NEWS

Healthy Vegetables : বহু ৰোগৰ বাবে মহৌষধ এইবিধ পাচলি! ডায়েবেটিছকে ধৰি বহু ৰোগৰ কৰে উপশম!

নাম শুনিলেই সৰু ল’ৰা ছোৱালীয়ে মুখ বিকতাই দিয়া এবিধ পাচলি হ’ল তিতা কেৰেলা। সাধাৰণতে বহু কম মানুহে তিতা কেৰেলা খাই ভাল পায়। পিছে তিতা কেৰেলা তিতা হ’লেও ইয়াৰ গুণ কিন্তু মিঠা। তিতা কেৰেলা অতিমাত্ৰা তিতা হ’লেও ইয়াৰ গুণাগুণ জানিলে হয়টো আপোনালোকে এই পাচলি বিধ আৰু অধিক আগ্ৰহেৰে গ্ৰহণ কৰিব। Dietician পৌলমী বেনাৰ্জী মতে এই তিতা কেৰেলা বহু বেছি পুষ্টিকৰ আৰু সকলোৱে ইয়াক নিয়মিত খাব লাগে। যিসকল লোকৰ বদহজমৰ সমস্যা আছে তেওঁলোকৰ বাবে তিতা কেৰেলায়ে মহৌষধৰ কাম কৰে। অসমত মেলেৰীয়া সমস্যা আমি যথেষ্ঠ পৰিমাণে দেখিবলৈ পোৱা যায়। নিয়মিত তিতা কেৰেলা খালে কোনো লোকে সহজে মেলেৰীয়াত আক্ৰান্ত নহয়। তিতা কেৰেলাত যথেষ্ঠ পৰিমাণে পটেছিয়াম, আইৰণ, কেলচিয়াম অথবা ভিটামিন থাকে যাৰ ফলত ই পুষ্টিহিনতা হোৱাৰ পৰা ৰক্ষা কৰে। তিতা কেৰেলাত বহুপৰিমাণে Anti Viral প্ৰটিন থাকে। বহুত বেছিকৈ বমি হ’লেও সামান্য জালুকৰ গুৰিৰ সৈতে তিতা কেৰেলা খালে এই সমস্যা দূৰ হয়। মধুমেহ ৰোগীৰ বাবেও ই মহৌষধ কাম কৰে। নিয়মিত খালে শৰীৰৰ ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰিত কৰি ৰখাত তিতা কেৰেলাই যথেষ্ঠ পৰিমাণে সহায় কৰে। তাৰ উপৰিও শৰীৰত খজুৱতি হ’লে তিতা কেৰেলা সিজাই স্নান কৰিলে অথবা খালে বহু পৰিমাণে সকাহ পোৱা যায়।এনে বহু গুণৰ বাবে তিতা কেৰেলা এবিধ মহৌষধি পাচলি। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / Healthy Vegetables : বহু ৰোগৰ বাবে মহৌষধ এইবিধ পাচলি! ডায়েবেটিছকে ধৰি বহু ৰোগৰ কৰে উপশম! Healthy Vegetables : বহু ৰোগৰ বাবে মহৌষধ এইবিধ পাচলি! ডায়েবেটিছকে ধৰি বহু ৰোগৰ কৰে উপশম! নাম শুনিলেই সৰু ল’ৰা ছোৱালীয়ে মুখ বিকতাই দিয়া এবিধ পাচলি হ’ল তিতা কেৰেলা। সাধাৰণতে বহু কম মানুহে তিতা কেৰেলা খাই ভাল পায়। অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : August 11, 2024, 7:31 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Gautom Jyoti Sarmah সম্পৰ্কীয় বাতৰি নাম শুনিলেই সৰু ল’ৰা ছোৱালীয়ে মুখ বিকতাই দিয়া এবিধ পাচলি হ’ল তিতা কেৰেলা। সাধাৰণতে বহু কম মানুহে তিতা কেৰেলা খাই ভাল পায়। পিছে তিতা কেৰেলা তিতা হ’লেও ইয়াৰ গুণ কিন্তু মিঠা। তিতা কেৰেলা অতিমাত্ৰা তিতা হ’লেও ইয়াৰ গুণাগুণ জানিলে হয়টো আপোনালোকে এই পাচলি বিধ আৰু অধিক আগ্ৰহেৰে গ্ৰহণ কৰিব। Dietician পৌলমী বেনাৰ্জী মতে এই তিতা কেৰেলা বহু বেছি পুষ্টিকৰ আৰু সকলোৱে ইয়াক নিয়মিত খাব লাগে। যিসকল লোকৰ বদহজমৰ সমস্যা আছে তেওঁলোকৰ বাবে তিতা কেৰেলায়ে মহৌষধৰ কাম কৰে। অসমত মেলেৰীয়া সমস্যা আমি যথেষ্ঠ পৰিমাণে দেখিবলৈ পোৱা যায়। নিয়মিত তিতা কেৰেলা খালে কোনো লোকে সহজে মেলেৰীয়াত আক্ৰান্ত নহয়। তিতা কেৰেলাত যথেষ্ঠ পৰিমাণে পটেছিয়াম, আইৰণ, কেলচিয়াম অথবা ভিটামিন থাকে যাৰ ফলত ই পুষ্টিহিনতা হোৱাৰ পৰা ৰক্ষা কৰে। বিজ্ঞাপন তিতা কেৰেলাত বহুপৰিমাণে Anti Viral প্ৰটিন থাকে। বহুত বেছিকৈ বমি হ’লেও সামান্য জালুকৰ গুৰিৰ সৈতে তিতা কেৰেলা খালে এই সমস্যা দূৰ হয়। মধুমেহ ৰোগীৰ বাবেও ই মহৌষধ কাম কৰে। নিয়মিত খালে শৰীৰৰ ৰক্ত শৰ্কৰাক নিয়ন্ত্ৰিত কৰি ৰখাত তিতা কেৰেলাই যথেষ্ঠ পৰিমাণে সহায় কৰে। তাৰ উপৰিও শৰীৰত খজুৱতি হ’লে তিতা কেৰেলা সিজাই স্নান কৰিলে অথবা খালে বহু পৰিমাণে সকাহ পোৱা যায়।এনে বহু গুণৰ বাবে তিতা কেৰেলা এবিধ মহৌষধি পাচলি। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Healthy Food , lifestyle , local18 First Published : August 11, 2024, 7:27 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.