NEWS

National Games : গুৱাহাটীত আকৌ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া, ন-ৰূপত তৈয়াৰ কৰিব আন্তঃগাঁথনি

গুৱাহাটীয়ে আকৌ অনুষ্ঠিত কৰিব দেশৰ ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধ ‘ৰাষ্ট্ৰীয় ক্ৰীড়া’। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবেই চৰকাৰে উন্নত কৰিব গুৱাহাটীৰ ক্ৰীড়াৰ আন্তঃগাঁথনি। সৰুসজাইৰ চিণ্ঠেটিক ট্ৰেক নতুনকৈ বহুৱাব চৰকাৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৬-২৭। আকৌ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব গুৱাহাটীয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবেই চৰকাৰে উন্নত কৰিব গুৱাহাটীৰ আন্তঃগাঁথনি। নতুনকৈ নিৰ্মাণ কৰিব গেমছ ভিলেজ। ন-ৰূপত গুৱাহাটীত নিৰ্মাণ হ’ব ষ্টেডিয়াম। সৰুসজাইৰ চিণ্ঠেটিক ট্ৰেক। উৱলি যোৱা চিণ্ঠেটিক ট্ৰেক নতুনকৈ বহুৱাব চৰকাৰে। উল্লেখযোগ্য যে এই ট্ৰেকতেই দৌৰি জগত জিনিছিল হিমা দাসৰ লগতে আন বহুজনে।নীৰজ চোপ্ৰা, আৰ্চাদ নাডিম, অঞ্জু ববি জৰ্জ, সুশান্তিকাৰ দৰে তাৰকা খেলুৱৈৰ স্পৰ্শ পৰিছিল এইখন ষ্টেডিয়ামত। সৰুসজাই ষ্টেডিয়ামখনকলৈ আশাবাদী SLAC সদস্য সচিৱ গীতাৰ্থ গোস্বামী । গীতাৰ্থ গোস্বামীৰ মতে মুখ্যমন্ত্ৰীয়ে দুটা বছৰৰ ভিতৰত গুৱাহাটীত বহুত আন্তঃগাঁথনি নিৰ্মাণ কৰিব। ৰাজ্য চৰকাৰে ২০২৩ চনৰ পৰা অসমত আৰম্ভ কৰিছে ক্ৰীড়া মহাৰণ। এই মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি খেল সম্প্ৰতি চলি আছে সৰু সজাইত । ক্ৰীড়া মহাৰণৰ দ্বিতীয় সংস্কৰণৰ পৰাই আৰু একাধিক খেলুৱৈ জন্ম দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্যৰ ক্ৰীড়া বিভাগে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / National Games : গুৱাহাটীত আকৌ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া, ন-ৰূপত তৈয়াৰ কৰিব আন্তঃগাঁথনি National Games : গুৱাহাটীত আকৌ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া, ন-ৰূপত তৈয়াৰ কৰিব আন্তঃগাঁথনি উৱলি যোৱা চিণ্ঠেটিক ট্ৰেক নতুনকৈ লগাব লাগিব।সৰু সজাইৰ চিণ্ঠেটিক ট্ৰেক নতুনকৈ বহুৱাব।সৰু সজাইত সম্প্ৰতি চলি আছে “খেল মহাৰণ ০২” ৰ প্ৰস্ততি অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 26, 2024, 6:01 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি গুৱাহাটীয়ে আকৌ অনুষ্ঠিত কৰিব দেশৰ ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধ ‘ৰাষ্ট্ৰীয় ক্ৰীড়া’। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবেই চৰকাৰে উন্নত কৰিব গুৱাহাটীৰ ক্ৰীড়াৰ আন্তঃগাঁথনি। সৰুসজাইৰ চিণ্ঠেটিক ট্ৰেক নতুনকৈ বহুৱাব চৰকাৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৬-২৭। আকৌ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব গুৱাহাটীয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবেই চৰকাৰে উন্নত কৰিব গুৱাহাটীৰ আন্তঃগাঁথনি। নতুনকৈ নিৰ্মাণ কৰিব গেমছ ভিলেজ। ন-ৰূপত গুৱাহাটীত নিৰ্মাণ হ’ব ষ্টেডিয়াম। বিজ্ঞাপন সৰুসজাইৰ চিণ্ঠেটিক ট্ৰেক। উৱলি যোৱা চিণ্ঠেটিক ট্ৰেক নতুনকৈ বহুৱাব চৰকাৰে। উল্লেখযোগ্য যে এই ট্ৰেকতেই দৌৰি জগত জিনিছিল হিমা দাসৰ লগতে আন বহুজনে।নীৰজ চোপ্ৰা, আৰ্চাদ নাডিম, অঞ্জু ববি জৰ্জ, সুশান্তিকাৰ দৰে তাৰকা খেলুৱৈৰ স্পৰ্শ পৰিছিল এইখন ষ্টেডিয়ামত। সৰুসজাই ষ্টেডিয়ামখনকলৈ আশাবাদী SLAC সদস্য সচিৱ গীতাৰ্থ গোস্বামী । গীতাৰ্থ গোস্বামীৰ মতে মুখ্যমন্ত্ৰীয়ে দুটা বছৰৰ ভিতৰত গুৱাহাটীত বহুত আন্তঃগাঁথনি নিৰ্মাণ কৰিব। বিজ্ঞাপন ৰাজ্য চৰকাৰে ২০২৩ চনৰ পৰা অসমত আৰম্ভ কৰিছে ক্ৰীড়া মহাৰণ। এই মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি খেল সম্প্ৰতি চলি আছে সৰু সজাইত । ক্ৰীড়া মহাৰণৰ দ্বিতীয় সংস্কৰণৰ পৰাই আৰু একাধিক খেলুৱৈ জন্ম দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্যৰ ক্ৰীড়া বিভাগে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: National Games , Sports News First Published : August 26, 2024, 6:00 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.