NEWS

‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক

ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত অসম জাতীয় পৰিষদৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহক লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷ বৈঠকত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি প্ৰাক্তন মন্ত্ৰী পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, দলৰ মুখ্য উপদেষ্টাদ্বয় বসন্ত ডেকা আৰু ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য, উপ-সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস , জিয়াউৰ ৰহমান আৰু চিত্তৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে৷ আনহাতে ‘চিটিজেন একচন পাৰ্টী অব্‌ চিকিম’ৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই , কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে৷ অসমৰ বাতৰি / খবৰ / অসম / ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে গুৱাহাটীত অসম জাতীয় পৰিষদৰ বৈঠক ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে গুৱাহাটীত অসম জাতীয় পৰিষদৰ বৈঠক এই বৈঠকত ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহক লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : July 19, 2024, 9:12 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি ছিকিমৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল ‘চিটিজেন একচন পাৰ্টী অব্‌ ছিকিম’ৰ সৈতে সমন্বয় আৰু সহযোগিতাৰে কাম কৰি যোৱাৰ সংকল্পৰে বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডৱে’ৰত অসম জাতীয় পৰিষদৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ভৱিষ্যতলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সমভাৱাপন্ন ৰাজনৈতিক দলসমূহক লৈ এখন উমৈহতীয়া মঞ্চ গঠনৰ অংগীকাৰ গ্ৰহণ কৰা হয়৷ বৈঠকত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি প্ৰাক্তন মন্ত্ৰী পবীন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, দলৰ মুখ্য উপদেষ্টাদ্বয় বসন্ত ডেকা আৰু ড০ কৃষ্ণগোপাল ভট্টাচাৰ্য, উপ-সভাপতিদ্বয় চন্দ্ৰকান্ত দাস আৰু অঞ্জন উপাধ্যায়, তিনি সম্পাদক বাণী দাস , জিয়াউৰ ৰহমান আৰু চিত্তৰঞ্জন বসুমতাৰী আৰু সাংগঠনিক সম্পাদক অজয় তাঁতীয়ে অংশগ্ৰহণ কৰে৷ বিজ্ঞাপন আনহাতে ‘চিটিজেন একচন পাৰ্টী অব্‌ চিকিম’ৰ হৈ দলটোৰ মুখ্য সমন্বয়ক গণেশ কে ৰাই , কাৰ্যকৰী সভাপতিত্ৰয় লাকপা শ্বেৰ্পা, এম বি লিম্বু আৰু প্ৰশান্ত বাবু চেত্ৰী, মুকপাত্ৰদ্বয় টি আৰ নেপাল আৰু এলবাৰ্ট গুৰুং তথা দলটোৰ ছাত্ৰ গোটৰ সভাপতি প্ৰকাশ প্ৰাজুলি উপস্থিত থাকে৷ Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: AJP , Assam News First Published : July 19, 2024, 9:12 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.