NEWS

Team India's News Bowling Coach: ভাৰতীয় দলৰ নতুন বলিং প্ৰশিক্ষক নিযুক্তি, গৌতম গম্ভীৰৰ টীমত অন্তৰ্ভূক্ত হোৱা কোন এইগৰাকী পেচাৰ?

ভাৰতীয় দলৰ নতুন বলিং কোচ নিযুক্তি প্ৰদান। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকাৰ পেচাৰ মৰ্ণি মৰ্কেল হ’ব ভাৰতীয় দলৰ নতুন বলিং কোচ। বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলৰ টেষ্ট ছিৰিজৰ পূৰ্বে দায়িত্বভাৰ গ্ৰহণ কৰিব মৰ্ণি মৰ্কেলে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে মৰ্ণি মৰ্কেলৰ নিযুক্তিৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰে। উল্লেখ্য যে ভাৰতীয় দলৰ বাকী সকল প্ৰশিক্ষকে শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে কাৰ্যভাৰ গ্ৰহণ কৰিছিল যদিও মৰ্ণি মৰ্কেলৰ নিযুক্তিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা নাছিল। South African pacer Morne Morkel appointed as new bowling coach of team India: BCCI Secretary Jay Shah to ANI (File pic) pic.twitter.com/ucVvAxRjlE ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে মৰ্ণি মৰ্কলে পাকিস্তান ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টত গৌতম গম্ভীৰৰ সৈতে প্ৰশিক্ষকৰ দলক আছিল মৰ্ণ মৰ্কেল। গৌতম গম্ভীৰ মৰ্ণি মৰ্কেলে সৈতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টত দুবছৰ বাবে কাম কৰিছিল আৰু তাৰ পিছত গম্ভীৰ ২০২৪ চনৰ সংস্কৰণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছলৈ স্থানান্তৰিত হৈছিল। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Team India's News Bowling Coach: ভাৰতীয় দলৰ নতুন বলিং প্ৰশিক্ষক নিযুক্তি, গৌতম গম্ভীৰৰ টীমত অন্তৰ্ভূক্ত হোৱা কোন এইগৰাকী পেচাৰ? Team India's News Bowling Coach: ভাৰতীয় দলৰ নতুন বলিং প্ৰশিক্ষক নিযুক্তি, গৌতম গম্ভীৰৰ টীমত অন্তৰ্ভূক্ত হোৱা কোন এইগৰাকী পেচাৰ? ভাৰতীয় দলৰ নতুন বলিং কোচ নিযুক্তি প্ৰদান। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকাৰ পেচাৰ মৰ্ণি মৰ্কেল হ’ব ভাৰতীয় দলৰ নতুন বলিং কোচ। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 14, 2024, 4:54 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি ভাৰতীয় দলৰ নতুন বলিং কোচ নিযুক্তি প্ৰদান। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকাৰ পেচাৰ মৰ্ণি মৰ্কেল হ’ব ভাৰতীয় দলৰ নতুন বলিং কোচ। বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলৰ টেষ্ট ছিৰিজৰ পূৰ্বে দায়িত্বভাৰ গ্ৰহণ কৰিব মৰ্ণি মৰ্কেলে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে মৰ্ণি মৰ্কেলৰ নিযুক্তিৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰে। উল্লেখ্য যে ভাৰতীয় দলৰ বাকী সকল প্ৰশিক্ষকে শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে কাৰ্যভাৰ গ্ৰহণ কৰিছিল যদিও মৰ্ণি মৰ্কেলৰ নিযুক্তিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা নাছিল। বিজ্ঞাপন South African pacer Morne Morkel appointed as new bowling coach of team India: BCCI Secretary Jay Shah to ANI (File pic) pic.twitter.com/ucVvAxRjlE — ANI (@ANI) August 14, 2024 বিজ্ঞাপন ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে মৰ্ণি মৰ্কলে পাকিস্তান ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টত গৌতম গম্ভীৰৰ সৈতে প্ৰশিক্ষকৰ দলক আছিল মৰ্ণ মৰ্কেল। গৌতম গম্ভীৰ মৰ্ণি মৰ্কেলে সৈতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টত দুবছৰ বাবে কাম কৰিছিল আৰু তাৰ পিছত গম্ভীৰ ২০২৪ চনৰ সংস্কৰণৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছলৈ স্থানান্তৰিত হৈছিল। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Team India First Published : August 14, 2024, 4:49 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.