NEWS

Assam Congress: প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই যোগ দিলে ভাৰতীয় জাতীয় কংগ্ৰেছত

শুকুৰবাৰে কংগ্ৰেছত দুটাকৈ যোগদান কাৰ্যসূচী সম্পন্ন হয়। পুৱা নলবাৰীত বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ যোগদানৰ পাছত বিয়লি বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকদ্বয় পৃথ্বিৰাজ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে বহুকেইগৰাকী নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাই। তেওঁৰ উপৰি ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ, প্ৰাক্তন APS বিষয়া মনোজ কুমাৰ লহকৰ, প্ৰাক্তন DTO ৰফিকুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুমী বুঢ়াগোহাঁই, AJYCPৰ নেতা জিতু চৌধুৰী, আটাছুৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক নীলমণি চাংমাই, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাৰায়ণ দেবসহ কেইবাগৰাকীও লোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে। অসমৰ বাতৰি / খবৰ / অসম / Assam Congress: প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই যোগ দিলে ভাৰতীয় জাতীয় কংগ্ৰেছত Assam Congress: প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই যোগ দিলে ভাৰতীয় জাতীয় কংগ্ৰেছত শুকুৰবাৰে কংগ্ৰেছত দুটাকৈ যোগদান কাৰ্যসূচী সম্পন্ন হয়। পুৱা নলবাৰীত বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ যোগদানৰ পাছত বিয়লি বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 9, 2024, 8:09 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি শুকুৰবাৰে কংগ্ৰেছত দুটাকৈ যোগদান কাৰ্যসূচী সম্পন্ন হয়। পুৱা নলবাৰীত বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ যোগদানৰ পাছত বিয়লি বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। গুৱাহাটী ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকদ্বয় পৃথ্বিৰাজ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে বহুকেইগৰাকী নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাই। বিজ্ঞাপন তেওঁৰ উপৰি ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ, প্ৰাক্তন APS বিষয়া মনোজ কুমাৰ লহকৰ, প্ৰাক্তন DTO ৰফিকুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুমী বুঢ়াগোহাঁই, AJYCPৰ নেতা জিতু চৌধুৰী, আটাছুৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক নীলমণি চাংমাই, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাৰায়ণ দেবসহ কেইবাগৰাকীও লোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: All India Congress Committee First Published : August 9, 2024, 8:09 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.