উদ্যমী ছাত্ৰী সোহিনী সোম।
আপুনি বাৰু কি কি ফ্লেভাৰৰ চকলেট খাইছে? চকলেট বুলি ক’লে ডেইৰী মিল্ক, কিটকেট আদি মনলৈ আহে। পিছে এইবাৰ ঘৰতে বিভিন্ন সোৱাদৰ চকলেট তৈয়াৰ কৰিছে এগৰাকী ছাত্ৰীয়ে। চকলেট প্ৰস্তুতৰ জৰিয়তে স্বাৱলম্বী হৈছে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰাই আৰম্ভ কৰিলে এই সৰু ব্যৱসায়। এই চকলেটৰ উদ্যোগটোৰ নাম ‘সোহিনীজ’। মাত্ৰ কেইমাহমানৰ ভিতৰতে শিলচৰৰ সোহিনী সোমে চকলেটৰ বহু অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছে। পঢ়া-শুনাত মেধাৱী ছাত্ৰীগৰাকীয়ে পঢ়া-শুনাৰ লগতে তেওঁ অব্যাহত ৰাখিছে ‘সোহিনীজ’ৰ উদ্যোগ। ঘৰতে বনোৱা চকলেটৰ উদ্যোগ ক্ৰমান্বয়ে বৃদ্ধি হোৱাটো বিচাৰে তেওঁ।সোহিনীয়ে এতিয়া বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নিজৰ সৰু উদ্যোগটো সকলোকে চিনাকি কৰাই দিছে। ঘৰতে সকলো সোৱাদৰ বনোৱা চকলেট তৈয়াৰ কৰে সোহিনীয়ে। ‘Sohiniiz’ত পোৱা যায় যেনে Dry Fruits Chocolate, Rasmalai Chocolate, Oreo Bar, Dark Chocolate, Pineapple Flavored Chocolate, Veg Cupcake, Strawberry Lolipop ইত্যাদি। সোহিনীয়ে কয় যে তেওঁৰ দীৰ্ঘদিনীয়া চখ আছিল চকলেটেৰে কিবা এটা কৰা। ঘৰতে চকলেট বনাবলৈ শিকিছে ছাত্ৰীগৰাকীয়ে। বহু চিন্তাৰ অন্তত তেওঁ ‘সোহিনীজ’ নামৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিলে। বৰ্তমান তেওঁ অনলাইনৰ জৰিয়তে অৰ্ডাৰ লাভ কৰে। তেওঁৰ পিতৃ-মাতৃয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ভৱিষ্যতে এই উদ্যোগ আৰু ডাঙৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে। অসমৰ বাতৰি / খবৰ / ব্যৱসায় / Homemade Chocolate: বিভিন্ন ফ্লেভাৰৰ হোম-মেড চকলেট তৈয়াৰ কৰি স্বাৱলম্বী এগৰাকী ছাত্ৰী Homemade Chocolate: বিভিন্ন ফ্লেভাৰৰ হোম-মেড চকলেট তৈয়াৰ কৰি স্বাৱলম্বী এগৰাকী ছাত্ৰী উদ্যমী ছাত্ৰী সোহিনী সোম।
শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছে। পঢ়া-শুনাত মেধাৱী ছাত্ৰীগৰাকীয়ে পঢ়া-শুনাৰ লগতে তেওঁ অব্যাহত ৰাখিছে ‘সোহিনীজ’ৰ উদ্যোগ। অধিক পঢ়ক … 1-MIN READ local18 Silchar,Cachar,Assam Last Updated : January 5, 2025, 5:36 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Akhi Rani Das সম্পৰ্কীয় বাতৰি আপুনি বাৰু কি কি ফ্লেভাৰৰ চকলেট খাইছে? চকলেট বুলি ক’লে ডেইৰী মিল্ক, কিটকেট আদি মনলৈ আহে। পিছে এইবাৰ ঘৰতে বিভিন্ন সোৱাদৰ চকলেট তৈয়াৰ কৰিছে এগৰাকী ছাত্ৰীয়ে। চকলেট প্ৰস্তুতৰ জৰিয়তে স্বাৱলম্বী হৈছে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰাই আৰম্ভ কৰিলে এই সৰু ব্যৱসায়। এই চকলেটৰ উদ্যোগটোৰ নাম ‘সোহিনীজ’। মাত্ৰ কেইমাহমানৰ ভিতৰতে শিলচৰৰ সোহিনী সোমে চকলেটৰ বহু অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞাপন শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ পলিটেকনিকত চিভিল ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছে। পঢ়া-শুনাত মেধাৱী ছাত্ৰীগৰাকীয়ে পঢ়া-শুনাৰ লগতে তেওঁ অব্যাহত ৰাখিছে ‘সোহিনীজ’ৰ উদ্যোগ। ঘৰতে বনোৱা চকলেটৰ উদ্যোগ ক্ৰমান্বয়ে বৃদ্ধি হোৱাটো বিচাৰে তেওঁ।সোহিনীয়ে এতিয়া বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি নিজৰ সৰু উদ্যোগটো সকলোকে চিনাকি কৰাই দিছে। ঘৰতে সকলো সোৱাদৰ বনোৱা চকলেট তৈয়াৰ কৰে সোহিনীয়ে। ‘Sohiniiz’ত পোৱা যায় যেনে Dry Fruits Chocolate, Rasmalai Chocolate, Oreo Bar, Dark Chocolate, Pineapple Flavored Chocolate, Veg Cupcake, Strawberry Lolipop ইত্যাদি। সোহিনীয়ে কয় যে তেওঁৰ দীৰ্ঘদিনীয়া চখ আছিল চকলেটেৰে কিবা এটা কৰা। ঘৰতে চকলেট বনাবলৈ শিকিছে ছাত্ৰীগৰাকীয়ে। বহু চিন্তাৰ অন্তত তেওঁ ‘সোহিনীজ’ নামৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰিলে। বৰ্তমান তেওঁ অনলাইনৰ জৰিয়তে অৰ্ডাৰ লাভ কৰে। তেওঁৰ পিতৃ-মাতৃয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ভৱিষ্যতে এই উদ্যোগ আৰু ডাঙৰ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: local18 , Silchar First Published : January 5, 2025, 5:36 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.