NEWS

Sonu Sood Birthday: ওপজা দিনৰ বিশেষ দিনটোত জনপ্ৰিয় অভিনেতা চনু সুদে অনুৰাগীৰ বাবে ঘোষণা কৰিলে ডাঙৰ উপহাৰ!

৩০ জুলাই মঙলবাৰে ৫১ সংখ্যক জন্মদিন উদযাপন কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা চনু সুদে। এই জন্মদিনৰ বিশেষ দিনটোত তেওঁৰ একচন-পেকড ছবি ‘ফাতেহ’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে চনু সুদে। লগতে ছবিখনৰ মুখ্য অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰথম লুক পোষ্টাৰো শ্বেয়াৰ কৰে চনু সুদে। উল্লেখযোগ্য যে, ‘দৰিদ্ৰৰ বাবে ভগৱানস্বৰূপ’ বুলি জনাজাত অভিনেতা চনু সুদক জন্মদিনৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগী আৰু চেলেব্ৰিটী বন্ধুসকলে অভিনন্দন জনায়। জানিবপৰা মতে, দীৰ্ঘদিন ধৰি ‘ফাতেহ’ ছবিখনৰ সৈতে চনু সুদ ব্যস্ত হৈ আছে আৰু এই ছবিখন চনু সুদে নিজেই পৰিচালনা কৰিছে। 10th January. #Fateh Be ready for the Nation’s best action film. @Asli_Jacqueline @ZeeStudios_ @ShaktiSagarProd pic.twitter.com/9U9LCn7YWR ইপিনে Zee Studioৰ বেনাৰত নিৰ্মিত ‘ফাতেহ’ চলচ্চিত্ৰখন ২০২৫ বৰ্ষৰ ১০ জানুৱাৰীত মুক্তিৰ দিন ধাৰ্য্য কৰা হৈছে। অনুৰাগীসকলৰ বাবে ৰিটাৰ্ণ গিফ্ট পোষ্ট শ্বেয়াৰ কৰি চনুৱে লিখিছে, ‘১০ জানুৱাৰী, দেশৰ শ্ৰেষ্ঠ একচন ছবিৰ বাবে সাজু হওক’। ইপিনে Zee Studio-ই নিজৰ পোষ্টৰ কেপচনত লিখিছে, ‘ফাতেহ’ৰ সৈতে এক দৰ্শনীয়, অদৃশ্য, একচনপূৰ্ণ অভিজ্ঞতাৰ বাবে নিজকে প্ৰস্তুত কৰক’। আনহাতে ‘ফাতেহ’ ছবিখনৰ দুখন পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে। প্ৰথমখন পোষ্টাৰত হাতত বেগ লৈ চুট আৰু বুট পিন্ধি সাগৰৰ পাৰত থিয় হৈ আছে চনু সুদ। পিছফালে এখন লোহাৰ দলং আছে। ছবিখনৰ দ্বিতীয় পোষ্টাৰত দেখা গৈছে চনু সুদ আৰু জেকলিন ফাৰ্ণাণ্ডেজক। দ্বিতীয়খন পোষ্টাৰত জেকলিনক নাৰ্ভাছ আৰু চনু সুদক গম্ভীৰ চাৱনিৰ সৈতে দেখা গৈছে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Sonu Sood Birthday: ওপজা দিনৰ বিশেষ দিনটোত জনপ্ৰিয় অভিনেতা চনু সুদে অনুৰাগীৰ বাবে ঘোষণা কৰিলে ডাঙৰ উপহাৰ! Sonu Sood Birthday: ওপজা দিনৰ বিশেষ দিনটোত জনপ্ৰিয় অভিনেতা চনু সুদে অনুৰাগীৰ বাবে ঘোষণা কৰিলে ডাঙৰ উপহাৰ! এই জন্মদিনৰ বিশেষ দিনটোত তেওঁৰ একচন-পেকড ছবি ‘ফাতেহ’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে চনু সুদে। লগতে ছবিখনৰ মুখ্য অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰথম লুক পোষ্টাৰো শ্বেয়াৰ কৰে চনু সুদে। অধিক পঢ়ক … 1-MIN READ Assam Mumbai,Maharashtra Last Updated : July 31, 2024, 1:48 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি ৩০ জুলাই মঙলবাৰে ৫১ সংখ্যক জন্মদিন উদযাপন কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা চনু সুদে। এই জন্মদিনৰ বিশেষ দিনটোত তেওঁৰ একচন-পেকড ছবি ‘ফাতেহ’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে চনু সুদে। লগতে ছবিখনৰ মুখ্য অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰথম লুক পোষ্টাৰো শ্বেয়াৰ কৰে চনু সুদে। উল্লেখযোগ্য যে, ‘দৰিদ্ৰৰ বাবে ভগৱানস্বৰূপ’ বুলি জনাজাত অভিনেতা চনু সুদক জন্মদিনৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগী আৰু চেলেব্ৰিটী বন্ধুসকলে অভিনন্দন জনায়। জানিবপৰা মতে, দীৰ্ঘদিন ধৰি ‘ফাতেহ’ ছবিখনৰ সৈতে চনু সুদ ব্যস্ত হৈ আছে আৰু এই ছবিখন চনু সুদে নিজেই পৰিচালনা কৰিছে। বিজ্ঞাপন 10th January. #Fateh Be ready for the Nation’s best action film. @Asli_Jacqueline @ZeeStudios_ @ShaktiSagarProd pic.twitter.com/9U9LCn7YWR — sonu sood (@SonuSood) July 30, 2024 বিজ্ঞাপন ইপিনে Zee Studioৰ বেনাৰত নিৰ্মিত ‘ফাতেহ’ চলচ্চিত্ৰখন ২০২৫ বৰ্ষৰ ১০ জানুৱাৰীত মুক্তিৰ দিন ধাৰ্য্য কৰা হৈছে। অনুৰাগীসকলৰ বাবে ৰিটাৰ্ণ গিফ্ট পোষ্ট শ্বেয়াৰ কৰি চনুৱে লিখিছে, ‘১০ জানুৱাৰী, দেশৰ শ্ৰেষ্ঠ একচন ছবিৰ বাবে সাজু হওক’। ইপিনে Zee Studio-ই নিজৰ পোষ্টৰ কেপচনত লিখিছে, ‘ফাতেহ’ৰ সৈতে এক দৰ্শনীয়, অদৃশ্য, একচনপূৰ্ণ অভিজ্ঞতাৰ বাবে নিজকে প্ৰস্তুত কৰক’। আনহাতে ‘ফাতেহ’ ছবিখনৰ দুখন পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে। প্ৰথমখন পোষ্টাৰত হাতত বেগ লৈ চুট আৰু বুট পিন্ধি সাগৰৰ পাৰত থিয় হৈ আছে চনু সুদ। পিছফালে এখন লোহাৰ দলং আছে। ছবিখনৰ দ্বিতীয় পোষ্টাৰত দেখা গৈছে চনু সুদ আৰু জেকলিন ফাৰ্ণাণ্ডেজক। দ্বিতীয়খন পোষ্টাৰত জেকলিনক নাৰ্ভাছ আৰু চনু সুদক গম্ভীৰ চাৱনিৰ সৈতে দেখা গৈছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: bollywood , Entertainment News , Sonu Sood , Sonu Sood Happy Birthday First Published : July 31, 2024, 1:48 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.