ঘৰত সোমাই দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে দুই ভগ্নীক! চোকা অস্ত্ৰৰে ঘপিয়াই দুই ভগ্নীক হত্যা। পশ্চিম বংগৰ দক্ষিণ পৰগনা জিলাৰ পাথৰপ্ৰতিমা ব্লকৰ ঢোলাহাট থানাৰ অধীনত সংঘটিত হৈছে এই ঘটনা। ঢোলাহাট থানাৰ অন্তৰ্গত গুৰুদাসপুৰ অঞ্চলৰ বাসিন্দা দুই ভগ্নীক বৃহস্পতিবাৰে নিশা হত্যা কৰা হৈছে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে পুৱা স্থানীয় লোকসকলে ঘৰৰ বাৰান্দাত তেওঁলোকৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰু পঢ়ক : গাড়ীৰ ভিতৰতে ছটফটাই মৰ্মান্তিক মৃত্যু তিনি বছৰীয়া কন্যাৰ, বিয়াঘৰত ব্যস্ত আছিল পিতৃ-মাতৃ স্থানীয় সূত্ৰ অনুসৰি, নিহত দুই ভগ্নীৰ নাম বিশা প্ৰামাণিক (৫৫) আৰু বাসন্তী প্ৰামাণিক (৪৫)। দুয়োগৰাকী অবিবাহিত আছিল। ঘৰত তেওঁলোক দুয়োগৰাকী আছিল। শুকুৰবাৰে পুৱা স্থানীয় এজন যুৱকে তেওঁলোকৰ ঘৰৰ কাষেৰে যোৱাৰ সময়ত বাৰান্দাত তেওঁলোকৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। ক্ষত-বিক্ষত মৃতদেহত একাধিক চোকা অস্ত্ৰৰ চিন আছিল। আৰক্ষীৰ ধাৰণা, চোকা অস্ত্ৰৰে ধপিয়াই তেওঁলোকক হত্যা কৰা হৈছে। ঘৰত কোনো নথকাৰ সুযোগত দুই ভগ্নীক এইদৰে নৃশংসভাৱে হত্যা কৰা হৈছে বুলি ধাৰণা কৰিছে স্থানীয় লোকসকলে। কিন্তু কিয় দুই ভগ্নীক হত্যা কৰা হ’ল, তাক লৈ বিপাঙত আৰক্ষী। পুৰণি শত্ৰুতা বা সম্পত্তিক লৈ কোনো বিবাদ আছিল নেকি সেই দিশটোও পৰ্যবেক্ষণ কৰি আছে আৰক্ষীয়ে। অসমৰ বাতৰি / খবৰ / অপৰাধনামা / ঘৰতে দুই ভগ্নীক নৃশংসভাৱে ঘপিয়াই হত্যা! উদ্ধাৰ হ’ল ক্ষত-বিক্ষত মৃতদেহ ঘৰতে দুই ভগ্নীক নৃশংসভাৱে ঘপিয়াই হত্যা! উদ্ধাৰ হ’ল ক্ষত-বিক্ষত মৃতদেহ শুকুৰবাৰে পুৱা স্থানীয় লোকসকলে ঘৰৰ বাৰান্দাত তেওঁলোকৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : May 17, 2024, 11:17 am IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ঘৰত সোমাই দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে দুই ভগ্নীক! চোকা অস্ত্ৰৰে ঘপিয়াই দুই ভগ্নীক হত্যা। পশ্চিম বংগৰ দক্ষিণ পৰগনা জিলাৰ পাথৰপ্ৰতিমা ব্লকৰ ঢোলাহাট থানাৰ অধীনত সংঘটিত হৈছে এই ঘটনা। ঢোলাহাট থানাৰ অন্তৰ্গত গুৰুদাসপুৰ অঞ্চলৰ বাসিন্দা দুই ভগ্নীক বৃহস্পতিবাৰে নিশা হত্যা কৰা হৈছে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। শুকুৰবাৰে পুৱা স্থানীয় লোকসকলে ঘৰৰ বাৰান্দাত তেওঁলোকৰ ৰক্তাক্ত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিজ্ঞাপন আৰু পঢ়ক : গাড়ীৰ ভিতৰতে ছটফটাই মৰ্মান্তিক মৃত্যু তিনি বছৰীয়া কন্যাৰ, বিয়াঘৰত ব্যস্ত আছিল পিতৃ-মাতৃ স্থানীয় সূত্ৰ অনুসৰি, নিহত দুই ভগ্নীৰ নাম বিশা প্ৰামাণিক (৫৫) আৰু বাসন্তী প্ৰামাণিক (৪৫)। দুয়োগৰাকী অবিবাহিত আছিল। ঘৰত তেওঁলোক দুয়োগৰাকী আছিল। শুকুৰবাৰে পুৱা স্থানীয় এজন যুৱকে তেওঁলোকৰ ঘৰৰ কাষেৰে যোৱাৰ সময়ত বাৰান্দাত তেওঁলোকৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। ক্ষত-বিক্ষত মৃতদেহত একাধিক চোকা অস্ত্ৰৰ চিন আছিল। বিজ্ঞাপন আৰক্ষীৰ ধাৰণা, চোকা অস্ত্ৰৰে ধপিয়াই তেওঁলোকক হত্যা কৰা হৈছে। ঘৰত কোনো নথকাৰ সুযোগত দুই ভগ্নীক এইদৰে নৃশংসভাৱে হত্যা কৰা হৈছে বুলি ধাৰণা কৰিছে স্থানীয় লোকসকলে। কিন্তু কিয় দুই ভগ্নীক হত্যা কৰা হ’ল, তাক লৈ বিপাঙত আৰক্ষী। পুৰণি শত্ৰুতা বা সম্পত্তিক লৈ কোনো বিবাদ আছিল নেকি সেই দিশটোও পৰ্যবেক্ষণ কৰি আছে আৰক্ষীয়ে। বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Crime News , West Bengal First Published : May 17, 2024, 11:17 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.