ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ দুঃসংবাদ। জুবিন গাৰ্গৰ প্ৰথম বিহুগীত এলবামৰ ‘উজান পীৰিতি’ ৰ স্ৰষ্টা পাৰ্থজিৎ দত্ত আৰু নাই। নিশা যোৰহাটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বিহুগীত এলবাম ‘উজান পীৰিতি’ এলবামৰ কেইবাটাও গীতৰ সুৰ কৰিছিল শিল্পী পাৰ্থজিৎ দত্তই। বৰ বিহুৱাৰ লগতে এগৰাকী লোক সংস্কৃতিৰ সাধকো আছিল পাৰ্থজিৎ দত্ত। পাৰ্থজিৎ দত্তই সুৰ কৰা ‘কচুপাতে খজুৱাই, পদুম পাতে হহুৱাই’ গীতটি আজিও অসমবাসীৰ মন-মগজুত আছে। ১৯৯৬ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গ কণ্ঠদান কৰা ‘উজান পিৰীতি’ এলবামটি জনপ্ৰিয়তা শিখৰ চুইছিল গৈ। আৰু পঢ়ক: ডায়েবেটিছত মহৌষধ এই ৫বিধ পাচলি…! এই ৫ বিধ পাচলি খালে নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ! সংগীত শিল্পী প্ৰসেনজিৎ লাহনে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে পাৰ্থজিৎ দত্তৰ দেহাৱসানৰ খবৰ। লগতে পাৰ্থজিৎ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। পাৰ্থজিৎ দত্তৰ মৃত্যু শোকৰ ছাঁ পৰিছে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Entertainment News: জুবিন গাৰ্গৰ প্ৰথম বিহুগীত এলবামৰ স্ৰষ্টা পাৰ্থজিৎ দত্ত আৰু নাই, অজান দেশলৈ পাৰ্থজিৎ দত্ত Entertainment News: জুবিন গাৰ্গৰ প্ৰথম বিহুগীত এলবামৰ স্ৰষ্টা পাৰ্থজিৎ দত্ত আৰু নাই, অজান দেশলৈ পাৰ্থজিৎ দত্ত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ দুঃসংবাদ। জুবিন গাৰ্গৰ প্ৰথম বিহুগীত এলবামৰ ‘উজান পীৰিতি’ ৰ স্ৰষ্টা পাৰ্থজিৎ দত্ত আৰু নাই। নিশা যোৰহাটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বিহুগীত এলবাম ‘উজান পীৰিতি’ এলবামৰ কেইবাটাও গীতৰ সুৰ কৰিছিল শিল্পী পাৰ্থজিৎ দত্তই। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : December 7, 2024, 6:32 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ দুঃসংবাদ। জুবিন গাৰ্গৰ প্ৰথম বিহুগীত এলবামৰ ‘উজান পীৰিতি’ ৰ স্ৰষ্টা পাৰ্থজিৎ দত্ত আৰু নাই। নিশা যোৰহাটত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। জুবিন গাৰ্গে কণ্ঠদান কৰা প্ৰথম বিহুগীত এলবাম ‘উজান পীৰিতি’ এলবামৰ কেইবাটাও গীতৰ সুৰ কৰিছিল শিল্পী পাৰ্থজিৎ দত্তই। বৰ বিহুৱাৰ লগতে এগৰাকী লোক সংস্কৃতিৰ সাধকো আছিল পাৰ্থজিৎ দত্ত। বিজ্ঞাপন পাৰ্থজিৎ দত্তই সুৰ কৰা ‘কচুপাতে খজুৱাই, পদুম পাতে হহুৱাই’ গীতটি আজিও অসমবাসীৰ মন-মগজুত আছে। ১৯৯৬ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গ কণ্ঠদান কৰা ‘উজান পিৰীতি’ এলবামটি জনপ্ৰিয়তা শিখৰ চুইছিল গৈ। আৰু পঢ়ক: ডায়েবেটিছত মহৌষধ এই ৫বিধ পাচলি…! এই ৫ বিধ পাচলি খালে নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ! সংগীত শিল্পী প্ৰসেনজিৎ লাহনে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে পাৰ্থজিৎ দত্তৰ দেহাৱসানৰ খবৰ। লগতে পাৰ্থজিৎ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বিজ্ঞাপন পাৰ্থজিৎ দত্তৰ মৃত্যু শোকৰ ছাঁ পৰিছে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: entertainmant news , Zubeen Garg First Published : December 7, 2024, 6:32 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.