শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মেলযোগে সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিদ্যালয়সমূহত নিযুক্তি দিয়া হ’ব গণিতৰ স্নাতক শিক্ষক। ১,৭৬৬ গৰাকী গণিতৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। পলিটেকনিক, অভিযান্ত্ৰিক কলেজত ২২১টা পদত নিযুক্তি দিয়া হ’ব। তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্ত হ’ব ২২১ জন।” শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৬ খন গাঁও নতুনকৈ BTRত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত আৰু ৩ খন গাঁৱত জনসংখ্যা হিচাপ কৰি সিদ্ধান্ত ল’ব বুলিও জনাই মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে, ক্ষুদ্ৰ ব্যৱসায়ক লৈয়ো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “GST জাননী প্ৰেৰণক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৫ লাখৰ ওপৰৰ টেক্স ভেল্যু হ’লেহে জাননী যাব। ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ৰেহাই। GSTৰ ধাৰা ১৬১ অনুসৰি কেবিনেটৰ এই সিদ্ধান্ত। পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীয়ে।” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “মৰাণ মটক স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি। ২৫ৰ পৰা ২৭ জনলৈ বৃদ্ধি সদস্যৰ সংখ্যা। স্থানীয় মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ক লৈ বিবেচনা চৰকাৰৰ। ২৫ শতাংশ আসন চৰকাৰে লোৱাৰ চিন্তা-চৰ্চা। ২৫ শতাংশ আসনৰ মাছুল চৰকাৰে দিব। এই আসনত দৰিদ্ৰ শিক্ষাৰ্থীক গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব।” অসমৰ বাতৰি / খবৰ / অসম / Assam Cabinet Decisions: বিদ্যালয়ত নিযুক্তি দিয়া হ'ব গণিতৰ স্নাতক শিক্ষক, BTRত নতুনকৈ অন্তৰ্ভুক্ত ১৬ খন গাঁও, ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত Assam Cabinet Decisions: বিদ্যালয়ত নিযুক্তি দিয়া হ'ব গণিতৰ স্নাতক শিক্ষক, BTRত নতুনকৈ অন্তৰ্ভুক্ত ১৬ খন গাঁও, ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মেলযোগে সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিদ্যালয়সমূহত নিযুক্তি দিয়া হ’ব গণিতৰ স্নাতক শিক্ষক। ১,৭৬৬ গৰাকী গণিতৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। পলিটেকনিক, অভিযান্ত্ৰিক কলেজত ২২১টা পদত নিযুক্তি দিয়া হ’ব। তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্ত হ’ব ২২১ জন।” অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : August 9, 2024, 6:53 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami সম্পৰ্কীয় বাতৰি শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মেলযোগে সদৰী কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিদ্যালয়সমূহত নিযুক্তি দিয়া হ’ব গণিতৰ স্নাতক শিক্ষক। ১,৭৬৬ গৰাকী গণিতৰ শিক্ষকক নিযুক্তি দিয়া হ’ব। পলিটেকনিক, অভিযান্ত্ৰিক কলেজত ২২১টা পদত নিযুক্তি দিয়া হ’ব। তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্ত হ’ব ২২১ জন।” শুকুৰবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৬ খন গাঁও নতুনকৈ BTRত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী সময়ত আৰু ৩ খন গাঁৱত জনসংখ্যা হিচাপ কৰি সিদ্ধান্ত ল’ব বুলিও জনাই মুখ্যমন্ত্ৰীয়ে। বিজ্ঞাপন উল্লেখযোগ্য যে, ক্ষুদ্ৰ ব্যৱসায়ক লৈয়ো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “GST জাননী প্ৰেৰণক লৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৫ লাখৰ ওপৰৰ টেক্স ভেল্যু হ’লেহে জাননী যাব। ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষুদ্ৰ ব্যৱসায়ীলৈ ৰেহাই। GSTৰ ধাৰা ১৬১ অনুসৰি কেবিনেটৰ এই সিদ্ধান্ত। পুৰণি জাননীৰ পৰাও ৰেহাই পাব ক্ষুদ্ৰ ব্যৱসায়ীয়ে।” বিজ্ঞাপন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “মৰাণ মটক স্বায়ত্বশাসিত পৰিষদৰ সদস্যৰ সংখ্যা বৃদ্ধি। ২৫ৰ পৰা ২৭ জনলৈ বৃদ্ধি সদস্যৰ সংখ্যা। স্থানীয় মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ক লৈ বিবেচনা চৰকাৰৰ। ২৫ শতাংশ আসন চৰকাৰে লোৱাৰ চিন্তা-চৰ্চা। ২৫ শতাংশ আসনৰ মাছুল চৰকাৰে দিব। এই আসনত দৰিদ্ৰ শিক্ষাৰ্থীক গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব।” Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Cabinet , Assam Government Cabinet Decisions , Assam News First Published : August 9, 2024, 6:43 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.