NEWS

Bangladesh crisis : বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ ভাৰত চৰকাৰ! গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া পেনেল, কি দায়িত্ব কৰা হ’ল অৰ্পণ?

File Photo বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া কমিটী ৷ ইণ্ডো-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণৰ বাবে এই পেনেল গঠন কৰিছে কেন্দ্ৰই। ভাৰতীয় নাগৰিক আৰু দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ নাগৰিকৰ সুৰক্ষাৰ বাবে গঠন কৰা হৈছে কমিটীখন৷ এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই কমিটীখনে বাংলাদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰিব৷ In the wake of the ongoing situation in Bangladesh, the Modi government has constituted a committee to monitor the current situation on the Indo-Bangladesh Border (IBB). The committee will maintain communication channels with their counterpart authorities in Bangladesh to ensure… বাংলাদেশত থকা ভাৰতীয় আৰু সংখ্যালঘু নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে কমিটীখনক৷ BFSৰ ইষ্টাৰ্ণ কমাণ্ডৰ ADGৰ অধ্যক্ষতাত গঠন কৰা হৈছে কমিটীখন৷ সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত অমিত শ্বাহে কয়, ‘‘কমিটীখনে বাংলাদেশত সমকক্ষীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বজাই ৰাখিব, যাতে তাত বাস কৰা ভাৰতীয় নাগৰিক, হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিব পৰা যায়।’’ অসমৰ বাতৰি / খবৰ / দেশ / Bangladesh crisis : বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ ভাৰত চৰকাৰ! গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া পেনেল, কি দায়িত্ব কৰা হ’ল অৰ্পণ? Bangladesh crisis : বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ ভাৰত চৰকাৰ! গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া পেনেল, কি দায়িত্ব কৰা হ’ল অৰ্পণ? File Photo বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া কমিটী ৷ ইণ্ডো-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণৰ বাবে এই পেনেল গঠন কৰিছে কেন্দ্ৰই। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 9, 2024, 3:38 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি বাংলাদেশৰ পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰিলে পাঁচজনীয়া কমিটী ৷ ইণ্ডো-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণৰ বাবে এই পেনেল গঠন কৰিছে কেন্দ্ৰই। ভাৰতীয় নাগৰিক আৰু দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ নাগৰিকৰ সুৰক্ষাৰ বাবে গঠন কৰা হৈছে কমিটীখন৷ এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই কমিটীখনে বাংলাদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰিব৷ বিজ্ঞাপন In the wake of the ongoing situation in Bangladesh, the Modi government has constituted a committee to monitor the current situation on the Indo-Bangladesh Border (IBB). The committee will maintain communication channels with their counterpart authorities in Bangladesh to ensure… — Amit Shah (@AmitShah) August 9, 2024 বাংলাদেশত থকা ভাৰতীয় আৰু সংখ্যালঘু নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে কমিটীখনক৷ BFSৰ ইষ্টাৰ্ণ কমাণ্ডৰ ADGৰ অধ্যক্ষতাত গঠন কৰা হৈছে কমিটীখন৷ সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত অমিত শ্বাহে কয়, ‘‘কমিটীখনে বাংলাদেশত সমকক্ষীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বজাই ৰাখিব, যাতে তাত বাস কৰা ভাৰতীয় নাগৰিক, হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিব পৰা যায়।’’ বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: amit shah , Bangladesh First Published : August 9, 2024, 3:38 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.