NEWS

মহানগৰীৰ ভৰলুত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰক্ষীৰ বাহনে মহটিয়ালে i20 বাহন

মহানগৰীৰ ভৰলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। মাছখোৱাৰ দিশৰ পৰা মালিগাঁও অভিমুখী i20 বাহনক খুন্দিয়ালে আৰক্ষীৰ বাহনে। ভুল দিশেৰে আৰক্ষীৰ বাহনখন আহিছে বুলি জানিব পৰা গৈছে। বৰ্তমান i20খনৰ চালকৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাত পতিত হোৱা i20খনৰ নম্বৰ AS-01DB-4105। সংকটজনক অৱস্থাত i20ৰ চালকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু পঢ়ক: গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? কোনোবাই অপহৰণ কৰিলে নেকি DB STOCK BROKINGৰ স্বত্বাধিকাৰী দীপাংকৰক? উল্লেখ্য যে বৰ্তমান মাছখোৱা দিশৰ পৰা মালিগাঁও যোৱা পথছোৱা One Way কৰা হৈছে। কেৱল মাছখোৱা দিশৰ পৰাহে মালিগাঁৱৰ দিশলৈ যাব পাৰি। মালিগাঁও দিশৰ পৰা মাছখোৱা দিশে আহিব লগা ল’লে গুৱাহাটীত লুইতৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ দক্ষিণ পাৰৰ উচ্চ কৰিডৰ ব্যৱহাৰ কৰিব লাগে। অসমৰ বাতৰি / খবৰ / অসম / মহানগৰীৰ ভৰলুত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰক্ষীৰ বাহনে মহটিয়ালে i20 বাহন মহানগৰীৰ ভৰলুত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰক্ষীৰ বাহনে মহটিয়ালে i20 বাহন মাছখোৱাৰ দিশৰ পৰা মালিগাঁও অভিমুখী i20 বাহনক খুন্দিয়ালে আৰক্ষীৰ বাহনে। ভুল দিশেৰে আৰক্ষীৰ বাহনখন আহিছে বুলি জানিব পৰা গৈছে। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 27, 2024, 0:02 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি মহানগৰীৰ ভৰলুত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। মাছখোৱাৰ দিশৰ পৰা মালিগাঁও অভিমুখী i20 বাহনক খুন্দিয়ালে আৰক্ষীৰ বাহনে। ভুল দিশেৰে আৰক্ষীৰ বাহনখন আহিছে বুলি জানিব পৰা গৈছে। বৰ্তমান i20খনৰ চালকৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাত পতিত হোৱা i20খনৰ নম্বৰ AS-01DB-4105। সংকটজনক অৱস্থাত i20ৰ চালকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু পঢ়ক: গুৱাহাটীৰ মাজমজিয়াত দীপাংকৰে এৰি গ’ল স্ক’ৰপিঅ’! ক’ত লুকাল হাজাৰ কোটিটকীয়া কেলেংকাৰীৰ খলনায়ক? কোনোবাই অপহৰণ কৰিলে নেকি DB STOCK BROKINGৰ স্বত্বাধিকাৰী দীপাংকৰক? বিজ্ঞাপন উল্লেখ্য যে বৰ্তমান মাছখোৱা দিশৰ পৰা মালিগাঁও যোৱা পথছোৱা One Way কৰা হৈছে। কেৱল মাছখোৱা দিশৰ পৰাহে মালিগাঁৱৰ দিশলৈ যাব পাৰি। মালিগাঁও দিশৰ পৰা মাছখোৱা দিশে আহিব লগা ল’লে গুৱাহাটীত লুইতৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ দক্ষিণ পাৰৰ উচ্চ কৰিডৰ ব্যৱহাৰ কৰিব লাগে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Accident , Assam Guwahati First Published : August 26, 2024, 11:55 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.