NEWS

অৱসৰৰ কথা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ মুখত, জনাই দিলে কেতিয়া খেলিব অন্তিম মেচ

ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। ১০০খন টেষ্ট খেলিছে ৩৭ বছৰীয়া এইগৰাকী ক্ৰিকেটাৰে। টেষ্টত আছে ৫১৬টা উইকেট। এইগৰাকী ক্ৰিকেটাৰেই জনাই দিলে কেতিয়াও তেওঁ অৱসৰ গ্ৰহণ কৰিব বিচাৰে। ভাৰতৰ হৈ টেষ্টত আটাইতকৈ বেছি উইকেট আছে অনিল কুম্বলেৰ। তেওঁ ৬১৯টা উইকেট লৈছিল। অশ্বিনে কয়, ‘‘মই সেই ৰেকৰ্ড ভংগ কৰিব নিবিচাৰো। অনিল কুম্বলেৰ মই একান্ত অনুৰাগী। মই যদি ৬১৮টা উইকেট লাভ কৰো, সেই মেচতে অৱসৰ গ্ৰহণ কৰিম। সেয়াই মোৰ অন্তিম মেচ হ’ব।’’ কুম্বলেই অৱসৰ লোৱাৰ তিনি বছৰ পিছত অভিষেক ঘটিছিল ৰবিচন্দ্ৰন অশ্বিনৰ। প্ৰথম মেচ খেলিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। সেই মেচত নটা উইকেট লৈ শ্ৰেষ্ঠ হৈছিল তেওঁ। ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰিছিল। ২২টা উইকেট লৈছিল। ১২১ ৰান সংগ্ৰহ কৰিছিল অশ্বিনে। অশ্বিনে কেৱল মাত্ৰ স্পীনাৰ হিচাপে নহয়, অলৰাউণ্ডাৰ হিচাপে ভাৰতক কেইবাখনো মেচত জয়লাভ কৰোৱাইছে। এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ১১৬খন মেচ খেলিছে। লৈছে ১৫৬টা উইকেট। টি-২০ মেচ খেলিছে ৬৫খন। মুঠ ৭২টা উইকেট লৈছে এইপৰ্যন্ত। সকলো ধৰণৰ ক্ৰিকেটতে এটা সময়ত নিয়মীয়া খেলুৱৈ আছিল অশ্বিন। যদিও এতিয়া নিয়মিত খেলুৱৈ নহয়। ২০২৩ চনৰ বিশ্বকাপৰ দলতো আছিল অশ্বিন। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / অৱসৰৰ কথা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ মুখত, জনাই দিলে কেতিয়া খেলিব অন্তিম মেচ অৱসৰৰ কথা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ মুখত, জনাই দিলে কেতিয়া খেলিব অন্তিম মেচ টেষ্টত আছে ৫১৬টা উইকেট। এইগৰাকী ক্ৰিকেটাৰেই জনাই দিলে কেতিয়াও তেওঁ অৱসৰ গ্ৰহণ কৰিব বিচাৰে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 17, 2024, 11:35 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। ১০০খন টেষ্ট খেলিছে ৩৭ বছৰীয়া এইগৰাকী ক্ৰিকেটাৰে। টেষ্টত আছে ৫১৬টা উইকেট। এইগৰাকী ক্ৰিকেটাৰেই জনাই দিলে কেতিয়াও তেওঁ অৱসৰ গ্ৰহণ কৰিব বিচাৰে। ভাৰতৰ হৈ টেষ্টত আটাইতকৈ বেছি উইকেট আছে অনিল কুম্বলেৰ। তেওঁ ৬১৯টা উইকেট লৈছিল। অশ্বিনে কয়, ‘‘মই সেই ৰেকৰ্ড ভংগ কৰিব নিবিচাৰো। অনিল কুম্বলেৰ মই একান্ত অনুৰাগী। মই যদি ৬১৮টা উইকেট লাভ কৰো, সেই মেচতে অৱসৰ গ্ৰহণ কৰিম। সেয়াই মোৰ অন্তিম মেচ হ’ব।’’ বিজ্ঞাপন কুম্বলেই অৱসৰ লোৱাৰ তিনি বছৰ পিছত অভিষেক ঘটিছিল ৰবিচন্দ্ৰন অশ্বিনৰ। প্ৰথম মেচ খেলিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। সেই মেচত নটা উইকেট লৈ শ্ৰেষ্ঠ হৈছিল তেওঁ। ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো লাভ কৰিছিল। ২২টা উইকেট লৈছিল। ১২১ ৰান সংগ্ৰহ কৰিছিল অশ্বিনে। অশ্বিনে কেৱল মাত্ৰ স্পীনাৰ হিচাপে নহয়, অলৰাউণ্ডাৰ হিচাপে ভাৰতক কেইবাখনো মেচত জয়লাভ কৰোৱাইছে। এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ ১১৬খন মেচ খেলিছে। লৈছে ১৫৬টা উইকেট। টি-২০ মেচ খেলিছে ৬৫খন। মুঠ ৭২টা উইকেট লৈছে এইপৰ্যন্ত। সকলো ধৰণৰ ক্ৰিকেটতে এটা সময়ত নিয়মীয়া খেলুৱৈ আছিল অশ্বিন। যদিও এতিয়া নিয়মিত খেলুৱৈ নহয়। ২০২৩ চনৰ বিশ্বকাপৰ দলতো আছিল অশ্বিন। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: cricket First Published : August 17, 2024, 11:13 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.