NEWS

Jorhat News: যোৰহাটত পথাৰত খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুই কিশোৰৰ, পথৰ কাষৰ পথাৰত খন্দা হৈছিল বৃহৎ গাঁত

যোৰহাটৰ ন-পমুৱা বালিগাঁৱৰ দুবৰণি পথাৰত দেওবাৰে দুপৰীয়া এক ভয়ংকৰ অঘটন সংঘটিত হয়। এটা পানী ভৰ্তি দ গাঁতত পৰি দুজন কিশোৰৰ মৃত্যু হয়। বিশাল পথাৰখনত জেচিবিৰে মাটি খান্দি সৃষ্টি কৰা এটা গাঁতত পৰি সন্ধানহীন হৈছিল কিশোৰ দুজন। নাৱৰ পৰা পানীত পৰি যোৱা এজন কিশোৰক স্থানীয় এজন লোকে উদ্ধাৰ কৰে যদিও তেতিয়ালৈ কিশোৰজনৰ মৃত্যু হৈছিল। পিছত দ্বিতীয়জন কিশোৰৰ মৃতদেহ এছডিআৰএফৰ অভিযানত উদ্ধাৰ হয়। পথাৰত গৰুৰ গাখীৰ আনিবলৈ এখন হাত নাৱত যাওতে হঠাৎ নাৱৰ পৰা পৰি পানীত ডুবি সন্ধানহীন হৈছিল কিশোৰ দুজন। মৃত কিশোৰদ্বয় সম্পৰ্কীয় ভাতৃ। কলিয়নি গাঁৱৰ বাসিন্দা কিশোৰ দুজনৰ নাম শ্ববন কুমাৰ দাস আৰু বিষ্ণু দাস। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। স্থানীয় ৰাইজে শীঘ্ৰে মাটি উঠাবলৈ খন্দা বৃহৎ গাঁতটো পুতি পেলাবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে। অসমৰ বাতৰি / খবৰ / অসম / Jorhat News: যোৰহাটত পথাৰত খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুই কিশোৰৰ, পথৰ কাষৰ পথাৰত খন্দা হৈছিল বৃহৎ গাঁত Jorhat News: যোৰহাটত পথাৰত খান্দি থোৱা দ গাঁতত পৰি মৃত্যু দুই কিশোৰৰ, পথৰ কাষৰ পথাৰত খন্দা হৈছিল বৃহৎ গাঁত বিশাল পথাৰখনত জেচিবিৰে মাটি খান্দি সৃষ্টি কৰা এটা গাঁতত পৰি সন্ধানহীন হৈছিল কিশোৰ দুজন। নাৱৰ পৰা পানীত পৰি যোৱা এজন কিশোৰক স্থানীয় এজন লোকে উদ্ধাৰ কৰে যদিও তেতিয়ালৈ কিশোৰজনৰ মৃত্যু হৈছিল। অধিক পঢ়ক … 1-MIN READ Assam Jorhat,Assam Last Updated : July 22, 2024, 7:17 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : GAUTOM BORAH সম্পৰ্কীয় বাতৰি যোৰহাটৰ ন-পমুৱা বালিগাঁৱৰ দুবৰণি পথাৰত দেওবাৰে দুপৰীয়া এক ভয়ংকৰ অঘটন সংঘটিত হয়। এটা পানী ভৰ্তি দ গাঁতত পৰি দুজন কিশোৰৰ মৃত্যু হয়। বিশাল পথাৰখনত জেচিবিৰে মাটি খান্দি সৃষ্টি কৰা এটা গাঁতত পৰি সন্ধানহীন হৈছিল কিশোৰ দুজন। নাৱৰ পৰা পানীত পৰি যোৱা এজন কিশোৰক স্থানীয় এজন লোকে উদ্ধাৰ কৰে যদিও তেতিয়ালৈ কিশোৰজনৰ মৃত্যু হৈছিল। পিছত দ্বিতীয়জন কিশোৰৰ মৃতদেহ এছডিআৰএফৰ অভিযানত উদ্ধাৰ হয়। বিজ্ঞাপন পথাৰত গৰুৰ গাখীৰ আনিবলৈ এখন হাত নাৱত যাওতে হঠাৎ নাৱৰ পৰা পৰি পানীত ডুবি সন্ধানহীন হৈছিল কিশোৰ দুজন। মৃত কিশোৰদ্বয় সম্পৰ্কীয় ভাতৃ। কলিয়নি গাঁৱৰ বাসিন্দা কিশোৰ দুজনৰ নাম শ্ববন কুমাৰ দাস আৰু বিষ্ণু দাস। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। স্থানীয় ৰাইজে শীঘ্ৰে মাটি উঠাবলৈ খন্দা বৃহৎ গাঁতটো পুতি পেলাবলৈ জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , jorhat First Published : July 22, 2024, 7:17 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.