NEWS

Khel Maharan 2.O: গোলাঘাটৰ খুমটাইত খেল মহাৰণলৈ ৰাইজৰ ব্যাপক সঁহাৰি, অংশগ্ৰহণ কৰে আফ্ৰিকাৰ এজন খেলুৱৈয়ে

গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা খেল মহাৰণত অংশগ্ৰহণ কৰে আফ্ৰিকাৰ এজন খেলুৱৈ। গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা খেল মহাৰণত উপস্থিত হয় আফ্ৰিকাৰ এজন খেলুৱৈ। অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা বিকাশৰ বাবে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে খেল মহাৰণ। অসমৰ ক্ৰীড়া ইতিহাসত সৰ্ববৃহৎ প্ৰতিযোগিতা এই খেল মহাৰণ। ৰাজ্যত ক্ৰীড়াৰ জাগৰণৰ উদ্দেশ্যে অসমৰ প্ৰান্তে-প্ৰান্তে আৰম্ভ হৈছে খেল মহাৰণ। ফুটবল, ভলীবল, কাবাডী আদি খেলৰ সমাহাৰেৰে খেল মহাৰণ হৈ পৰিছে অতিকৈ আকৰ্ষণীয়। ক্ৰীড়াৰে জগত জিনিবলৈ সম্ভাৱনাময় খেলুৱৈক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যেৰে অসমৰ গাঁৱে-ভূঞে অনুষ্ঠিত হৈছে খেল মহাৰণৰ কাৰ্যসূচী। ক্ৰীড়া প্ৰতিভাক জাগ্ৰত কৰাৰ উদ্দেশ্যৰে গাঁৱে-ভূঞে অনুষ্ঠিত হোৱা খেল মহাৰণত অংশ লৈছে বহু প্ৰতিভাৱান খেলুৱৈয়ে। শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ এক বিশেষ অংগ হৈছে ক্ৰীড়া। ক্ৰীড়া জগতলৈ অসমৰ খেলুৱৈয়ে ইটোৰ পাছত সিটোকৈ সুনাম অৰ্জন কৰি গৈছে। এই খেল মহাৰণৰ জৰিয়তেও অসমৰ বহুতো প্ৰতিভাৱান খেলুৱৈয়ে নিজৰ প্ৰতিভা বিকাশৰ বাবে লাভ কৰিছে এক নতুন সুৰ্বণ সুযোগ। ব্যতিক্ৰম নহয় গোলাঘাটৰ খুমটাইৰ পৰিৱেশ। ভালেসংখ্যক খেলুৱৈৰ অংশগ্ৰহণ দেখা গ’ল খেল মহাৰণত। ইয়াৰ সমান্তৰালকৈ দেখা গ’ল আফ্ৰিকাৰ এজন খেলুৱৈৰ উপস্থিতি। আফ্ৰিকাৰ পৰা আহি খুমটাইত উপস্থিত হয় খেলুৱৈগৰাকী। চাইকেল চলাই অংশ ল’লে খেল মহাৰণত। অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ ল’লে খেলুৱৈগৰাকীয়ে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই খেল মহাৰণত অংশগ্ৰহণ কৰি উৎসাহিত কৰে প্ৰতিযোগীসকলক। খুমটাই সমষ্টিৰ হাবিছোৱা, বেতিয়নী পঞ্চায়তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে খেল মহাৰণত। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Khel Maharan 2.O: গোলাঘাটৰ খুমটাইত খেল মহাৰণলৈ ৰাইজৰ ব্যাপক সঁহাৰি, অংশগ্ৰহণ কৰে আফ্ৰিকাৰ এজন খেলুৱৈয়ে Khel Maharan 2.O: গোলাঘাটৰ খুমটাইত খেল মহাৰণলৈ ৰাইজৰ ব্যাপক সঁহাৰি, অংশগ্ৰহণ কৰে আফ্ৰিকাৰ এজন খেলুৱৈয়ে গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা খেল মহাৰণত অংশগ্ৰহণ কৰে আফ্ৰিকাৰ এজন খেলুৱৈ। গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা খেল মহাৰণত উপস্থিত হয় আফ্ৰিকাৰ এজন খেলুৱৈ। অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা বিকাশৰ বাবে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে খেল মহাৰণ। অধিক পঢ়ক … 1-MIN READ local18 Golaghat,Assam Last Updated : November 20, 2024, 3:54 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Poran Deka সম্পৰ্কীয় বাতৰি গোলাঘাটৰ খুমটাইত অনুষ্ঠিত হোৱা খেল মহাৰণত উপস্থিত হয় আফ্ৰিকাৰ এজন খেলুৱৈ। অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভা বিকাশৰ বাবে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে খেল মহাৰণ। অসমৰ ক্ৰীড়া ইতিহাসত সৰ্ববৃহৎ প্ৰতিযোগিতা এই খেল মহাৰণ। ৰাজ্যত ক্ৰীড়াৰ জাগৰণৰ উদ্দেশ্যে অসমৰ প্ৰান্তে-প্ৰান্তে আৰম্ভ হৈছে খেল মহাৰণ। ফুটবল, ভলীবল, কাবাডী আদি খেলৰ সমাহাৰেৰে খেল মহাৰণ হৈ পৰিছে অতিকৈ আকৰ্ষণীয়। ক্ৰীড়াৰে জগত জিনিবলৈ সম্ভাৱনাময় খেলুৱৈক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যেৰে অসমৰ গাঁৱে-ভূঞে অনুষ্ঠিত হৈছে খেল মহাৰণৰ কাৰ্যসূচী। বিজ্ঞাপন ক্ৰীড়া প্ৰতিভাক জাগ্ৰত কৰাৰ উদ্দেশ্যৰে গাঁৱে-ভূঞে অনুষ্ঠিত হোৱা খেল মহাৰণত অংশ লৈছে বহু প্ৰতিভাৱান খেলুৱৈয়ে। শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ এক বিশেষ অংগ হৈছে ক্ৰীড়া। ক্ৰীড়া জগতলৈ অসমৰ খেলুৱৈয়ে ইটোৰ পাছত সিটোকৈ সুনাম অৰ্জন কৰি গৈছে। এই খেল মহাৰণৰ জৰিয়তেও অসমৰ বহুতো প্ৰতিভাৱান খেলুৱৈয়ে নিজৰ প্ৰতিভা বিকাশৰ বাবে লাভ কৰিছে এক নতুন সুৰ্বণ সুযোগ। ব্যতিক্ৰম নহয় গোলাঘাটৰ খুমটাইৰ পৰিৱেশ। ভালেসংখ্যক খেলুৱৈৰ অংশগ্ৰহণ দেখা গ’ল খেল মহাৰণত। ইয়াৰ সমান্তৰালকৈ দেখা গ’ল আফ্ৰিকাৰ এজন খেলুৱৈৰ উপস্থিতি। আফ্ৰিকাৰ পৰা আহি খুমটাইত উপস্থিত হয় খেলুৱৈগৰাকী। চাইকেল চলাই অংশ ল’লে খেল মহাৰণত। অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ ল’লে খেলুৱৈগৰাকীয়ে। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই খেল মহাৰণত অংশগ্ৰহণ কৰি উৎসাহিত কৰে প্ৰতিযোগীসকলক। খুমটাই সমষ্টিৰ হাবিছোৱা, বেতিয়নী পঞ্চায়তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে খেল মহাৰণত। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , local18 First Published : November 20, 2024, 3:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.