ঝুনাকংকন ভূঞাঃ হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী বৈতৰণী পাৰ হৈয়েই হামাছলৈ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ। ২০ জানুৱাৰীৰ ভিতৰত পণবন্দীক মুক্ত কৰি নিদিলে যিকোনো পৰ্যায়লৈকে যাব বুলি ঘোষণা ট্ৰাম্পৰ। সামাজিক মাধ্যমত ট্ৰাম্পে লিখিছে। আমেৰিকাৰ দীঘলীয়া আৰু ঐতিহ্যমণ্ডিত ইতিহাসত যিমান আঘাত পাইছে তাতকৈ আঘাতকাৰীক অধিক আঘাত কৰিব বুলি ট্ৰাম্পৰ হুংকাৰ। গাজাৰ উগ্ৰপন্থীক ২০২৫ৰ ২০ জানুৱাৰীলৈকে দিন বান্ধি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। লক্ষণীয়ভাৱে ২৫ জানুৱাৰীতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ট্ৰাম্পে। ইজৰাইলৰ প্ৰতি সমৰ্থন আৰু বাইডেনৰ সমালোচনাৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে। আৰু পঢ়ক: বিয়াৰ ৪দিন পূৰ্বে ঘাতকৰ হাত প্ৰাণ গৈছিল পিতৃ-মাতৃ-ভগ্নীৰ! একেটা ঘৰতে পৰি আছিল ৪টাকৈ মৃতদেহ! ২২ নৱেম্বৰত কি হৈছিল নৱস্মিতাৰ ঘৰৰ ভিতৰত? ৰূপহীহাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ A to Z উল্লেখ্য যে বিদায়ী ৰাষ্ট্ৰপতি বাইডেন প্ৰশাসনে গাজাত ইজৰাইলৰ যুদ্ধৰ অন্ত পেলোৱাত সফল নহ’ল। ১৪ মাহ পূৰ্বে জব্দ কৰা পণবন্দীসকলকো মুক্ত কৰাত ব্যৰ্থ বাইডেন। সেই সূত্ৰেই আগ্ৰাসী হৈছে ড’নাল্ড ট্ৰাম্প। আৰু পঢ়ক: ৫০০ৰো অধিক লোকগীত পৰিৱেশনৰে অভিলেখ, আজি কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী তথ্য অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ ফলত ১২০৮গৰাকী লোকৰ মৃত্যু হৈছিল, বেছিভাগেই সাধাৰণ নাগৰিক। অসমৰ বাতৰি / খবৰ / বিশ্ব / Trump Warns Hamas: ২০ জানুৱাৰীয়েই শেষ দিন, অন্যথা...! হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ Trump Warns Hamas: ২০ জানুৱাৰীয়েই শেষ দিন, অন্যথা...! হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী বৈতৰণী পাৰ হৈয়েই হামাছলৈ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ। ২০ জানুৱাৰীৰ ভিতৰত পণবন্দীক মুক্ত কৰি নিদিলে যিকোনো পৰ্যায়লৈকে যাব বুলি ঘোষণা ট্ৰাম্পৰ। সামাজিক মাধ্যমত ট্ৰাম্পে লিখিছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 3, 2024, 11:08 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি ঝুনাকংকন ভূঞাঃ হামাছলৈ ৰঙা চকু দ্বিতীয়বাৰলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী বৈতৰণী পাৰ হৈয়েই হামাছলৈ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ। ২০ জানুৱাৰীৰ ভিতৰত পণবন্দীক মুক্ত কৰি নিদিলে যিকোনো পৰ্যায়লৈকে যাব বুলি ঘোষণা ট্ৰাম্পৰ। সামাজিক মাধ্যমত ট্ৰাম্পে লিখিছে। আমেৰিকাৰ দীঘলীয়া আৰু ঐতিহ্যমণ্ডিত ইতিহাসত যিমান আঘাত পাইছে তাতকৈ আঘাতকাৰীক অধিক আঘাত কৰিব বুলি ট্ৰাম্পৰ হুংকাৰ। বিজ্ঞাপন গাজাৰ উগ্ৰপন্থীক ২০২৫ৰ ২০ জানুৱাৰীলৈকে দিন বান্ধি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। লক্ষণীয়ভাৱে ২৫ জানুৱাৰীতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ট্ৰাম্পে। ইজৰাইলৰ প্ৰতি সমৰ্থন আৰু বাইডেনৰ সমালোচনাৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে। আৰু পঢ়ক: বিয়াৰ ৪দিন পূৰ্বে ঘাতকৰ হাত প্ৰাণ গৈছিল পিতৃ-মাতৃ-ভগ্নীৰ! একেটা ঘৰতে পৰি আছিল ৪টাকৈ মৃতদেহ! ২২ নৱেম্বৰত কি হৈছিল নৱস্মিতাৰ ঘৰৰ ভিতৰত? ৰূপহীহাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ A to Z বিজ্ঞাপন উল্লেখ্য যে বিদায়ী ৰাষ্ট্ৰপতি বাইডেন প্ৰশাসনে গাজাত ইজৰাইলৰ যুদ্ধৰ অন্ত পেলোৱাত সফল নহ’ল। ১৪ মাহ পূৰ্বে জব্দ কৰা পণবন্দীসকলকো মুক্ত কৰাত ব্যৰ্থ বাইডেন। সেই সূত্ৰেই আগ্ৰাসী হৈছে ড’নাল্ড ট্ৰাম্প। আৰু পঢ়ক: ৫০০ৰো অধিক লোকগীত পৰিৱেশনৰে অভিলেখ, আজি কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ মৃত্যুবাৰ্ষিকী তথ্য অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা আটাইতকৈ মাৰাত্মক আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ ফলত ১২০৮গৰাকী লোকৰ মৃত্যু হৈছিল, বেছিভাগেই সাধাৰণ নাগৰিক। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Donald Trump First Published : December 3, 2024, 11:02 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.