প্ৰয়াগৰাজত মহাকুম্ভত স্নান কৰি পূণ্য অৰ্জন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে। সমাগম ঘটিছে বহু সাধু-সন্ন্যাসীৰ। বিভিন্ন আখাড়াৰ নাগাবাবা সকলো ইতিমধ্যে প্ৰয়াগৰাজত আহি উপস্থিত হৈছে। ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা অহা মহেন্দ্ৰ ৰাজগিৰি নামৰ নাগাবাবাগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। কাৰণ ৫০ বছৰ পুৰণি এখন গেৰুৱা ৰঙৰ এম্বেচাদৰ গাড়ী লৈ প্ৰয়াগৰাজত প্ৰৱেশ কৰিছে মহেন্দ্ৰ ৰাজগিৰিয়ে। সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত নাগাবাবাগৰাকীয়ে কয়, “এইখন ১৯৭২ চনৰ এম্বেচাদৰ। সেই হিচাপত এইখন ৫০ বছৰ পুৰণি। মই এইখন কিনা ৩৫ বছৰ হ’ল। তেতিয়াৰ পৰা এইখনেই মোৰ ঘৰ, এইখনেই মোৰ পৰিয়াল, এইখনেই মোৰ পিতৃ-মাতৃ। মই য’লৈকে যাঁও এইখন মোৰ লগত যায়। মোৰ জীৱন-যাপনৰ সকলো সামগ্ৰী এইখন বাহনতে থাকে।” নাগাবাবা ৰাজগিৰিয়ে লগতে কয় যে তেঁও প্ৰয়াগৰাজৰ মহাকুম্ভত স্নান কৰাৰ পিছতে বাৰাণসীলৈ যাব আৰু তাতে শিৱৰাত্ৰিলৈকে কটাব। তাৰ পিছত গঙ্গাসাগৰলৈ যাব। উল্লেখযোগ্য যে, গেৰুৱা ৰঙৰ এম্বেচাদৰ গাড়ী লৈ প্ৰয়াগৰাজৰ ৰাজপথত যাত্ৰা কৰা মহেন্দ্ৰৰাজগিৰি নাগাবাবাই এইবেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অসমৰ বাতৰি / খবৰ / দেশ / Mahakumbh 2025: ৫০ বছৰ পুৰণি এম্বেচাদৰ লৈ মহাকুম্ভলৈ আহিল নাগাবাবা, এক দিন এক ৰাতি যাত্ৰাৰ অন্তত উপস্থিত হ'ল প্ৰয়াগৰাজত Mahakumbh 2025: ৫০ বছৰ পুৰণি এম্বেচাদৰ লৈ মহাকুম্ভলৈ আহিল নাগাবাবা, এক দিন এক ৰাতি যাত্ৰাৰ অন্তত উপস্থিত হ'ল প্ৰয়াগৰাজত মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা অহা মহেন্দ্ৰ ৰাজগিৰি নামৰ নাগাবাবাগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। কাৰণ ৫০ বছৰ পুৰণি এখন গেৰুৱা ৰঙৰ এম্বেচাদৰ গাড়ী লৈ প্ৰয়াগৰাজত প্ৰৱেশ কৰিছে মহেন্দ্ৰ ৰাজগিৰিয়ে। অধিক পঢ়ক … 1-MIN READ Assam Allahabad,Uttar Pradesh Last Updated : January 6, 2025, 9:53 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Written By : NILUTPAL BORAH সম্পৰ্কীয় বাতৰি প্ৰয়াগৰাজত মহাকুম্ভত স্নান কৰি পূণ্য অৰ্জন কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে। সমাগম ঘটিছে বহু সাধু-সন্ন্যাসীৰ। বিভিন্ন আখাড়াৰ নাগাবাবা সকলো ইতিমধ্যে প্ৰয়াগৰাজত আহি উপস্থিত হৈছে। ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা অহা মহেন্দ্ৰ ৰাজগিৰি নামৰ নাগাবাবাগৰাকীয়ে সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে। কাৰণ ৫০ বছৰ পুৰণি এখন গেৰুৱা ৰঙৰ এম্বেচাদৰ গাড়ী লৈ প্ৰয়াগৰাজত প্ৰৱেশ কৰিছে মহেন্দ্ৰ ৰাজগিৰিয়ে। বিজ্ঞাপন সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত নাগাবাবাগৰাকীয়ে কয়, “এইখন ১৯৭২ চনৰ এম্বেচাদৰ। সেই হিচাপত এইখন ৫০ বছৰ পুৰণি। মই এইখন কিনা ৩৫ বছৰ হ’ল। তেতিয়াৰ পৰা এইখনেই মোৰ ঘৰ, এইখনেই মোৰ পৰিয়াল, এইখনেই মোৰ পিতৃ-মাতৃ। মই য’লৈকে যাঁও এইখন মোৰ লগত যায়। মোৰ জীৱন-যাপনৰ সকলো সামগ্ৰী এইখন বাহনতে থাকে।” নাগাবাবা ৰাজগিৰিয়ে লগতে কয় যে তেঁও প্ৰয়াগৰাজৰ মহাকুম্ভত স্নান কৰাৰ পিছতে বাৰাণসীলৈ যাব আৰু তাতে শিৱৰাত্ৰিলৈকে কটাব। তাৰ পিছত গঙ্গাসাগৰলৈ যাব। উল্লেখযোগ্য যে, গেৰুৱা ৰঙৰ এম্বেচাদৰ গাড়ী লৈ প্ৰয়াগৰাজৰ ৰাজপথত যাত্ৰা কৰা মহেন্দ্ৰৰাজগিৰি নাগাবাবাই এইবেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Allahabad , Mahakumbh 2025 First Published : January 6, 2025, 9:53 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.