ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ বাবে আন এক পদক্ষেপ ৰাজ্যৰ শিক্ষা বিভাগৰ। ৰাজ্যৰ শিক্ষাৰ্থীৰ গুণগত মান নিৰূপণৰ লক্ষ্যৰে শিক্ষা বিভাগৰ PEN চমুকৈ Permanent Education Number সংযোজন ৷ ৰাজ্যৰ শিক্ষা বিভাগে অচিৰেই প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব এই PEN একাউণ্ট নম্বৰ ৷ বিদ্যালয়ত নামভৰ্তিৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক দিয়া হ’ব একো একোটা পাৰমানেণ্ট এডুকেশ্বন নাম্বাৰ ৷ যিটো নম্বৰত সকলো তথ্য, সকলো সুবিধা আৰু সকলো প্ৰমাণ সন্নিবিষ্ট থাকিব। য’ত ইয়াৰ পূৰ্বে উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগে প্ৰদান কৰিছিল বিশেষ একাউণ্ট নম্বৰ। কিন্তু এইবাৰ ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীৰ হ’ব PEN। ৰাজ্যৰ আধুনিক শিক্ষা ব্যৱস্থা ক্ষেত্ৰত এয়া এক নতুন মান হ’ব বুলি দাবী ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ ইপিনে ৰাজ্যৰ শিক্ষা খণ্ডত ব্যৱহাৰ কৰা শিক্ষা সেঁতু এপচক লৈ সময়ে সময়ে বিভিন্ন জনৰ অভিযোগ ৷ এনে অভিযোগ নিস্পত্তিৰ বাবে ৰাজ্যৰ শিক্ষাৰ বিভাগৰ গঠন এখন অভিযোগ দাখিলকাৰী সমিতি ৷ যি সমিতিখনত এতিয়াৰ পৰা শিক্ষক, অভিভাৱক অথবা যিকোনো ক্ষেত্ৰৰ লোকে দাখিল কৰিব পাৰিব অভিযোগ ৷ আজিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি দাবী শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ দীৰ্ঘদিনে শিক্ষা সেঁতু এপৰ বিৰুদ্ধে অহা অভিযোগ সন্দৰ্ভত এতিয়া কিধৰণে অভিযোগ দাখিল হয় সেয়া হ’ব লক্ষণীয়। অসমৰ বাতৰি / খবৰ / অসম / Permanent Education Number: ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ব PEN! কিন্তু কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ বাধ্যতামূলক হ'ব এই PEN? Permanent Education Number: ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ব PEN! কিন্তু কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ বাধ্যতামূলক হ'ব এই PEN? এইবাৰ ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীৰ হ’ব PEN। ৰাজ্যৰ আধুনিক শিক্ষা ব্যৱস্থা ক্ষেত্ৰত এয়া এক নতুন মান হ’ব বুলি দাবী ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : July 22, 2024, 3:27 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : BALEN BHATTACHARYYA সম্পৰ্কীয় বাতৰি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ বাবে আন এক পদক্ষেপ ৰাজ্যৰ শিক্ষা বিভাগৰ। ৰাজ্যৰ শিক্ষাৰ্থীৰ গুণগত মান নিৰূপণৰ লক্ষ্যৰে শিক্ষা বিভাগৰ PEN চমুকৈ Permanent Education Number সংযোজন ৷ ৰাজ্যৰ শিক্ষা বিভাগে অচিৰেই প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব এই PEN একাউণ্ট নম্বৰ ৷ বিদ্যালয়ত নামভৰ্তিৰ লগে লগে প্ৰতিগৰাকী শিক্ষাৰ্থীক দিয়া হ’ব একো একোটা পাৰমানেণ্ট এডুকেশ্বন নাম্বাৰ ৷ যিটো নম্বৰত সকলো তথ্য, সকলো সুবিধা আৰু সকলো প্ৰমাণ সন্নিবিষ্ট থাকিব। য’ত ইয়াৰ পূৰ্বে উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষা বিভাগে প্ৰদান কৰিছিল বিশেষ একাউণ্ট নম্বৰ। বিজ্ঞাপন কিন্তু এইবাৰ ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীৰ হ’ব PEN। ৰাজ্যৰ আধুনিক শিক্ষা ব্যৱস্থা ক্ষেত্ৰত এয়া এক নতুন মান হ’ব বুলি দাবী ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ ইপিনে ৰাজ্যৰ শিক্ষা খণ্ডত ব্যৱহাৰ কৰা শিক্ষা সেঁতু এপচক লৈ সময়ে সময়ে বিভিন্ন জনৰ অভিযোগ ৷ এনে অভিযোগ নিস্পত্তিৰ বাবে ৰাজ্যৰ শিক্ষাৰ বিভাগৰ গঠন এখন অভিযোগ দাখিলকাৰী সমিতি ৷ যি সমিতিখনত এতিয়াৰ পৰা শিক্ষক, অভিভাৱক অথবা যিকোনো ক্ষেত্ৰৰ লোকে দাখিল কৰিব পাৰিব অভিযোগ ৷ আজিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি দাবী শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ দীৰ্ঘদিনে শিক্ষা সেঁতু এপৰ বিৰুদ্ধে অহা অভিযোগ সন্দৰ্ভত এতিয়া কিধৰণে অভিযোগ দাখিল হয় সেয়া হ’ব লক্ষণীয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Education Department , Ranoj Pegu First Published : July 22, 2024, 3:27 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.