NEWS

শোৱাপাটীতে কৰুণ মৃত্যুক আঁকোৱালি ল’লে একেটা পৰিয়ালৰ ৫গৰাকীকৈ লোকে

কৰিমগঞ্জত শোকাৱহ ঘটনা। কৰিমগঞ্জত ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ বদৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰণ মৃত্যু ঘটে। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংগঠিত হয় এই ভয়ংকৰ অঘটনটো। ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। আৰু পঢ়ক: আপোনালোক আঁতৰি যাওক, মোক এওঁৰ সৈতে অলপ সময় অকলে থাকিব দিয়ক…! তাৰ পিছতে আহিল এটা বিকট শব্দ আৰু নিজকে শেষ কৰি দিলে IPS শিলাদিত্য চেতিয়াই? পত্নীৰ মৃত্যুৰ ২০ মিনিটত পিছত চৰম পথ ল’লে চেতিয়াই! ICUৰ কাষৰ কেবিনত কি হৈছিল সেই ২০ মিনিটত? ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হ’ল আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা(৫৫), কন্যা সাহেদা খানম(১৮), জাহেদা খানম(১৬) হামিদা খানম (১১) আৰু নাতি মেহেদি হাছান(৩)। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRFএ উদ্ধাৰ কাৰ্য চলায় আছে। নিশা প্ৰায় ১২ বজাত সংঘটিত হয়। আৰু পঢ়ক: নিসংগতাই কাঢ়ি নিলে নেকি IPS শিলাদিত্য চেতিয়াক? পত্নীৰ মৃত্যুৰ মাত্ৰ ২০ মিনিট পাছতে মৃতদেহ ৰখা বিছনাতে মূৰত গুলীয়াই চৰম পথ বাচি ল’লে IPS শিলাদিত্য চেতিয়াই! শিলাদিত্য চেতিয়াৰ জীৱনত আছিল এটাৰ পিছত আন এটা দুখৰ কাহিনী! উল্লেখ্যে কৰিমগঞ্জত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। মঙলবাৰ আৰু বুধবাৰে কৰিমগঞ্জ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। তাৰ মাজতে আজি সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাই সকলো শোকাস্তব্ধ কৰিছে। অসমৰ বাতৰি / খবৰ / অসম / Karimganj Landslide: ভয়ংকৰ ভূমিস্খলন! শোৱাপাটীতে কৰুণ মৃত্যুক আঁকোৱালি ল’লে একেটা পৰিয়ালৰ ৫গৰাকীকৈ লোকে Karimganj Landslide: ভয়ংকৰ ভূমিস্খলন! শোৱাপাটীতে কৰুণ মৃত্যুক আঁকোৱালি ল’লে একেটা পৰিয়ালৰ ৫গৰাকীকৈ লোকে ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ বদৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰণ মৃত্যু ঘটে। অধিক পঢ়ক … 1-MIN READ Assam Karimganj,Karimganj,Assam Last Updated : June 19, 2024, 8:28 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : GOURISH NANDY সম্পৰ্কীয় বাতৰি কৰিমগঞ্জত শোকাৱহ ঘটনা। কৰিমগঞ্জত ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত ভয়ংকৰ ভূমিস্খলন। ভয়ংকৰ ভূমিস্খলনৰ ফলত কৰিমগঞ্জ বদৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ কৰণ মৃত্যু ঘটে। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংগঠিত হয় এই ভয়ংকৰ অঘটনটো। ভূমিস্খলনৰ ফলত আব্দুল কৰিমৰ পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হয়। আৰু পঢ়ক: আপোনালোক আঁতৰি যাওক, মোক এওঁৰ সৈতে অলপ সময় অকলে থাকিব দিয়ক…! তাৰ পিছতে আহিল এটা বিকট শব্দ আৰু নিজকে শেষ কৰি দিলে IPS শিলাদিত্য চেতিয়াই? পত্নীৰ মৃত্যুৰ ২০ মিনিটত পিছত চৰম পথ ল’লে চেতিয়াই! ICUৰ কাষৰ কেবিনত কি হৈছিল সেই ২০ মিনিটত? বিজ্ঞাপন ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোক কেইগৰাকী হ’ল আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা(৫৫), কন্যা সাহেদা খানম(১৮), জাহেদা খানম(১৬) হামিদা খানম (১১) আৰু নাতি মেহেদি হাছান(৩)। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ বদৰপুৰ আৰক্ষী আৰু SDRFএ উদ্ধাৰ কাৰ্য চলায় আছে। নিশা প্ৰায় ১২ বজাত সংঘটিত হয়। আৰু পঢ়ক: নিসংগতাই কাঢ়ি নিলে নেকি IPS শিলাদিত্য চেতিয়াক? পত্নীৰ মৃত্যুৰ মাত্ৰ ২০ মিনিট পাছতে মৃতদেহ ৰখা বিছনাতে মূৰত গুলীয়াই চৰম পথ বাচি ল’লে IPS শিলাদিত্য চেতিয়াই! শিলাদিত্য চেতিয়াৰ জীৱনত আছিল এটাৰ পিছত আন এটা দুখৰ কাহিনী! বিজ্ঞাপন উল্লেখ্যে কৰিমগঞ্জত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। মঙলবাৰ আৰু বুধবাৰে কৰিমগঞ্জ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। তাৰ মাজতে আজি সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাই সকলো শোকাস্তব্ধ কৰিছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Karimganj , Landslide First Published : June 19, 2024, 8:21 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.