NEWS

বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান

ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃসংবাদ। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান৷ অসমীয়া কথাছবি ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’কে ধৰি ১৫ খনৰো অধিক ছবিত অভিনয় কৰিছিল৷ জুনু বৰুৱাই বহুকেইখন নাটক আৰু দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল৷ বাৰ্ধক্যজনিত কাৰণত আজি শেষ নিশ্বাস ত্যাগ কৰে জুনু বৰুৱাই। মৃত্যুৰ পূৰ্বলৈকে বান থিয়েটাৰৰ উপঃসভাপতি পদত অধিস্থিত আছিল জুনু বৰুৱা৷ তেজপুৰ ঊষানগৰ নিবাসী জুনু বৰুৱাৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত জুনু বৰুৱাৰ বয়স আছিল ৭৬ বছৰ৷ আৰু পঢ়ক: গুৱাহাটীত উত্তৰ প্ৰদেশৰ ব্যৱসায়ীক হত্যা! আৰক্ষীয়ে সোধাপোছা কৰা কোন এই ‘ৰহস্যময়ী’ মহিলা আৰু যুৱতী? ৰহস্যঘন এই হত্যাকাণ্ডৰ আঁৰত কোন? ১৯৬৯ চনত মুক্তি লাভ কৰিছিল ডঃ বেজবৰুৱা ছবিখনে। অসমীয়া ছবিজগত অন্যতম জনপ্ৰিয় ছবিৰূপে পৰিগণিত হৈছিল ডঃ বেজবৰুৱা। নিপন গোস্বামী, বজ্ৰেন বৰুৱা, বিজ ফুকনৰ দুৰ্দান্ত অভিনয় এতিয়া অসমীয়া ছবিপ্ৰেমী মাজত সাজ বহি আছে। আনহাতে জুনু বৰুৱাই অভিনয় কৰা ১৯৭৯ চনত মুক্তি লাভ কৰিছিল জনছ মহলীয়াই পৰিচালন কৰা ‘দূৰণীৰ ৰঙ’ ছবিখনে। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, বিজু ফুকন, অৰুণ নাথ আদি শিল্পীয়ে। জুনু বৰুৱাৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Junu Baruah Passes Away: ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’ৰ পৰা মঞ্চ অভিনয়লৈ..., বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান Junu Baruah Passes Away: ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’ৰ পৰা মঞ্চ অভিনয়লৈ..., বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃসংবাদ। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান৷ অসমীয়া কথাছবি ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’কে ধৰি ১৫ খনৰো অধিক ছবিত অভিনয় কৰিছিল৷ অধিক পঢ়ক … 1-MIN READ Assam Tezpur,Sonitpur,Assam Last Updated : July 12, 2024, 1:01 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : HEMANTA KUMAR NATH সম্পৰ্কীয় বাতৰি ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক দুঃসংবাদ। মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাৰ দেহাৱসান৷ অসমীয়া কথাছবি ‘ডঃ বেজবৰুৱা’, ‘দূৰণীৰ ৰং’কে ধৰি ১৫ খনৰো অধিক ছবিত অভিনয় কৰিছিল৷ জুনু বৰুৱাই বহুকেইখন নাটক আৰু দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল৷ বাৰ্ধক্যজনিত কাৰণত আজি শেষ নিশ্বাস ত্যাগ কৰে জুনু বৰুৱাই। মৃত্যুৰ পূৰ্বলৈকে বান থিয়েটাৰৰ উপঃসভাপতি পদত অধিস্থিত আছিল জুনু বৰুৱা৷ তেজপুৰ ঊষানগৰ নিবাসী জুনু বৰুৱাৰ মৃত্যুত সমগ্ৰ তেজপুৰতে শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত জুনু বৰুৱাৰ বয়স আছিল ৭৬ বছৰ৷ বিজ্ঞাপন আৰু পঢ়ক: গুৱাহাটীত উত্তৰ প্ৰদেশৰ ব্যৱসায়ীক হত্যা! আৰক্ষীয়ে সোধাপোছা কৰা কোন এই ‘ৰহস্যময়ী’ মহিলা আৰু যুৱতী? ৰহস্যঘন এই হত্যাকাণ্ডৰ আঁৰত কোন? ১৯৬৯ চনত মুক্তি লাভ কৰিছিল ডঃ বেজবৰুৱা ছবিখনে। অসমীয়া ছবিজগত অন্যতম জনপ্ৰিয় ছবিৰূপে পৰিগণিত হৈছিল ডঃ বেজবৰুৱা। নিপন গোস্বামী, বজ্ৰেন বৰুৱা, বিজ ফুকনৰ দুৰ্দান্ত অভিনয় এতিয়া অসমীয়া ছবিপ্ৰেমী মাজত সাজ বহি আছে। আনহাতে জুনু বৰুৱাই অভিনয় কৰা ১৯৭৯ চনত মুক্তি লাভ কৰিছিল জনছ মহলীয়াই পৰিচালন কৰা ‘দূৰণীৰ ৰঙ’ ছবিখনে। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, বিজু ফুকন, অৰুণ নাথ আদি শিল্পীয়ে। জুনু বৰুৱাৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News First Published : July 12, 2024, 12:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.