NEWS

KKRৰ বিস্ফোৰক বেটিঙত দিশহাৰা DCৰ বলিং বিক্ৰম!

IPLত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাণৰ পাহাৰ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে। দিল্লীৰ বিৰুদ্ধে ২০ অ’ভাৰত ২৭২ ৰাণ সংগ্ৰহ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। প্ৰথম বেটিং কৰি ৭ উইকেট হেৰুৱাই ২৭২ ৰাণ সংগ্ৰহ কৰে KKR। আৰু এয়া হৈছে IPLৰ দ্বিতীয় সৰ্বোচ্চ স্ক’ৰ। চলিত IPL ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদে এটা ইনিংছত ২৭৭ ৰাণ কৰি গঢ়িছিল অনন্য অভিলেখ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অভিলেখতকৈ মাত্ৰ ৫ ৰাণত পাছপৰি ৰ’ল কলকাতা নাইট ৰাইডাৰ্ছ। IPLৰ ইতিহাসত কলকাতাই সংগ্ৰহ কৰিলে দ্বিতীয় সৰ্বোচ্চ ৰাণ। ৩৯ টা বলত ৮৫ ৰাণৰ বিস্ফোৰক ইনিংছ ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰিণৰ। ২৭টা বলত ৫৪ ৰাণ সংগ্ৰহ অংক্ৰিশ ৰঘুবংশীৰ। মাৰমুখি বেটিঙেৰে ১৯ টা বলত ৪১ ৰাণৰ ইনিংছ খেলিলে আন্দ্ৰে ৰাছেলে। ৮টা বলৰ সন্মুখীন হৈ ৩টা ছয় আৰু এটা চাৰিৰে ২৬ ৰাণ সংগ্ৰহ কৰিলে ৰিংকু সিঙে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / IPL 2024: দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাণৰ পাহাৰ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে IPL 2024: দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাণৰ পাহাৰ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ২০ অ’ভাৰত ২৭২ ৰাণ সংগ্ৰহ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 3, 2024, 9:46 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি IPLত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাণৰ পাহাৰ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে। দিল্লীৰ বিৰুদ্ধে ২০ অ’ভাৰত ২৭২ ৰাণ সংগ্ৰহ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। প্ৰথম বেটিং কৰি ৭ উইকেট হেৰুৱাই ২৭২ ৰাণ সংগ্ৰহ কৰে KKR। আৰু এয়া হৈছে IPLৰ দ্বিতীয় সৰ্বোচ্চ স্ক’ৰ। চলিত IPL ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদে এটা ইনিংছত ২৭৭ ৰাণ কৰি গঢ়িছিল অনন্য অভিলেখ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অভিলেখতকৈ মাত্ৰ ৫ ৰাণত পাছপৰি ৰ’ল কলকাতা নাইট ৰাইডাৰ্ছ। IPLৰ ইতিহাসত কলকাতাই সংগ্ৰহ কৰিলে দ্বিতীয় সৰ্বোচ্চ ৰাণ। ৩৯ টা বলত ৮৫ ৰাণৰ বিস্ফোৰক ইনিংছ ৱেষ্ট ইণ্ডিজৰ সুনীল নাৰিণৰ। ২৭টা বলত ৫৪ ৰাণ সংগ্ৰহ অংক্ৰিশ ৰঘুবংশীৰ। মাৰমুখি বেটিঙেৰে ১৯ টা বলত ৪১ ৰাণৰ ইনিংছ খেলিলে আন্দ্ৰে ৰাছেলে। ৮টা বলৰ সন্মুখীন হৈ ৩টা ছয় আৰু এটা চাৰিৰে ২৬ ৰাণ সংগ্ৰহ কৰিলে ৰিংকু সিঙে। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Delhi capitals , IPL 2024 , kkr , Kolkata Knight Riders First Published : April 3, 2024, 9:39 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.