জানমণি কাপোৰ বিক্ৰী কৰিবলৈ শ্যামন্তিকা শৰ্মাৰ ঘৰলৈ কোন আহিছিল? ‘জানমণি’, ‘জোনবাই’, ‘অঞ্জনা’কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ২০২৪-২৫ নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছে। ৮টা বছৰ ভ্ৰাম্যমাণৰ অভিজ্ঞতা বুটলা জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই এই বৰ্ষৰো অভিজ্ঞতা ভাল বুলি উল্লেখ কৰে। ‘জানমণি’ বুলি ক’লেই আজিও অসমৰ ৰাইজৰ মনলৈ আহে শ্যামন্তিকা শৰ্মাৰ কথা। ‘জানমণি’ ছবিখনৰ জৰিয়তে শ্যামন্তিকা শৰ্মাই অসমৰ ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। শ্যামন্তিকা শৰ্মাৰ নামটোৰ পৰিৱৰ্তে জানমণি বুলি ক’লেহে হয়টো বহুতে আজিও চিনি পায়। লগতে জানমণি ছবিখনত যিবোৰ মেখেলা চাদৰ শ্যামন্তিকা শৰ্মাই পৰিধান কৰিছিল সেই কাপোৰবোৰ পাছত সমাজত জানমণি কাপোৰ হিচাপে প্ৰচলিত হৈ পৰিছিল। আগৰ সময়খিনিলৈ মনত পৰে শ্যামন্তিকা শৰ্মাৰ। জানমণিৰ কথা মনত পেলাই এইদৰে কয় শ্যামন্তিকা শৰ্মাই -“যিটো উদ্যমেৰে কাম কৰিছিলোঁ সেইখিনি মনত পৰে। গান, নাচ এই সকলোবোৰ লগতে সেই সময়খিনি মনত পেলাই খুবেই বেছি ভাল লাগে। ডিচেম্বৰৰ পৰা মাঘ বিহুৰ আগলৈকে যেনেকৈ ভিচিডি বিলাক মুক্তি দিয়ে। সেই সময়খিনিত এটা প্ৰতিযোগিতা চলি থাকে কাৰ বেছি ভাল হ’ব। জানমণি নামেৰে অসমৰ ৰাইজে খুউব সুন্দৰকৈ আকোঁৱালি ল’লে আৰু আজিও তেনেকৈয়ে চিনি পায়। তাতকৈ সৌভাগ্যৱান বুলি মই নাভাবো। জানমণি কাপোৰ বুলি বিক্ৰী কৰে বুলি মই গম পোৱা নাছিলো। আমাৰ ঘৰলৈকে জানমণি কাপোৰ বিক্ৰী কৰিবলৈ আহিছিল। লগতে সেই সময়ত জানমণি হেয়াৰ ষ্টাইল এটাও ওলাইছিল।” অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / এতিয়াও অতীতলৈ মনত পৰে শ্যামন্তিকাৰ! কি কি কথাই বাৰে বাৰে আমনি কৰে ‘জানমণি’ক? এতিয়াও অতীতলৈ মনত পৰে শ্যামন্তিকাৰ! কি কি কথাই বাৰে বাৰে আমনি কৰে ‘জানমণি’ক? জানমণি কাপোৰ বিক্ৰী কৰিবলৈ শ্যামন্তিকা শৰ্মাৰ ঘৰলৈ কোন আহিছিল? ‘জানমণি’, ‘জোনবাই’, ‘অঞ্জনা’কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ২০২৪-২৫ নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছে। অধিক পঢ়ক … 1-MIN READ local18 Last Updated : November 27, 2024, 5:11 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি ‘জানমণি’, ‘জোনবাই’, ‘অঞ্জনা’কে আদি কৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ২০২৪-২৫ নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছে। ৮টা বছৰ ভ্ৰাম্যমাণৰ অভিজ্ঞতা বুটলা জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই এই বৰ্ষৰো অভিজ্ঞতা ভাল বুলি উল্লেখ কৰে। ‘জানমণি’ বুলি ক’লেই আজিও অসমৰ ৰাইজৰ মনলৈ আহে শ্যামন্তিকা শৰ্মাৰ কথা। ‘জানমণি’ ছবিখনৰ জৰিয়তে শ্যামন্তিকা শৰ্মাই অসমৰ ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। শ্যামন্তিকা শৰ্মাৰ নামটোৰ পৰিৱৰ্তে জানমণি বুলি ক’লেহে হয়টো বহুতে আজিও চিনি পায়। লগতে জানমণি ছবিখনত যিবোৰ মেখেলা চাদৰ শ্যামন্তিকা শৰ্মাই পৰিধান কৰিছিল সেই কাপোৰবোৰ পাছত সমাজত জানমণি কাপোৰ হিচাপে প্ৰচলিত হৈ পৰিছিল। আগৰ সময়খিনিলৈ মনত পৰে শ্যামন্তিকা শৰ্মাৰ। বিজ্ঞাপন জানমণিৰ কথা মনত পেলাই এইদৰে কয় শ্যামন্তিকা শৰ্মাই -“যিটো উদ্যমেৰে কাম কৰিছিলোঁ সেইখিনি মনত পৰে। গান, নাচ এই সকলোবোৰ লগতে সেই সময়খিনি মনত পেলাই খুবেই বেছি ভাল লাগে। ডিচেম্বৰৰ পৰা মাঘ বিহুৰ আগলৈকে যেনেকৈ ভিচিডি বিলাক মুক্তি দিয়ে। সেই সময়খিনিত এটা প্ৰতিযোগিতা চলি থাকে কাৰ বেছি ভাল হ’ব। জানমণি নামেৰে অসমৰ ৰাইজে খুউব সুন্দৰকৈ আকোঁৱালি ল’লে আৰু আজিও তেনেকৈয়ে চিনি পায়। তাতকৈ সৌভাগ্যৱান বুলি মই নাভাবো। জানমণি কাপোৰ বুলি বিক্ৰী কৰে বুলি মই গম পোৱা নাছিলো। আমাৰ ঘৰলৈকে জানমণি কাপোৰ বিক্ৰী কৰিবলৈ আহিছিল। লগতে সেই সময়ত জানমণি হেয়াৰ ষ্টাইল এটাও ওলাইছিল।” বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News , local18 First Published : November 27, 2024, 4:53 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.