NEWS

উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক প্ৰাণে মৰাৰ চেষ্টা, আকাশ নিবিড় বুঢ়াগোঁহাইৰ ভাড়াঘৰত চাঞ্চল্যকৰ ঘটনা

উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা। নিশা ৰূক্মিণী গাঁৱৰ ভাড়াঘৰত সংঘটিত এই নৃশংস ঘটনা। ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই উদীয়মান সংগীত শিল্পীগৰাকীক। গুণ্ডাবাহিনীৰ নেতৃত্বত নিবিড় খাউণ্ড নামৰ এজন যুৱক থকা অভিযোগ উত্থাপন হৈছে। আৰু পঢ়ক: নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা! বাইকত খুন্দিয়াই বাগৰি পৰিল তীব্ৰবেগী বিলাসী বাহন পূৰ্বে ৰুক্মীণীগাঁৱৰ ভাড়াঘৰটোতে ৰূমমেট হিচাপে আছিল দুয়োগৰাকী। ঘৰৰ ভাৰা দিয়াক লৈ দুয়োৰে মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়াৰ। কিন্তু দেওবাৰে নিশা সীমা চেৰাই গৈছিল নিবিড় খাউণ্ডে। আকাশ নিবিড়ক ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে ৰদেৰে প্ৰহাৰ কৰাৰ লগতে নিবিড় খাউণ্ডে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। আৰু পঢ়ক: শনি, শুক্ৰ আৰু বুধ গ্ৰহৰ মুখামুখি! ৰাজযোগৰ ফলত ৩ ৰাশিৰ জীৱনত হ’ব বৃহৎ উন্নতি! ধন-সম্পত্তিৰ পৰা চাকৰিলৈ…! সকলো দিশৰ পৰা জীৱনত আহিব সফলতা! নিশা আকাশৰ পিতৃও আছিল ভাড়াঘৰটোত। পিতৃৰ সন্মুখতে আকাশ নিবিড়ক বেয়াকৈ প্ৰহাৰ কৰে গুণ্ডাবাহিনীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে উদীয়মান সংগীতশিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক প্ৰাণে মৰাৰ চেষ্টা, আকাশ নিবিড় বুঢ়াগোঁহাইৰ ভাড়াঘৰত চাঞ্চল্যকৰ ঘটনা উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক প্ৰাণে মৰাৰ চেষ্টা, আকাশ নিবিড় বুঢ়াগোঁহাইৰ ভাড়াঘৰত চাঞ্চল্যকৰ ঘটনা নিশা ৰূক্মিণী গাঁৱৰ ভাড়াঘৰত সংঘটিত এই নৃশংস ঘটনা। ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই উদীয়মান সংগীত শিল্পীগৰাকীক। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : August 5, 2024, 12:26 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Deepankar Das সম্পৰ্কীয় বাতৰি উদীয়মান সংগীত শিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক হত্যাৰ অপচেষ্টা। নিশা ৰূক্মিণী গাঁৱৰ ভাড়াঘৰত সংঘটিত এই নৃশংস ঘটনা। ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে হত্যাৰ অপচেষ্টা চলাই উদীয়মান সংগীত শিল্পীগৰাকীক। গুণ্ডাবাহিনীৰ নেতৃত্বত নিবিড় খাউণ্ড নামৰ এজন যুৱক থকা অভিযোগ উত্থাপন হৈছে। আৰু পঢ়ক: নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা! বাইকত খুন্দিয়াই বাগৰি পৰিল তীব্ৰবেগী বিলাসী বাহন পূৰ্বে ৰুক্মীণীগাঁৱৰ ভাড়াঘৰটোতে ৰূমমেট হিচাপে আছিল দুয়োগৰাকী। ঘৰৰ ভাৰা দিয়াক লৈ দুয়োৰে মাজত প্ৰায়ে সৃষ্টি হৈছিল কাজিয়াৰ। কিন্তু দেওবাৰে নিশা সীমা চেৰাই গৈছিল নিবিড় খাউণ্ডে। আকাশ নিবিড়ক ৮-১০ জনীয়া গুণ্ডাবাহিনীয়ে ৰদেৰে প্ৰহাৰ কৰাৰ লগতে নিবিড় খাউণ্ডে হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। বিজ্ঞাপন আৰু পঢ়ক: শনি, শুক্ৰ আৰু বুধ গ্ৰহৰ মুখামুখি! ৰাজযোগৰ ফলত ৩ ৰাশিৰ জীৱনত হ’ব বৃহৎ উন্নতি! ধন-সম্পত্তিৰ পৰা চাকৰিলৈ…! সকলো দিশৰ পৰা জীৱনত আহিব সফলতা! নিশা আকাশৰ পিতৃও আছিল ভাড়াঘৰটোত। পিতৃৰ সন্মুখতে আকাশ নিবিড়ক বেয়াকৈ প্ৰহাৰ কৰে গুণ্ডাবাহিনীয়ে। ইতিমধ্যে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে উদীয়মান সংগীতশিল্পী আকাশ নিবিড় বুঢ়াগোঁহাইক। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam Guwahati , Entertainment News First Published : August 5, 2024, 12:15 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.