'বৰ্ণালী গগৈ' SI হোৱাৰ কাহিনী জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। ‘বৰ্ণালী গগৈ’ কেনেকৈ SI হ’ল এই বিষয়ে জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। বৰ্ণালী গগৈ অসমৰ এখন গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী। বৰ্ণালী এগৰাকী খুব স্মাৰ্ট আৰু সপোন দেখি ভাল পোৱা ছোৱালী। পঢ়া-শুনা কৰি আৰক্ষী হোৱাৰ সপোন দেখিছিল বৰ্ণালী গগৈয়ে। গাঁৱৰ সকলো ল’ৰাই বৰ্ণালীৰ প্ৰেমত পৰিব বিচাৰে। তাৰ পাছত বৰ্ণালী চহৰলৈ ঢাপলি মেলে। চহৰলৈ আহি বৰ্ণালীয়ে নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। SI হ’বলৈ সক্ষম হয় বৰ্ণালী। আপুনি নিশ্চয় ভাবিছে বৰ্ণালী গগৈ কোন? বৰ্ণালী গগৈ আন কোনো নহয় জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ এটি নতুন গীতৰ নাম ‘বৰ্ণালী গগৈ’। নৱবৰ্ষৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে এটি নতুন গীত মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। ‘বৰদৈচিলা’ এলবামৰ ২৫টা বসন্তৰ শুভ মুহূৰ্তত ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটি মুকলি কৰে শিল্পীগৰাকীয়ে। গীতটি ৰাইজে আকোঁৱালি ল’ব বুলি আশাবাদী কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ অপূৰ্বজ্যোতি মহনৰ। সংগীত কৰিছে বিজয় শংকৰে আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। বহু দিনৰ পৰা ৰাংঢালী আৰু বৰদৈচিলা এলবামৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে শিল্পী গৰাকীয়ে। প্ৰতিবছৰে বৰদৈচিলাত কিছু নতুনত্ব দিবলৈ চেষ্টা কৰে তেওঁ। ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটি সজাই পৰাই তুলিবলৈ প্ৰায় ৩ বছৰ সময় লাগিছে বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Entertainment News: 'বৰ্ণালী গগৈ' কেনেকৈ SI হ’ল? আঁৰৰ কাহিনী জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই Entertainment News: 'বৰ্ণালী গগৈ' কেনেকৈ SI হ’ল? আঁৰৰ কাহিনী জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই 'বৰ্ণালী গগৈ' SI হোৱাৰ কাহিনী জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। বৰ্ণালী এগৰাকী খুব স্মাৰ্ট আৰু সপোন দেখি ভাল পোৱা ছোৱালী। পঢ়া-শুনা কৰি আৰক্ষী হোৱাৰ সপোন দেখিছিল বৰ্ণালী গগৈয়ে। গাঁৱৰ সকলো ল’ৰাই বৰ্ণালীৰ প্ৰেমত পৰিব বিচাৰে। তাৰ পাছত বৰ্ণালী চহৰলৈ ঢাপলি মেলে। অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : December 7, 2024, 10:00 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ‘বৰ্ণালী গগৈ’ কেনেকৈ SI হ’ল এই বিষয়ে জনালে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। বৰ্ণালী গগৈ অসমৰ এখন গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী। বৰ্ণালী এগৰাকী খুব স্মাৰ্ট আৰু সপোন দেখি ভাল পোৱা ছোৱালী। পঢ়া-শুনা কৰি আৰক্ষী হোৱাৰ সপোন দেখিছিল বৰ্ণালী গগৈয়ে। গাঁৱৰ সকলো ল’ৰাই বৰ্ণালীৰ প্ৰেমত পৰিব বিচাৰে। তাৰ পাছত বৰ্ণালী চহৰলৈ ঢাপলি মেলে। চহৰলৈ আহি বৰ্ণালীয়ে নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। SI হ’বলৈ সক্ষম হয় বৰ্ণালী। আপুনি নিশ্চয় ভাবিছে বৰ্ণালী গগৈ কোন? বিজ্ঞাপন বৰ্ণালী গগৈ আন কোনো নহয় জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ এটি নতুন গীতৰ নাম ‘বৰ্ণালী গগৈ’। নৱবৰ্ষৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে এটি নতুন গীত মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই। ‘বৰদৈচিলা’ এলবামৰ ২৫টা বসন্তৰ শুভ মুহূৰ্তত ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটি মুকলি কৰে শিল্পীগৰাকীয়ে। গীতটি ৰাইজে আকোঁৱালি ল’ব বুলি আশাবাদী কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটিৰ কথা আৰু সুৰ অপূৰ্বজ্যোতি মহনৰ। সংগীত কৰিছে বিজয় শংকৰে আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ। বহু দিনৰ পৰা ৰাংঢালী আৰু বৰদৈচিলা এলবামৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে শিল্পী গৰাকীয়ে। প্ৰতিবছৰে বৰদৈচিলাত কিছু নতুনত্ব দিবলৈ চেষ্টা কৰে তেওঁ। ‘বৰ্ণালী গগৈ’ শীৰ্ষক গীতটি সজাই পৰাই তুলিবলৈ প্ৰায় ৩ বছৰ সময় লাগিছে বুলি জানিবলৈ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News , Krishnamoni Chutia First Published : December 7, 2024, 9:50 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.