NEWS

India vs Spain Hockey: স্পেইনক পৰাস্ত কৰি অলিম্পিকত একেলেথাৰিয়ে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতীয় হকী দলৰ

হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত থকা ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰঞ্জৰ পদক প্লে অফৰ খেলখনত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰে। অলিম্পিকত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়টো পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টকিঅ’ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰেৰে দুয়োটা গ’ল দিয়ে। অভিজ্ঞ গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ এইখন আছিল অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। অলিম্পিকৰ পদক লাভ কৰি ভাৰতে শ্ৰীজেশক স্মৰণীয় বিদায় জনালে। উল্লেখযোগ্য যে, ভাৰতীয় দলটোৱে ১০ জন খেলুৱৈৰ সৈতে ২ মিনিট খেল অব্যাহত ৰাখিছিল। সুখজিৎ সিঙক গ্ৰীণ কাৰ্ড দেখুওৱা হৈছিল যাৰ বাবে ভাৰতে দহজন খেলুৱৈৰ সৈতে খেলিবলগীয়া হৈছিল। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / India vs Spain Hockey: স্পেইনক পৰাস্ত কৰি অলিম্পিকত একেলেথাৰিয়ে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতীয় হকী দলৰ India vs Spain Hockey: স্পেইনক পৰাস্ত কৰি অলিম্পিকত একেলেথাৰিয়ে দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতীয় হকী দলৰ India vs Spain Hockey: ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰে। অলিম্পিকত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়টো পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টকিঅ’ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 8, 2024, 7:34 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি হৰমনপ্ৰীত সিঙৰ অধিনায়কত্বত থকা ভাৰতীয় হকী দলটোৱে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ব্ৰঞ্জৰ পদক প্লে অফৰ খেলখনত ভাৰতে স্পেইনক ২-১ গ’লত পৰাস্ত কৰে। অলিম্পিকত ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়টো পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টকিঅ’ অলিম্পিকতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰেৰে দুয়োটা গ’ল দিয়ে। অভিজ্ঞ গ’লৰক্ষক পি আৰ শ্ৰীজেশৰ এইখন আছিল অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। অলিম্পিকৰ পদক লাভ কৰি ভাৰতে শ্ৰীজেশক স্মৰণীয় বিদায় জনালে। বিজ্ঞাপন উল্লেখযোগ্য যে, ভাৰতীয় দলটোৱে ১০ জন খেলুৱৈৰ সৈতে ২ মিনিট খেল অব্যাহত ৰাখিছিল। সুখজিৎ সিঙক গ্ৰীণ কাৰ্ড দেখুওৱা হৈছিল যাৰ বাবে ভাৰতে দহজন খেলুৱৈৰ সৈতে খেলিবলগীয়া হৈছিল। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Hockey , Indian Hockey Team , Paris Olympics 2024 First Published : August 8, 2024, 7:34 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.