NEWS

শীঘ্ৰেই নাইট ক্লাব আৰু PUB সমূহ বন্ধ কৰাৰ নিৰ্দেশ!

বৰ্তমান সময়ত বহুত লোকে নাইট ক্লাবত গৈ অৱসৰ-বিনোদন কৰিব বিচাৰে। দিনজোৰা কষ্ট-ভাগৰ দূৰ কৰাৰ বাবে নাইট ক্লাব আৰু PUBত গৈ অৱসাদ দূৰ কৰে। কিন্তু তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। অচিৰেই বন্ধ হ’ব নাইট ক্লাব আৰু PUB সমূহ। অচিৰেই নাইট ক্লাৱ আৰু PUB সমূহ বন্ধ নকৰিলে পৰিণতি বিষম হোৱাৰ হুংকাৰ। বিদ্ৰোহী সংগঠন NSCN(IM)এ জাৰি কৰিছে এই নিৰ্দেশনা। নাগালেণ্ডত থকা সকলো নাইট ক্লাৱ আৰু পাব বন্ধ কৰাৰ নিৰ্দেশ NSCNৰ। আৰু পঢ়ক: দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱলীনাক! নাগালেণ্ডৰ ডিমাপুৰতে আছে সৰ্বাধিক সংখ্যক আছে পাৱ আৰু নাইট ক্লাৱ। ৰাজ্যখনৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰত এই পাৱ আৰু নাইট ক্লাৱ সমূহতে দিনৌ লেনদেন হয় কোটি কোটি টকাৰ। তেনে প্ৰতিখন নাইট ক্লাৱ আৰু পাৱ বন্ধ কৰাৰ নিৰ্দেশ পোৱা মাত্ৰকে হাহাকাৰ লাগিছে গৰাকী সকলৰ মাজত। ৰাজ্যখনত এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো বিদ্ৰোহী সংগঠনে নাইট ক্লাৱ আৰু পাৱ বন্ধ কৰাৰ নিৰ্দেশ দিয়া ঘটনায়ো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু পঢ়ক: মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে সংগঠনটোৰ অভিযোগ অনুসৰি নাইট ক্লাৱ আৰু PUB সমূহৰ বাহিৰে-ভিতৰে দৈনিক চলে অনৈতিক কাৰ্য। একাংশই অনৈতিকভাৱে পথত ঘূৰি থাকে, লগতে ৰাজহুৱা পৰিৱেশো বিনষ্ট কৰাৰ অভিযোগ সংগঠনটোৰ। অসমৰ বাতৰি / খবৰ / ডিমাপুৰ / শীঘ্ৰেই নাইট ক্লাব আৰু PUB সমূহ বন্ধ কৰাৰ নিৰ্দেশ! অন্যথা পৰিস্থিতি বিষম হ’ব বুলি দিলে হুংকাৰ! শীঘ্ৰেই নাইট ক্লাব আৰু PUB সমূহ বন্ধ কৰাৰ নিৰ্দেশ! অন্যথা পৰিস্থিতি বিষম হ’ব বুলি দিলে হুংকাৰ! বৰ্তমান সময়ত বহুত লোকে নাইট ক্লাবত গৈ অৱসৰ-বিনোদন কৰিব বিচাৰে। দিনজোৰা কষ্ট-ভাগৰ দূৰ কৰাৰ বাবে নাইট ক্লাব আৰু PUBত গৈ অৱসাদ দূৰ কৰে। অধিক পঢ়ক … 1-MIN READ Assam Dimapur,Nagaland Last Updated : May 15, 2024, 3:32 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি বৰ্তমান সময়ত বহুত লোকে নাইট ক্লাবত গৈ অৱসৰ-বিনোদন কৰিব বিচাৰে। দিনজোৰা কষ্ট-ভাগৰ দূৰ কৰাৰ বাবে নাইট ক্লাব আৰু PUBত গৈ অৱসাদ দূৰ কৰে। কিন্তু তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। অচিৰেই বন্ধ হ’ব নাইট ক্লাব আৰু PUB সমূহ। অচিৰেই নাইট ক্লাৱ আৰু PUB সমূহ বন্ধ নকৰিলে পৰিণতি বিষম হোৱাৰ হুংকাৰ। বিদ্ৰোহী সংগঠন NSCN(IM)এ জাৰি কৰিছে এই নিৰ্দেশনা। নাগালেণ্ডত থকা সকলো নাইট ক্লাৱ আৰু পাব বন্ধ কৰাৰ নিৰ্দেশ NSCNৰ। বিজ্ঞাপন আৰু পঢ়ক: দেহৰ পৰা মাহ-হালধিৰ গোন্ধ যোৱাই নাছিল, স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে দেৱলীনাক! নাগালেণ্ডৰ ডিমাপুৰতে আছে সৰ্বাধিক সংখ্যক আছে পাৱ আৰু নাইট ক্লাৱ। ৰাজ্যখনৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰত এই পাৱ আৰু নাইট ক্লাৱ সমূহতে দিনৌ লেনদেন হয় কোটি কোটি টকাৰ। তেনে প্ৰতিখন নাইট ক্লাৱ আৰু পাৱ বন্ধ কৰাৰ নিৰ্দেশ পোৱা মাত্ৰকে হাহাকাৰ লাগিছে গৰাকী সকলৰ মাজত। ৰাজ্যখনত এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো বিদ্ৰোহী সংগঠনে নাইট ক্লাৱ আৰু পাৱ বন্ধ কৰাৰ নিৰ্দেশ দিয়া ঘটনায়ো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিজ্ঞাপন আৰু পঢ়ক: মাজুলীত মানস ৰবীনৰ সংগীতানুষ্ঠানত উত্তপ্ত পৰিস্থিতি, কমিটীয়ে চুক্তিমতে দিব নোৱাৰিলে ধন, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পেঞ্চনৰ চেক গ্ৰহণ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে সংগঠনটোৰ অভিযোগ অনুসৰি নাইট ক্লাৱ আৰু PUB সমূহৰ বাহিৰে-ভিতৰে দৈনিক চলে অনৈতিক কাৰ্য। একাংশই অনৈতিকভাৱে পথত ঘূৰি থাকে, লগতে ৰাজহুৱা পৰিৱেশো বিনষ্ট কৰাৰ অভিযোগ সংগঠনটোৰ। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Dimapur , Pub First Published : May 15, 2024, 3:27 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.