নলবাৰী জিলা আয়ুক্তৰে কাজিয়াৰ পৰিণতি। চাকৰিৰ টনাটনি চক্ৰ বিষয়াৰ অৰ্পণা শৰ্মাৰ। যোৱা ৭ মে’ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ নিশা নিৰ্বাচনী কামত ব্যস্ত হৈ থাকোতে নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাৰ সৈতে কাজিয়া লাগিছিল পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ। আয়ুক্তই অভব্য আচৰণ কৰাৰ অভিযোগ তুলি সেই নিশাই নলবাৰী সদৰ থানাত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অৰ্পণা শৰ্মাই। জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী অধীক্ষকৰ অনুমতিও বিচাৰিছিল নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। এই ঘটনাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা। নলবাৰী জিলা আয়ুক্তৰ অতীত খুচৰি একাংশই উদ্ধাৰ কৰিলে আন এক চাঞ্চল্যকৰ তথ্য।২০২৩ চনৰ জানুৱাৰী মাহতো কোকৰাঝাৰ থানাত বৰ্ণালী ডেকাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছিল উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ কন্যাই। কোৱাৰ্টাৰৰ পৰা টিফিন নিওতে সামান্য খেলিমেলি হোৱা বাবেই দেউতাকক বৰ্ণালী ডেকাই কাণতলীয়া চৰ শোধোৱাৰ অভিযোগ আনিছিল গুচৰীয়াই। কোকৰাঝাৰৰ জিলা আয়ুক্ত হৈ থাকোতে সেইবাৰ ক্ষমা খুজি বৰ্ণালী ডেকাই সাৰি যোৱা বুলিও চৰ্চা চলিছে চছিয়েল মিডিয়াত। বিপৰীতে এইবাৰ বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি নিলম্বিত হ’ব লগা হ’ল পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মা। সম্প্ৰতি নলবাৰী জিলাৰ চুকে কোণে চৰ্চিত হৈছে এই ঘটনা। অসমৰ বাতৰি / খবৰ / অসম / Nalbari News: নলবাৰী জিলা আয়ুক্তৰে কাজিয়াৰ পৰিণতিত চাকৰিৰ বাবে টনাটনি পশ্চিম নলবাৰীৰ চক্ৰ বিষয়াৰ Nalbari News: নলবাৰী জিলা আয়ুক্তৰে কাজিয়াৰ পৰিণতিত চাকৰিৰ বাবে টনাটনি পশ্চিম নলবাৰীৰ চক্ৰ বিষয়াৰ এই ঘটনাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা। নলবাৰী জিলা আয়ুক্তৰ অতীত খুচৰি একাংশই উদ্ধাৰ কৰিলে আন এক চাঞ্চল্যকৰ তথ্য। অধিক পঢ়ক … 1-MIN READ Assam Nalbari,Assam Last Updated : May 17, 2024, 11:22 pm IST Published By : Subham Goswami Reported By : Kailash Deka Written By : Moni Bhattacharjee সম্পৰ্কীয় বাতৰি নলবাৰী জিলা আয়ুক্তৰে কাজিয়াৰ পৰিণতি। চাকৰিৰ টনাটনি চক্ৰ বিষয়াৰ অৰ্পণা শৰ্মাৰ। যোৱা ৭ মে’ৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ নিশা নিৰ্বাচনী কামত ব্যস্ত হৈ থাকোতে নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাৰ সৈতে কাজিয়া লাগিছিল পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাৰ। আয়ুক্তই অভব্য আচৰণ কৰাৰ অভিযোগ তুলি সেই নিশাই নলবাৰী সদৰ থানাত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অৰ্পণা শৰ্মাই। জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী অধীক্ষকৰ অনুমতিও বিচাৰিছিল নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। এই ঘটনাৰ পাছতে পুনৰ চৰ্চালৈ আহিছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা। বিজ্ঞাপন নলবাৰী জিলা আয়ুক্তৰ অতীত খুচৰি একাংশই উদ্ধাৰ কৰিলে আন এক চাঞ্চল্যকৰ তথ্য।২০২৩ চনৰ জানুৱাৰী মাহতো কোকৰাঝাৰ থানাত বৰ্ণালী ডেকাৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰিছিল উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসৰ কন্যাই। কোৱাৰ্টাৰৰ পৰা টিফিন নিওতে সামান্য খেলিমেলি হোৱা বাবেই দেউতাকক বৰ্ণালী ডেকাই কাণতলীয়া চৰ শোধোৱাৰ অভিযোগ আনিছিল গুচৰীয়াই। কোকৰাঝাৰৰ জিলা আয়ুক্ত হৈ থাকোতে সেইবাৰ ক্ষমা খুজি বৰ্ণালী ডেকাই সাৰি যোৱা বুলিও চৰ্চা চলিছে চছিয়েল মিডিয়াত। বিপৰীতে এইবাৰ বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি নিলম্বিত হ’ব লগা হ’ল পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মা। সম্প্ৰতি নলবাৰী জিলাৰ চুকে কোণে চৰ্চিত হৈছে এই ঘটনা। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Nalbari , Nalbari Dist First Published : May 17, 2024, 11:22 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.