NEWS

Popular Singer Death: ৩৯ বছৰ বয়সতে সকলো শেষ! অকালতে অজান দেশলৈ গুচি গ’ল জনপ্ৰিয় কণ্ঠশিল্পী! শোকস্তব্ধ সংগীত জগত

সংগীত জগতলৈ পুনৰ এক দুঃখবৰ। চিৰদিনলৈ স্তব্ধ হৈ গ’ল সুৰীয়া কণ্ঠস্বৰ। ৩৯ বছৰত জনপ্ৰিয় সংগীত শিল্পী হানিয়া আছলামৰ দেহাৱসান। হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। ১১ আগষ্টত অজান দেশলৈ গুচি গ’ল জনপ্ৰিয় কণ্ঠশিল্পী হানিয়া আছলাম। জেব বাংগাছে তেওঁৰ মৃত্যুৰ খবৰ ইনষ্টাগ্ৰাম যোগে নিশ্চিত কৰিছে। সংগীত শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতত পৰিছে শোকৰ ছাঁ। ক’ক ষ্টুডিঅ’ পাকিস্তানত তেওঁৰ গীতে সকলোকে আপ্লুত কৰিছিল। ক’ক ষ্টুডিঅ’ৰ অনুষ্ঠানৰ পৰাই জনপ্ৰিয়তা শিখৰত আহিছিল হানিয়া। জেব আৰু হানিয়াৰ ‘‘চল দিয়া’’ গীতটো জনপ্ৰিয়তা লাভ কৰিছিল। পাকিস্তানৰ খুবেই প্ৰতিভাশালী কণ্ঠশিল্পী আছিল হানিয়া আছলাম। হানিয়া আছলাম গীতবোৰেও সকলোকে আপ্লুত কৰিছিল। হানিয়া আছলামৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পাকিস্তান সাংস্কৃতিক উদ্যোগ। হানিয়া আছলামৰ জন্ম হৈছিল কৰাচীত কিন্তু তেওঁ আমেৰিকা আৰু ইংলেণ্ডত অধ্যয়ন কৰিছিল। পাকিস্তানৰ সংগীত জগতলৈও বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Popular Singer Death: ৩৯ বছৰ বয়সতে সকলো শেষ! অকালতে অজান দেশলৈ গুচি গ’ল জনপ্ৰিয় কণ্ঠশিল্পী! শোকস্তব্ধ সংগীত জগত Popular Singer Death: ৩৯ বছৰ বয়সতে সকলো শেষ! অকালতে অজান দেশলৈ গুচি গ’ল জনপ্ৰিয় কণ্ঠশিল্পী! শোকস্তব্ধ সংগীত জগত সংগীত জগতলৈ পুনৰ এক দুঃখবৰ। চিৰদিনলৈ স্তব্ধ হৈ গ’ল সুৰীয়া কণ্ঠস্বৰ। ৩৯ বছৰত জনপ্ৰিয় সংগীত শিল্পী হানিয়া আছলামৰ দেহাৱসান। হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 12, 2024, 6:52 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি সংগীত জগতলৈ পুনৰ এক দুঃখবৰ। চিৰদিনলৈ স্তব্ধ হৈ গ’ল সুৰীয়া কণ্ঠস্বৰ। ৩৯ বছৰত জনপ্ৰিয় সংগীত শিল্পী হানিয়া আছলামৰ দেহাৱসান। হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। ১১ আগষ্টত অজান দেশলৈ গুচি গ’ল জনপ্ৰিয় কণ্ঠশিল্পী হানিয়া আছলাম। জেব বাংগাছে তেওঁৰ মৃত্যুৰ খবৰ ইনষ্টাগ্ৰাম যোগে নিশ্চিত কৰিছে। সংগীত শিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতত পৰিছে শোকৰ ছাঁ। বিজ্ঞাপন ক’ক ষ্টুডিঅ’ পাকিস্তানত তেওঁৰ গীতে সকলোকে আপ্লুত কৰিছিল। ক’ক ষ্টুডিঅ’ৰ অনুষ্ঠানৰ পৰাই জনপ্ৰিয়তা শিখৰত আহিছিল হানিয়া। জেব আৰু হানিয়াৰ ‘‘চল দিয়া’’ গীতটো জনপ্ৰিয়তা লাভ কৰিছিল। বিজ্ঞাপন পাকিস্তানৰ খুবেই প্ৰতিভাশালী কণ্ঠশিল্পী আছিল হানিয়া আছলাম। হানিয়া আছলাম গীতবোৰেও সকলোকে আপ্লুত কৰিছিল। হানিয়া আছলামৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পাকিস্তান সাংস্কৃতিক উদ্যোগ। হানিয়া আছলামৰ জন্ম হৈছিল কৰাচীত কিন্তু তেওঁ আমেৰিকা আৰু ইংলেণ্ডত অধ্যয়ন কৰিছিল। পাকিস্তানৰ সংগীত জগতলৈও বহু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News , Pakistan First Published : August 12, 2024, 6:49 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.