NEWS

Ravi Sarma: জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আঘাতপ্ৰাপ্ত, কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল ৰবি শৰ্মা?

শ্বুটিঙত থাকোতে আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত শ্বুটিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় ৰবি শৰ্মা। মহানগৰৰ Super Marketস্থিত GNRC হাস্পতাললৈ নিয়া হৈছে অভিনেতাজনক। মুখমণ্ডলৰ কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী। ‘ৰুদ্ৰ’ নামৰ ছবিখনৰ শ্বুটিত ব্যস্ত আছিল অভিনেতাগৰাকী। এক্সনৰ দৃশ্য শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী। আৰু পঢ়ক: এইসমূহ ৰাশিৰ জাতক-জাতিকাই ব্যৱসায়ত লাভ কৰিব বৃহৎ সফলতা! এইসমূহ ৰাশিৰ জাতক-জাতিকাৰ প্ৰেমত হ’ব শুভ! এইসমূহ ৰাশিৰ জীৱনলৈ আহিব বহু বিপদ! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২৯ জুলাইৰ ৰাশিফল আঘাতপ্ৰাপ্ত অভিনেতাগৰাকীৰ বৰ্তামান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ল অভিনেতাগৰাকীক। উল্লেখ্যে যে শ্ৰীৰঘুপতিৰ ঈর্ষণীয় সফলতাৰ পিছত ৰবি শৰ্মা ব্যস্ত আছে ৰুদ্ৰ নামৰ ছবিখনত। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Ravi Sarma: জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আঘাতপ্ৰাপ্ত, কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল ৰবি শৰ্মা? Ravi Sarma: জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আঘাতপ্ৰাপ্ত, কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল ৰবি শৰ্মা? শ্বুটিঙত থাকোতে আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। অধিক পঢ়ক … 1-MIN READ Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : July 29, 2024, 4:49 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি শ্বুটিঙত থাকোতে আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। কাহিলীপাৰাৰ অগ্ৰদূত বাতৰি কাকতৰ কাৰ্যালয়ৰ সন্মুখত শ্বুটিং কৰি থাকোঁতে আঘাতপ্ৰাপ্ত হয় ৰবি শৰ্মা। মহানগৰৰ Super Marketস্থিত GNRC হাস্পতাললৈ নিয়া হৈছে অভিনেতাজনক। মুখমণ্ডলৰ কিছুপৰিমাণে আঘাতপ্ৰাপ্ত হৈছে অভিনেতাগৰাকী। ‘ৰুদ্ৰ’ নামৰ ছবিখনৰ শ্বুটিত ব্যস্ত আছিল অভিনেতাগৰাকী। এক্সনৰ দৃশ্য শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী। আৰু পঢ়ক: এইসমূহ ৰাশিৰ জাতক-জাতিকাই ব্যৱসায়ত লাভ কৰিব বৃহৎ সফলতা! এইসমূহ ৰাশিৰ জাতক-জাতিকাৰ প্ৰেমত হ’ব শুভ! এইসমূহ ৰাশিৰ জীৱনলৈ আহিব বহু বিপদ! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২৯ জুলাইৰ ৰাশিফল বিজ্ঞাপন আঘাতপ্ৰাপ্ত অভিনেতাগৰাকীৰ বৰ্তামান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ল অভিনেতাগৰাকীক। উল্লেখ্যে যে শ্ৰীৰঘুপতিৰ ঈর্ষণীয় সফলতাৰ পিছত ৰবি শৰ্মা ব্যস্ত আছে ৰুদ্ৰ নামৰ ছবিখনত। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Ravi Sarma First Published : July 29, 2024, 4:37 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.