NEWS

Sadak Suraksha Abhiyan : বিদ্যালয়ৰ বাছত ছীটবেল্ট লগোৱাটো হ’ব বাধ্যতামূলক, পথ সুৰক্ষা অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ নীতিন গাডকাৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত দেশত পথ সুৰক্ষা অভিযান। প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠানেৰে পথ সুৰক্ষা অভিযানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰালয়ে আয়োজন কৰা এয়া তৃতীয় পথ সুৰক্ষা অভিযান। পথ সুৰক্ষা অভিযানত শ্বিলং চেম্বাৰ কইৰেও অংশগ্ৰহণ কৰিছে। প্ৰসিদ্ধ সংগীত শিল্পী শংকৰ মহাদেৱনেও পথ সুৰক্ষা অভিযানৰ সংগীতানুষ্ঠানত ভাগ ল’ব। পথ সুৰক্ষা অভিযানত অংশ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয়, ‘‘হেলমেট নিপিন্ধা বাবে দেশত ৫৫ হাজাৰ লোকৰ মৃত্যু হৈছে। ছীটবেল্ট নিপিন্ধা বাবে ২০ হাজাৰ লোকৰ মৃত্যু হৈছে। বিদ্যালয়ৰ বাছত ছীটবেল্ট লগোৱাটো বাধ্যতামূলক হ’ব।’’ অসমৰ বাতৰি / খবৰ / দেশ / Sadak Suraksha Abhiyan : বিদ্যালয়ৰ বাছত ছীটবেল্ট লগোৱাটো হ’ব বাধ্যতামূলক, পথ সুৰক্ষা অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ নীতিন গাডকাৰীৰ Sadak Suraksha Abhiyan : বিদ্যালয়ৰ বাছত ছীটবেল্ট লগোৱাটো হ’ব বাধ্যতামূলক, পথ সুৰক্ষা অভিযানৰ অনুষ্ঠানত অংশগ্ৰহণ নীতিন গাডকাৰীৰ পথ সুৰক্ষা অভিযানত শ্বিলং চেম্বাৰ কইৰেও অংশগ্ৰহণ কৰিছে। প্ৰসিদ্ধ সংগীত শিল্পী শংকৰ মহাদেৱনেও পথ সুৰক্ষা অভিযানৰ সংগীতানুষ্ঠানত ভাগ ল’ব। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : January 6, 2025, 2:02 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত দেশত পথ সুৰক্ষা অভিযান। প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠানেৰে পথ সুৰক্ষা অভিযানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰালয়ে আয়োজন কৰা এয়া তৃতীয় পথ সুৰক্ষা অভিযান। পথ সুৰক্ষা অভিযানত শ্বিলং চেম্বাৰ কইৰেও অংশগ্ৰহণ কৰিছে। প্ৰসিদ্ধ সংগীত শিল্পী শংকৰ মহাদেৱনেও পথ সুৰক্ষা অভিযানৰ সংগীতানুষ্ঠানত ভাগ ল’ব। বিজ্ঞাপন পথ সুৰক্ষা অভিযানত অংশ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয়, ‘‘হেলমেট নিপিন্ধা বাবে দেশত ৫৫ হাজাৰ লোকৰ মৃত্যু হৈছে। ছীটবেল্ট নিপিন্ধা বাবে ২০ হাজাৰ লোকৰ মৃত্যু হৈছে। বিদ্যালয়ৰ বাছত ছীটবেল্ট লগোৱাটো বাধ্যতামূলক হ’ব।’’ Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Nitin Gadkari , Sadak Suraksha Abhiyan First Published : January 6, 2025, 2:02 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.