ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত উজ্বলিল গুৱাহাটীৰ ১০ জন খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ১০গৰাকী শিশু, কিশোৰ-কিশোৰীৰ সফলতা। কলকাতাত অনুষ্ঠিত সদ্যসমাপ্ত সর্বভাৰতীয় পর্যায়ৰ ৰাষ্ট্রীয় অপেন ফুল কণ্টেক্ট কাৰাটেত (National Open Full Contact Karate Championship) ১৩টা পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ১০গৰাকী খেলুৱৈয়ে। ভেটাপাৰাস্থিত ৰয়েল মার্চিয়েল আৰ্টছ এণ্ড ফিটনেছ চেণ্টাৰৰ পৰা অংশগ্ৰহণ কৰিছিল খেলুৱৈ সকলে। মুঠ ১৩গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ১০গৰাকী খেলুৱৈয়ে ১৩ টাকৈ পদক বুটলিবলৈ সক্ষম হৈছে। বন্দনা ৰাভা আৰু জোলনুৰ আলী আহমেদে দুটাকৈ স্বর্ণ লাভ কৰাৰ লগতে মিনাক্ষী কলিতা, মধুস্মিতা তালুকদাৰ, চহেল আহমেদ আৰু ধৃতিস্মিত চমুৱাই এটাকৈ স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে, নিলীম ৰাজকোঁৱৰ, জিহান কাশ্যপে এটাকৈ ৰূপ, অভিজ্ঞান ৰাজকোঁৱৰে এটা ৰূপ আৰু এটা ব্ৰঞ্জ। ইয়াৰ লগতে তিথেশ্বৰ ডেকাই এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ১৫, ১৬, ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মুঠ ১৫খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰথমবাৰৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত বেলেগ ৰাজ্যৰ খেলুৱৈয়ে উত্তৰ-পূবৰ খেলুৱৈ বুলি ক’লে অলপ ভয় কৰে বুলি উল্লেখ কৰে প্ৰশিক্ষক ৰূপজিত ৰয়ে। কিয়নো উত্তৰ-পূৱৰ সৰুৰ পৰা ডাঙৰ খেলুৱৈলৈকে ভাল খেল খেলে। এই সফলতাৰ বাবে প্ৰশিক্ষক ৰূপজিত ৰয়ে কয় এইদৰে- ‘‘খেলুৱৈ সকলে কঠোৰ পৰিশ্ৰম কৰিছে। মই যেনেকৈ প্ৰশিক্ষণ দিছোঁ ঠিক তেনেকৈ তেওঁলোকে শিকিছে। যিসকলে অতি মনোযোগেৰে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁলোকে পদক লাভ কৰিবলৈ সক্ষম হৈছে।’’ অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Guwahati News: ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত উজলিল গুৱাহাটীৰ ১০গৰাকী শিশু, কিশোৰ-কিশোৰী Guwahati News: ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত উজলিল গুৱাহাটীৰ ১০গৰাকী শিশু, কিশোৰ-কিশোৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত উজ্বলিল গুৱাহাটীৰ ১০ জন খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ১০গৰাকী শিশু, কিশোৰ-কিশোৰীৰ সফলতা। কলকাতাত অনুষ্ঠিত সদ্যসমাপ্ত সর্বভাৰতীয় পর্যায়ৰ ৰাষ্ট্রীয় অপেন ফুল কণ্টেক্ট কাৰাটেত (National Open Full Contact Karate Championship) ১৩টা পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ১০গৰাকী খেলুৱৈয়ে। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : November 30, 2024, 7:38 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটীৰ ১০গৰাকী শিশু, কিশোৰ-কিশোৰীৰ সফলতা। কলকাতাত অনুষ্ঠিত সদ্যসমাপ্ত সর্বভাৰতীয় পর্যায়ৰ ৰাষ্ট্রীয় অপেন ফুল কণ্টেক্ট কাৰাটেত (National Open Full Contact Karate Championship) ১৩টা পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ১০গৰাকী খেলুৱৈয়ে। ভেটাপাৰাস্থিত ৰয়েল মার্চিয়েল আৰ্টছ এণ্ড ফিটনেছ চেণ্টাৰৰ পৰা অংশগ্ৰহণ কৰিছিল খেলুৱৈ সকলে। মুঠ ১৩গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ১০গৰাকী খেলুৱৈয়ে ১৩ টাকৈ পদক বুটলিবলৈ সক্ষম হৈছে। বন্দনা ৰাভা আৰু জোলনুৰ আলী আহমেদে দুটাকৈ স্বর্ণ লাভ কৰাৰ লগতে মিনাক্ষী কলিতা, মধুস্মিতা তালুকদাৰ, চহেল আহমেদ আৰু ধৃতিস্মিত চমুৱাই এটাকৈ স্বর্ণ পদক লাভ কৰাৰ বিপৰীতে, নিলীম ৰাজকোঁৱৰ, জিহান কাশ্যপে এটাকৈ ৰূপ, অভিজ্ঞান ৰাজকোঁৱৰে এটা ৰূপ আৰু এটা ব্ৰঞ্জ। বিজ্ঞাপন ইয়াৰ লগতে তিথেশ্বৰ ডেকাই এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ১৫, ১৬, ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত মুঠ ১৫খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। প্ৰথমবাৰৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত বেলেগ ৰাজ্যৰ খেলুৱৈয়ে উত্তৰ-পূবৰ খেলুৱৈ বুলি ক’লে অলপ ভয় কৰে বুলি উল্লেখ কৰে প্ৰশিক্ষক ৰূপজিত ৰয়ে। কিয়নো উত্তৰ-পূৱৰ সৰুৰ পৰা ডাঙৰ খেলুৱৈলৈকে ভাল খেল খেলে। এই সফলতাৰ বাবে প্ৰশিক্ষক ৰূপজিত ৰয়ে কয় এইদৰে- ‘‘খেলুৱৈ সকলে কঠোৰ পৰিশ্ৰম কৰিছে। মই যেনেকৈ প্ৰশিক্ষণ দিছোঁ ঠিক তেনেকৈ তেওঁলোকে শিকিছে। যিসকলে অতি মনোযোগেৰে কঠোৰ পৰিশ্ৰম কৰিছে তেওঁলোকে পদক লাভ কৰিবলৈ সক্ষম হৈছে।’’ বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Guwahati , Sports News First Published : November 30, 2024, 7:38 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.