পুৱাই মহানগৰীৰ ফাঁচি বজাৰত বিধ্বংসী অগ্নিকাণ্ড। এখন পাটৰ কাপোৰৰ দোকানত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। জৰিৱালা ফেশ্বন হাউচত সংঘটিত অগ্নিকাণ্ড। ভস্মীভূত হয় লক্ষাধিক টকাৰ সম্পত্তি। ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই। অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ কাপোৰ ভস্মীভূত হৈছে। অসমৰ বাতৰি / খবৰ / অসম / Guwahati News: মহানগৰীৰ ফাঁচী বজাৰত পুৱাই বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি Guwahati News: মহানগৰীৰ ফাঁচী বজাৰত পুৱাই বিধ্বংসী অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি এখন পাটৰ কাপোৰৰ দোকানত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। জৰিৱালা ফেশ্বন হাউচত সংঘটিত অগ্নিকাণ্ড। ভস্মীভূত হয় লক্ষাধিক টকাৰ সম্পত্তি। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : April 23, 2024, 9:17 am IST Published By : Subham Goswami Reported By : HIROK JYOTI MALAKAR সম্পৰ্কীয় বাতৰি পুৱাই মহানগৰীৰ ফাঁচি বজাৰত বিধ্বংসী অগ্নিকাণ্ড। এখন পাটৰ কাপোৰৰ দোকানত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। জৰিৱালা ফেশ্বন হাউচত সংঘটিত অগ্নিকাণ্ড। ভস্মীভূত হয় লক্ষাধিক টকাৰ সম্পত্তি। ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই। অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ কাপোৰ ভস্মীভূত হৈছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: fancybazar , Fire breaks , Guwahati First Published : April 23, 2024, 9:15 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.