মনোৰঞ্জনৰ জগতখনত ইটোৰ পিছত সিটো বেয়া খবৰ বিৰাজ কৰি আছে। কিছুদিন পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী। এইবাৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী ক্ৰীষ্টেল ডিছ’জা স্বীকাৰ হৈছে আন দুৰ্ঘটনাৰ। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি পোষ্ট কৰিছিল, যাৰ ফলত তেওঁৰ অনুৰাগীসকল স্বাভাৱিকতে বিচলিত হৈ পৰিছে। ছবিখনত অভিনেত্ৰীগৰাকীক চিকিৎসালয়ৰ বিচনাত পৰি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীৰ আঁঠু বিভিন্ন যন্ত্ৰ সংলগ্ন হৈ থকা দেখা গৈছে। জিমত ব্যায়াম কৰি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আঁঠুত আঘাত পাইছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকী আহত হোৱাৰ খবৰ পাই চিন্তিত হৈ পৰিছে সকলো অনুৰাগী। আৰু পঢ়ক: গুৱাহাটীত দুখনকৈ হাইভল্টেজ IPL মেচ, কিদৰে লাভ কৰিব গুৱাহাটীৰ IPL মেচৰ টিকট? সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জিমলৈ যাওঁতে তেওঁৰ আঁঠুত আঘাতপ্ৰাপ্ত হয়। প্ৰতিদিনৰ দৰে সিদিনাও জিমলৈ গৈছিল অভিনেত্ৰীগৰাকী। শৰীৰ চৰ্চা কৰা সময়তে কিছু অশান্তি অনুভৱ কৰিছিল। তাৰ পিছত চিকিৎসায়ত ভৰ্তি হয় অভিনেত্ৰীগৰাকী। জনপ্ৰিয় অভিনেত্ৰীগৰাকী এতিয়া আশু আৰোগ্য কামনা কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Actress Hospitalised: ভয়ংকৰ দুৰ্ঘটনা! জিম কৰি থাকোতে ঘটিল অঘটন, হাস্পতালৰ বিছনাত চিৎকাৰ জনপ্ৰিয় অভিনেত্ৰীৰ! Actress Hospitalised: ভয়ংকৰ দুৰ্ঘটনা! জিম কৰি থাকোতে ঘটিল অঘটন, হাস্পতালৰ বিছনাত চিৎকাৰ জনপ্ৰিয় অভিনেত্ৰীৰ! মনোৰঞ্জনৰ জগতখনত ইটোৰ পিছত সিটো বেয়া খবৰ বিৰাজ কৰি আছে। কিছুদিন পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : April 23, 2024, 3:59 pm IST Published By : kangkan deka সম্পৰ্কীয় বাতৰি মনোৰঞ্জনৰ জগতখনত ইটোৰ পিছত সিটো বেয়া খবৰ বিৰাজ কৰি আছে। কিছুদিন পূৰ্বে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী। এইবাৰ টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী ক্ৰীষ্টেল ডিছ’জা স্বীকাৰ হৈছে আন দুৰ্ঘটনাৰ। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি পোষ্ট কৰিছিল, যাৰ ফলত তেওঁৰ অনুৰাগীসকল স্বাভাৱিকতে বিচলিত হৈ পৰিছে। ছবিখনত অভিনেত্ৰীগৰাকীক চিকিৎসালয়ৰ বিচনাত পৰি থকা দেখা গৈছে। অভিনেত্ৰীগৰাকীৰ আঁঠু বিভিন্ন যন্ত্ৰ সংলগ্ন হৈ থকা দেখা গৈছে। জিমত ব্যায়াম কৰি থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আঁঠুত আঘাত পাইছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকী আহত হোৱাৰ খবৰ পাই চিন্তিত হৈ পৰিছে সকলো অনুৰাগী। বিজ্ঞাপন আৰু পঢ়ক: গুৱাহাটীত দুখনকৈ হাইভল্টেজ IPL মেচ, কিদৰে লাভ কৰিব গুৱাহাটীৰ IPL মেচৰ টিকট? সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জিমলৈ যাওঁতে তেওঁৰ আঁঠুত আঘাতপ্ৰাপ্ত হয়। প্ৰতিদিনৰ দৰে সিদিনাও জিমলৈ গৈছিল অভিনেত্ৰীগৰাকী। শৰীৰ চৰ্চা কৰা সময়তে কিছু অশান্তি অনুভৱ কৰিছিল। তাৰ পিছত চিকিৎসায়ত ভৰ্তি হয় অভিনেত্ৰীগৰাকী। জনপ্ৰিয় অভিনেত্ৰীগৰাকী এতিয়া আশু আৰোগ্য কামনা কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট অসম। Tags: Entertainment News First Published : April 23, 2024, 3:51 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.