NEWS

Kishore Kumar Birthday: কিশোৰ কুমাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ফেনছ ক্লাবৰ, আয়োজন বিশেষ অনুষ্ঠানৰ

কিংবদন্তী শিল্পী কিশোৰ কুমাৰ। সংগীতৰ জগতখনৰ এক ধ্ৰুৱতাৰা, ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ এক কিংবদন্তি। ৪ আগষ্টত কিশোৰ কুমাৰৰ ৯৫ সংখ্যক জন্মদিন।ভাৰতীয় সংগীত জগতত হাজাৰ হাজাৰ তাৰকাৰ উন্মেষ ঘটিছে।কিন্তু কিশোৰ কুমাৰৰ দৰে হয়তো কোনো নাই। কিশোৰ কুমাৰৰ কণ্ঠৰ পৰা নিৰ্গত প্ৰতিটো সুৰ, কণ্ঠই সকলো মানুহৰ মনত এক সাচ পেলাই থৈ গৈছে। আজি কিশোৰ কুমাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে শিলচৰৰ কিশোৰ কুমাৰ ফেনছ ক্লাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।আজি পুৱা শিলচৰৰ চাৰ্কিট হাউছৰ গাতে লাগি থকা কিশোৰ কুমাৰৰ প্ৰতিকৃতীত শ্ৰদ্ধাঞ্জলি জনাই। অৱশ্যে কিশোৰ কণ্ঠী হিচাপে পৰিচিত কিশোৰ কুমাৰ ফেনছ ক্লাবৰ সভাপতি সুজিত কুমাৰ দাসক সকলোৱে প্ৰশংসা কৰে।কাৰণ সুজিত কুমাৰ দাসে কিশোৰ কুমাৰক নিজৰ গুৰু বুলি গণ্য কৰে।তেওঁৰ একক প্ৰচেষ্টাত কিশোৰ কুমাৰৰ এই প্ৰতিকৃতী নিৰ্মাণ কৰা হৈছিল শিলচৰত। বক্তাসকলে আজিৰ দিনটোতে কয়, কিশোৰ কুমাৰ সকলোৰে জীৱনৰ শিল্পী।সাম্প্ৰদায়িক আৰু বিভাজনৰ মাজতো সাম্প্ৰতিক সময়ত কিশোৰ কুমাৰৰ সংগীত সকলোৰে মাজত বিয়পি পৰাটো প্ৰয়োজন। কিশোৰ কুমাৰৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ মধ্যপ্ৰদেশৰ বঙালী গংগোপাধ্যায় পৰিয়ালত।পিতৃ-মাতৃয়ে নাম ৰাখিছিল আভাস।ডাক নামটো আছিল কিশোৰ।ভাতৃ অশোক কুমাৰৰ সৈতে ‘বম্বে টকীজ’ ছবিত গীত গাইছিল।সেই সময়ত তেওঁ নিজৰ কিশোৰ নামটো ব্যৱহাৰ কৰিছিল। বাংলা, হিন্দী, ভোজপুৰী, অসমীয়াকে ধৰি একাধিক ভাষাত তেওঁ গীত গাই থৈছে। তেওঁৰ গীতৰ সংখ্যা ২০০০ৰো অধিক। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Kishore Kumar Birthday: কিশোৰ কুমাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ফেনছ ক্লাবৰ, আয়োজন বিশেষ অনুষ্ঠানৰ Kishore Kumar Birthday: কিশোৰ কুমাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন ফেনছ ক্লাবৰ, আয়োজন বিশেষ অনুষ্ঠানৰ কিংবদন্তী শিল্পী কিশোৰ কুমাৰ। কিশোৰ কুমাৰৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ মধ্যপ্ৰদেশৰ বঙালী গংগোপাধ্যায় পৰিয়ালত। পিতৃ-মাতৃয়ে নাম ৰাখিছিল আভাস অধিক পঢ়ক … 1-MIN READ Assam Silchar,Cachar,Assam Last Updated : August 5, 2024, 12:21 pm IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Akhi Rani Das সম্পৰ্কীয় বাতৰি সংগীতৰ জগতখনৰ এক ধ্ৰুৱতাৰা, ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ এক কিংবদন্তি। ৪ আগষ্টত কিশোৰ কুমাৰৰ ৯৫ সংখ্যক জন্মদিন।ভাৰতীয় সংগীত জগতত হাজাৰ হাজাৰ তাৰকাৰ উন্মেষ ঘটিছে।কিন্তু কিশোৰ কুমাৰৰ দৰে হয়তো কোনো নাই। কিশোৰ কুমাৰৰ কণ্ঠৰ পৰা নিৰ্গত প্ৰতিটো সুৰ, কণ্ঠই সকলো মানুহৰ মনত এক সাচ পেলাই থৈ গৈছে। আজি কিশোৰ কুমাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে শিলচৰৰ কিশোৰ কুমাৰ ফেনছ ক্লাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে।আজি পুৱা শিলচৰৰ চাৰ্কিট হাউছৰ গাতে লাগি থকা কিশোৰ কুমাৰৰ প্ৰতিকৃতীত শ্ৰদ্ধাঞ্জলি জনাই। বিজ্ঞাপন অৱশ্যে কিশোৰ কণ্ঠী হিচাপে পৰিচিত কিশোৰ কুমাৰ ফেনছ ক্লাবৰ সভাপতি সুজিত কুমাৰ দাসক সকলোৱে প্ৰশংসা কৰে।কাৰণ সুজিত কুমাৰ দাসে কিশোৰ কুমাৰক নিজৰ গুৰু বুলি গণ্য কৰে।তেওঁৰ একক প্ৰচেষ্টাত কিশোৰ কুমাৰৰ এই প্ৰতিকৃতী নিৰ্মাণ কৰা হৈছিল শিলচৰত। বক্তাসকলে আজিৰ দিনটোতে কয়, কিশোৰ কুমাৰ সকলোৰে জীৱনৰ শিল্পী।সাম্প্ৰদায়িক আৰু বিভাজনৰ মাজতো সাম্প্ৰতিক সময়ত কিশোৰ কুমাৰৰ সংগীত সকলোৰে মাজত বিয়পি পৰাটো প্ৰয়োজন। বিজ্ঞাপন কিশোৰ কুমাৰৰ জন্ম হৈছিল অবিভক্ত ভাৰতৰ মধ্যপ্ৰদেশৰ বঙালী গংগোপাধ্যায় পৰিয়ালত।পিতৃ-মাতৃয়ে নাম ৰাখিছিল আভাস।ডাক নামটো আছিল কিশোৰ।ভাতৃ অশোক কুমাৰৰ সৈতে ‘বম্বে টকীজ’ ছবিত গীত গাইছিল।সেই সময়ত তেওঁ নিজৰ কিশোৰ নামটো ব্যৱহাৰ কৰিছিল। বাংলা, হিন্দী, ভোজপুৰী, অসমীয়াকে ধৰি একাধিক ভাষাত তেওঁ গীত গাই থৈছে। তেওঁৰ গীতৰ সংখ্যা ২০০০ৰো অধিক। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: bollywood , local18 , Silchar First Published : August 5, 2024, 12:21 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.