NEWS

Death News: পুনৰ বলীউদত শোকৰ ছাঁ! ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় ছবি পৰিচালকৰ

বছৰটোৰ আৰম্ভণিৰে পৰা বিনোদন জগতলৈ আহি আছে এটাৰ পিছত আন এটা দুখৰ খবৰ। পুনৰ দেশৰ সাংস্কৃতিক জগতলৈ আহিছে এক শোকৰ খবৰ। প্ৰবীণ পৰিচালক-প্ৰযোজক ৰাজেশ মিত্তলৰ দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় ছবি পৰিচালক ৰাজেশ মিত্তলে। আশী-নব্বৈৰ দশকত ৰাজেশ মিত্তলে ছবিজগতত বিপুল সমাদৰ লাভ কৰিছিল। কম বাজেটৰ ছবি নিৰ্মাণৰ বাবে তেওঁ পৰিচিত আছিল ৰাজেশ মিত্তল। কেৰিয়াৰত মুঠ ৪৫খন ছবি নিৰ্মাণ কৰিছিল ৰাজেশ মিত্তলে। জনপ্ৰিয় ছবি পৰিচালকগৰাকীৰ অকাল বিয়োগ মনোৰঞ্জন জগতৰ বাবে এক বৃহৎ ক্ষতি। আৰু পঢ়ক: এইবাৰ বিধায়ক পুত্ৰ নামিল তেল চুৰিত! তেল চুৰিত জড়িত বিধায়ক পুত্ৰক বিচাৰি দিছপুৰৰ বিধায়ক আৱাসত আৰক্ষীৰ অভিযান! উল্লেখ্য যে ৰাজেশ মিত্তলৰ ছবিৰ কাহিনী শৈলী আনতকৈ বহুত পৃথক আছিল। কেৱল পৰিচালক আৰু প্ৰযোজকেই নহয়, ছবি বিতৰক হিচাপেও ৰাজেশ মিত্তলৰ এক বৃহৎ ভূমিকা আছিল। ৰাজেশ মিত্তলৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগতত শোকৰ ছাঁ পেলাইছে।ৰাজেশ মিত্তলৰ মৃত্যুত তেওঁৰ সকলো অনুৰাগী মৰ্মাহত। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Death News: পুনৰ বলীউদত শোকৰ ছাঁ! ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় ছবি পৰিচালকৰ Death News: পুনৰ বলীউদত শোকৰ ছাঁ! ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় ছবি পৰিচালকৰ বছৰটোৰ আৰম্ভণিৰে পৰা বিনোদন জগতলৈ আহি আছে এটাৰ পিছত আন এটা দুখৰ খবৰ। পুনৰ দেশৰ সাংস্কৃতিক জগতলৈ আহিছে এক শোকৰ খবৰ। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 4, 2024, 12:24 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি বছৰটোৰ আৰম্ভণিৰে পৰা বিনোদন জগতলৈ আহি আছে এটাৰ পিছত আন এটা দুখৰ খবৰ। পুনৰ দেশৰ সাংস্কৃতিক জগতলৈ আহিছে এক শোকৰ খবৰ। প্ৰবীণ পৰিচালক-প্ৰযোজক ৰাজেশ মিত্তলৰ দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় ছবি পৰিচালক ৰাজেশ মিত্তলে। আশী-নব্বৈৰ দশকত ৰাজেশ মিত্তলে ছবিজগতত বিপুল সমাদৰ লাভ কৰিছিল। কম বাজেটৰ ছবি নিৰ্মাণৰ বাবে তেওঁ পৰিচিত আছিল ৰাজেশ মিত্তল। কেৰিয়াৰত মুঠ ৪৫খন ছবি নিৰ্মাণ কৰিছিল ৰাজেশ মিত্তলে। জনপ্ৰিয় ছবি পৰিচালকগৰাকীৰ অকাল বিয়োগ মনোৰঞ্জন জগতৰ বাবে এক বৃহৎ ক্ষতি। বিজ্ঞাপন আৰু পঢ়ক: এইবাৰ বিধায়ক পুত্ৰ নামিল তেল চুৰিত! তেল চুৰিত জড়িত বিধায়ক পুত্ৰক বিচাৰি দিছপুৰৰ বিধায়ক আৱাসত আৰক্ষীৰ অভিযান! উল্লেখ্য যে ৰাজেশ মিত্তলৰ ছবিৰ কাহিনী শৈলী আনতকৈ বহুত পৃথক আছিল। কেৱল পৰিচালক আৰু প্ৰযোজকেই নহয়, ছবি বিতৰক হিচাপেও ৰাজেশ মিত্তলৰ এক বৃহৎ ভূমিকা আছিল। ৰাজেশ মিত্তলৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগতত শোকৰ ছাঁ পেলাইছে।ৰাজেশ মিত্তলৰ মৃত্যুত তেওঁৰ সকলো অনুৰাগী মৰ্মাহত। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Death News , Entertainment News First Published : August 4, 2024, 12:24 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.