NEWS

হঠাৎ কি হ’ল WhatsAppৰ?

এইবাৰ হঠাৎ কাম নকৰা হৈ পৰিল WhatsAppএ। নিশা প্ৰায় ১১ বাজি ৪০ মিনিটৰ পিছৰ পৰাই হঠাৎ কাম কৰা নাই WhatsAppএ। WhatsAppএ চাৰ্ভাৰ ডাউন হৈ পৰা বিপদত পৰিছে কোটি-কোটি উপভোক্তাই। উল্লেখ্য যে কিছু দিন পূৰ্বে প্ৰায় দুঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিছিল ফেচবুক আৰু Instagram। অৱশ্যে কিছুসময়ৰ পিছতে পুনৰ সংক্ৰিয় হৈ উঠে WhatsApp। অসমৰ বাতৰি / খবৰ / প্ৰযুক্তি / এইবাৰ হঠাৎ কাম নকৰা হৈ পৰিল WhatsAppএ, কি হ’ল WhatsAppৰ? এইবাৰ হঠাৎ কাম নকৰা হৈ পৰিল WhatsAppএ, কি হ’ল WhatsAppৰ? উল্লেখ্য যে কিছু দিন পূৰ্বে প্ৰায় দুঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিছিল ফেচবুক আৰু Instagram। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 4, 2024, 0:10 am IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি এইবাৰ হঠাৎ কাম নকৰা হৈ পৰিল WhatsAppএ। নিশা প্ৰায় ১১ বাজি ৪০ মিনিটৰ পিছৰ পৰাই হঠাৎ কাম কৰা নাই WhatsAppএ। WhatsAppএ চাৰ্ভাৰ ডাউন হৈ পৰা বিপদত পৰিছে কোটি-কোটি উপভোক্তাই। উল্লেখ্য যে কিছু দিন পূৰ্বে প্ৰায় দুঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিছিল ফেচবুক আৰু Instagram। অৱশ্যে কিছুসময়ৰ পিছতে পুনৰ সংক্ৰিয় হৈ উঠে WhatsApp। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: whatsapp First Published : April 4, 2024, 0:06 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.