২০৩০ আৰু ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজক দেশৰ নাম ঘোষণা। ২০৩০ চনৰ বিশ্বকাপ খেল হ’ব মুঠ ৬খন দেশত। কাৰণ ২০৩০ত ফুটবল বিশ্বকাপৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব। স্পেইন, পৰ্তুগাল আৰু মৰক্কোৰ লগতে দক্ষিণ আমেৰিকাৰ তিনিখন দেশত হ’ব এই মেগা টুৰ্ণামেণ্টৰ মেচ। উদ্বোধনী তিনিখন মেচ অনুষ্ঠিত হ’ব দক্ষিণ আমেৰিকাত। তিনিখন মেচৰ এখনকৈ খেল হ’ব আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেত। অৰ্থাৎ মুঠ তিনিখন মহাদেশজুৰি আয়োজিত হ’ব ফুটবল বিশ্বকাপ। ছৌদি আৰৱত অনুষ্ঠিত হ’ব ২০৩৪ চনৰ ফুটবল বিশ্বকাপ। ফিফাৰ ফালৰ পৰা ঘোষণা কৰা হ’ল দুয়োখন বিশ্বকাপৰ আয়োজক দেশৰ নাম। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / World Cup 2030 & World Cup 2034: ৬খন দেশে আয়োজন কৰিব ২০৩০ৰ ফুটবল বিশ্বকাপ, ২০৩৪ত হ’ব ছৌদি আৰৱত World Cup 2030 & World Cup 2034: ৬খন দেশে আয়োজন কৰিব ২০৩০ৰ ফুটবল বিশ্বকাপ, ২০৩৪ত হ’ব ছৌদি আৰৱত World Cup 2030 & World Cup 2034 Venue: স্পেইন, পৰ্তুগাল আৰু মৰক্কোৰ লগতে দক্ষিণ আমেৰিকাৰ তিনিখন দেশত হ’ব এই মেগা টুৰ্ণামেণ্টৰ মেচ। উদ্বোধনী তিনিখন মেচ অনুষ্ঠিত হ’ব দক্ষিণ আমেৰিকাত। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : December 12, 2024, 10:54 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি ২০৩০ আৰু ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজক দেশৰ নাম ঘোষণা। ২০৩০ চনৰ বিশ্বকাপ খেল হ’ব মুঠ ৬খন দেশত। কাৰণ ২০৩০ত ফুটবল বিশ্বকাপৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব। স্পেইন, পৰ্তুগাল আৰু মৰক্কোৰ লগতে দক্ষিণ আমেৰিকাৰ তিনিখন দেশত হ’ব এই মেগা টুৰ্ণামেণ্টৰ মেচ। উদ্বোধনী তিনিখন মেচ অনুষ্ঠিত হ’ব দক্ষিণ আমেৰিকাত। তিনিখন মেচৰ এখনকৈ খেল হ’ব আৰ্জেণ্টিনা, পাৰাগুৱে আৰু উৰুগুৱেত। অৰ্থাৎ মুঠ তিনিখন মহাদেশজুৰি আয়োজিত হ’ব ফুটবল বিশ্বকাপ। বিজ্ঞাপন ছৌদি আৰৱত অনুষ্ঠিত হ’ব ২০৩৪ চনৰ ফুটবল বিশ্বকাপ। ফিফাৰ ফালৰ পৰা ঘোষণা কৰা হ’ল দুয়োখন বিশ্বকাপৰ আয়োজক দেশৰ নাম। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Fifa world cup First Published : December 12, 2024, 10:54 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.