NEWS

Healthy Food: কোষ্ঠকাঠিন্যতা, গেছৰ সমস্যা দূৰ কৰিবলৈ খাওক এই পাচলি, কলেষ্টৰেল নিয়ন্ত্ৰিত কৰি ৰখাতো কৰে যথেষ্ট সহায়

অতীজৰে পৰা শাক-পাচলিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ কৰি থকা হৈছে। বহুতো ঔষধি গুণ থকা এই পাচলিসমূহ আমি নিয়মিত খালে বেমাৰ-আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব পাৰো। এনে এবিধ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ পাচলি হ’ল ভেন্দি। Dietician পৌলমী বেনাৰ্জী মতে ভেণ্ডিত আছে বহুতো ঔষধি গুণ। ভেন্দিত যথেষ্ঠ আঁহ থাকে যাৰ বাবে ই শৰীৰত হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যতা অথবা গেছ কম কৰাত বহু পৰিমাণে সহায় কৰে। ভেন্দিত থকা আঁহে শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰিত কৰি ৰখাত যথেষ্ট সহায় কৰে। পৰ্যাপ্ত পৰিমাণে ভিটামিন চি থকাৰ বাবে ভেন্দিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আৰু অধিক বৃদ্ধি কৰি তুলে। ভেন্দিত অধিক পৰিমাণে ভিটামিন এ অথবা এণ্টি অক্সিডেণ্টি থকাৰ বাবে ই আমাৰ চকু সুৰক্ষিত কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে। ভেন্দিত আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থাকে। যাৰ বাবে ই ডায়েবেটিচ ৰোগী সকলৰ বাবে এবিধ মহৌষধি পাচলি। ভেন্দিত থকা পটেছিয়ামে শৰীৰত ছ’ডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাতো বহু পৰিমাণে সহায় কৰে ফলত উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ হয়। হাপানিত ভুগি থকা লোক সকলেও নিয়মিত ভেন্দি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। এনে বহুতো গুণেৰে সমৃদ্ধ ভেন্দি আমি আমাৰ খাদ্য সম্ভাৰত দৈনন্দিন ব্যৱহাৰ কৰাতো অতিকৈ প্ৰয়োজনীয়। অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / Healthy Food: কোষ্ঠকাঠিন্যতা, গেছৰ সমস্যা দূৰ কৰিবলৈ খাওক এই পাচলি, কলেষ্টৰেল নিয়ন্ত্ৰিত কৰি ৰখাতো কৰে যথেষ্ট সহায় Healthy Food: কোষ্ঠকাঠিন্যতা, গেছৰ সমস্যা দূৰ কৰিবলৈ খাওক এই পাচলি, কলেষ্টৰেল নিয়ন্ত্ৰিত কৰি ৰখাতো কৰে যথেষ্ট সহায় ভেন্দিত যথেষ্ঠ আঁহ থাকে যাৰ বাবে ই শৰীৰত হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকঠিন্যতা অথবা গেছ কম কৰাত বহু পৰিমাণে সহায় কৰে। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 13, 2024, 4:34 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Gautom Jyoti Sarmah সম্পৰ্কীয় বাতৰি অতীজৰে পৰা শাক-পাচলিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ কৰি থকা হৈছে। বহুতো ঔষধি গুণ থকা এই পাচলিসমূহ আমি নিয়মিত খালে বেমাৰ-আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব পাৰো। এনে এবিধ পুষ্টিকৰ উপাদানেৰে ভৰপূৰ পাচলি হ’ল ভেন্দি। Dietician পৌলমী বেনাৰ্জী মতে ভেণ্ডিত আছে বহুতো ঔষধি গুণ। ভেন্দিত যথেষ্ঠ আঁহ থাকে যাৰ বাবে ই শৰীৰত হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্যতা অথবা গেছ কম কৰাত বহু পৰিমাণে সহায় কৰে। ভেন্দিত থকা আঁহে শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰিত কৰি ৰখাত যথেষ্ট সহায় কৰে। পৰ্যাপ্ত পৰিমাণে ভিটামিন চি থকাৰ বাবে ভেন্দিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আৰু অধিক বৃদ্ধি কৰি তুলে। ভেন্দিত অধিক পৰিমাণে ভিটামিন এ অথবা এণ্টি অক্সিডেণ্টি থকাৰ বাবে ই আমাৰ চকু সুৰক্ষিত কৰি ৰখাত যথেষ্ট পৰিমাণে সহায় কৰে। বিজ্ঞাপন ভেন্দিত আমাৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থাকে। যাৰ বাবে ই ডায়েবেটিচ ৰোগী সকলৰ বাবে এবিধ মহৌষধি পাচলি। ভেন্দিত থকা পটেছিয়ামে শৰীৰত ছ’ডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাতো বহু পৰিমাণে সহায় কৰে ফলত উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ হয়। হাপানিত ভুগি থকা লোক সকলেও নিয়মিত ভেন্দি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। এনে বহুতো গুণেৰে সমৃদ্ধ ভেন্দি আমি আমাৰ খাদ্য সম্ভাৰত দৈনন্দিন ব্যৱহাৰ কৰাতো অতিকৈ প্ৰয়োজনীয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Healthy Food , local18 First Published : August 13, 2024, 4:34 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.