বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা, ঋষভ পন্ত, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ আৰু কুলদীপ যাদৱৰ দৰে খেলুৱৈ নিশ্চিত কৰা হৈছে বুলি প্ৰকাশ পাইছে। ইয়াৰ মাজতে শুভমন গিল, কে এল ৰাহুল, ঈশান কিশান, য়শস্বী জয়ছোৱালৰ স্থানক লৈ আহি পৰিছে প্ৰশ্নবোধক। IPLত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা ৰিয়ান পৰাগ, অভিষেক শৰ্মা, দীনেশ কাৰ্তিক, শিৱম ডুবেৰ নামো বিশ্বকাপৰ দলত স্থান লাভ কৰিব বুলি চৰ্চা লাভ কৰিছে। অৱশ্যে হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ ছিৰাজৰৰ শেহতীয়া ফৰ্মক লৈও চিন্তিত হৈ পৰিছে একাংশ। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / T20 World Cup Squad Updates: টি-২০ বিশ্বকাপৰ বাবে কেতিয়া ঘোষণা হ’ব ভাৰতীয় দল? আহি গ’ল ডাঙৰ আপডেট T20 World Cup Squad Updates: টি-২০ বিশ্বকাপৰ বাবে কেতিয়া ঘোষণা হ’ব ভাৰতীয় দল? আহি গ’ল ডাঙৰ আপডেট IPLৰ সমান্তৰালকৈ চৰ্চা চলিছে কেতিয়া ঘোষণা হ’ব ভাৰতীয় টি-২০ বিশ্বকাপৰ দলটো? অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 21, 2024, 4:46 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি IPLৰ মাজতে দেশবাসীৰ এতিয়া দৃষ্টি নিবদ্ধ হৈছে T-20 বিশ্বকাপক লৈ। IPLৰ সমান্তৰালকৈ চৰ্চা চলিছে কেতিয়া ঘোষণা হ’ব ভাৰতীয় টি-২০ বিশ্বকাপৰ দলটো? কোনে-কোনে স্থান পাব এইবাৰৰ বিশ্বকাপৰ বাবে ভাৰতীয় দলত? সকলোৰে মাজত চলিছে জল্পনা-কল্পনা। খবৰ অনুসৰি ২৭ আৰু ২৮ এপ্ৰিলত দিল্লীত BCCIৰ নিৰ্বাচন কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। মুম্বাই ইণ্ডিয়ানছৰ খেলৰ মাজতে বৈঠকত অংশ ল’ব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই। টি-২০ বিশ্বকাপৰ বাবে দল ঘোষণা বাবে ১ মে’লৈ সময়সীমা আছে। বিজ্ঞাপন আৰু পঢ়ক: অ’পেনাৰ নিশ্চিত; টি-২০ দলৰ পৰা বাদ পৰিব IPLৰ ৪ মেগাষ্টাৰ, ভাৰতৰ টি-২০ বিশ্বকাপ দলক লৈ ডাঙৰ আপডেট PTIৰ এক খবৰ অনুসৰি ভাৰতীয় দলত ১০গৰাকী খেলুৱৈৰ স্থান নিশ্চিত বুলি প্ৰকাশ পাইছে। অধিনায়ক ৰোহিত শৰ্মাৰ উপৰিও বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা, ঋষভ পন্ত, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ আৰু কুলদীপ যাদৱৰ দৰে খেলুৱৈ নিশ্চিত কৰা হৈছে বুলি প্ৰকাশ পাইছে। ইয়াৰ মাজতে শুভমন গিল, কে এল ৰাহুল, ঈশান কিশান, য়শস্বী জয়ছোৱালৰ স্থানক লৈ আহি পৰিছে প্ৰশ্নবোধক। বিজ্ঞাপন IPLত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা ৰিয়ান পৰাগ, অভিষেক শৰ্মা, দীনেশ কাৰ্তিক, শিৱম ডুবেৰ নামো বিশ্বকাপৰ দলত স্থান লাভ কৰিব বুলি চৰ্চা লাভ কৰিছে। অৱশ্যে হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ ছিৰাজৰৰ শেহতীয়া ফৰ্মক লৈও চিন্তিত হৈ পৰিছে একাংশ। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: BCCI , Icc T20 World Cup , IPL 2024 First Published : April 21, 2024, 4:42 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.