NEWS

আৰ্থিক সংকটত কংগ্ৰেছ! হেলিকপ্টাৰ লৈ ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

আৰ্থিক সংকটত ভোগা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত উৰিল হেলিকপ্টাৰ৷ হয়, ৰাজ্যত ধনৰ অভাৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ৷ কংগ্ৰেছ কমিটীৰ ধনৰ অভাৱ দূৰ কৰিবলৈ সভাপতি ভূপেন বৰাৰ আহ্বান- জনতাই আৰ্থিক সহায় কৰক কংগ্ৰেছক৷ পিছে, দুদিন পূৰ্বলৈ আৰ্থিক সংকটত ভোগা কংগ্ৰেছৰ হঠাৎ ঘূৰি আহিল নেকি শক্তি! যাৰবাবে বিজেপিৰ সমান্তৰালকৈ নিৰ্বাচনী যুঁজত যুঁজিবলৈ সাজু কংগ্ৰেছ৷ বিজেপিৰ সমানে কংগ্ৰেছেও আকাশত উৰাব টকা৷ ঘণ্টাত লক্ষ লক্ষ টকা উৰাবলৈ সাজু কংগ্ৰেছ৷ বুধবাৰে খানাপাৰাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই আৰম্ভ কৰিলে যাত্ৰা৷ খানাপাৰাৰ পৰা ডিফুলৈ উৰিল ভূপেন বৰাৰ হেলিকপ্টাৰ৷ লক্ষ্য ডিফু, শিলচৰৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল৷ এফালে দলীয় আৰ্থিক সংকট আৰু আনফালে দলৰ প্ৰাৰ্থীৰ পৰা টকা সংগ্ৰহ৷ নিৰ্বাচনী বতৰত এনে কেতবোৰ চৰ্চাই এতিয়া কংগ্ৰেছক ব্যাপক ক্ষতি কৰাৰ দিশে আগবাঢ়িছে৷ কিয়নো বৰপেটাৰ প্ৰাৰ্থী দুলু আহমেদে প্ৰথমে উচ্চাৰিত কৰিছিল এই কথা৷ তাৰ পিছত সমান্তৰালকৈ ৰমেন বৰঠাকুৰেও দলত থাকি টকা দিয়াৰ কথা উচ্চাৰণ কৰিছে৷ তেনে সময়ত এতিয়া পুনৰবাৰ আঘাতৰ সন্মুখীন হৈছে কংগ্ৰেছ। অসমৰ বাতৰি / খবৰ / অসম / Congress : আৰ্থিক সংকটত কংগ্ৰেছ! হেলিকপ্টাৰ লৈ ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ Congress : আৰ্থিক সংকটত কংগ্ৰেছ! হেলিকপ্টাৰ লৈ ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ দুদিন পূৰ্বলৈ আৰ্থিক সংকটত ভোগা কংগ্ৰেছৰ হঠাৎ ঘূৰি আহিল নেকি শক্তি! যাৰবাবে বিজেপিৰ সমান্তৰালকৈ নিৰ্বাচনী যুঁজত যুঁজিবলৈ সাজু কংগ্ৰেছ৷ অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : April 3, 2024, 6:16 pm IST Published By : Sanjay Kumar Das Reported By : BALEN BHATTACHARYYA সম্পৰ্কীয় বাতৰি আৰ্থিক সংকটত ভোগা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত উৰিল হেলিকপ্টাৰ৷ হয়, ৰাজ্যত ধনৰ অভাৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ৷ কংগ্ৰেছ কমিটীৰ ধনৰ অভাৱ দূৰ কৰিবলৈ সভাপতি ভূপেন বৰাৰ আহ্বান- জনতাই আৰ্থিক সহায় কৰক কংগ্ৰেছক৷ পিছে, দুদিন পূৰ্বলৈ আৰ্থিক সংকটত ভোগা কংগ্ৰেছৰ হঠাৎ ঘূৰি আহিল নেকি শক্তি! যাৰবাবে বিজেপিৰ সমান্তৰালকৈ নিৰ্বাচনী যুঁজত যুঁজিবলৈ সাজু কংগ্ৰেছ৷ বিজেপিৰ সমানে কংগ্ৰেছেও আকাশত উৰাব টকা৷ ঘণ্টাত লক্ষ লক্ষ টকা উৰাবলৈ সাজু কংগ্ৰেছ৷ বুধবাৰে খানাপাৰাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই আৰম্ভ কৰিলে যাত্ৰা৷ খানাপাৰাৰ পৰা ডিফুলৈ উৰিল ভূপেন বৰাৰ হেলিকপ্টাৰ৷ লক্ষ্য ডিফু, শিলচৰৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল৷ বিজ্ঞাপন এফালে দলীয় আৰ্থিক সংকট আৰু আনফালে দলৰ প্ৰাৰ্থীৰ পৰা টকা সংগ্ৰহ৷ নিৰ্বাচনী বতৰত এনে কেতবোৰ চৰ্চাই এতিয়া কংগ্ৰেছক ব্যাপক ক্ষতি কৰাৰ দিশে আগবাঢ়িছে৷ কিয়নো বৰপেটাৰ প্ৰাৰ্থী দুলু আহমেদে প্ৰথমে উচ্চাৰিত কৰিছিল এই কথা৷ তাৰ পিছত সমান্তৰালকৈ ৰমেন বৰঠাকুৰেও দলত থাকি টকা দিয়াৰ কথা উচ্চাৰণ কৰিছে৷ তেনে সময়ত এতিয়া পুনৰবাৰ আঘাতৰ সন্মুখীন হৈছে কংগ্ৰেছ। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Assam News , Bhupen Bora First Published : April 3, 2024, 6:16 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.