NEWS

Popular Director Death: মুহূৰ্ততে সকলো শেষ...! ৰহস্যজনক অৱস্থাত উদ্ধাৰ জনপ্ৰিয় পৰিচালকৰ নিঠৰ দেহ! অকালতে সকলোকে শোকবিব্ৰত কৰি অজান দেশলৈ জনপ্ৰিয় পৰিচালকগৰাকী!

দেশৰ মনোৰঞ্জন জগতলৈ আৰু এক বেয়া খবৰ। বছৰটোৰ আৰম্ভণিৰে পৰা এটাৰ পিছত আন এটা বেয়া খবৰ আহি আছে মনোৰঞ্জন জগতলৈ। এইবাৰ চৰম সিদ্ধান্ত ল’লে জনপ্ৰিয় পৰিচালকে। জনপ্ৰিয় পৰিচালকগৰাকীৰ অকাল মৃত্যুৰ খবৰে কানাড়া সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে। আৰু পঢ়ক: এই ৰাশিৰ চাকৰি প্ৰত্যাশীয়ে লাভ কৰিব সুখবৰ! এই ৰাশিৰ লোকক শত্ৰুয়ে ল’ব পাৰে সুবিধা! সম্পত্তি ক্ৰয়ৰ পূৰ্বে চিন্তা কৰক এই ৰাশিৰ লোকে! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২২ জুলাইৰ ৰাশিফল কানাড়া উদ্যোগৰ জনপ্ৰিয় পৰিচালক বিনোদ ধোণ্ডলে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। বিনোদ ধোণ্ডেলে কেইবাখনো বিখ্যাত ধাৰাবাহিক পৰিচালনা কৰিছিল। বাংগালুৰুৰ এটা ফ্লেটত পৰিচালকগৰাকীৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি পৰিচালকগৰাকীয়ে নিজৰ ঘৰতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃতদেহ উদ্ধাৰ কৰি পৰিচালগৰাকীৰ মৃতদেহ ভিক্টোৰিয়া হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আৰু পঢ়ক: গুৱাহাটীৰ Girl Hostelত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু! কিয় চৰম সিদ্ধান্ত ল’লে GNM পঢ়ি থকা মেধাৱী ছাত্ৰীয়ে? পৰিচালকগৰাকীয়ে কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে এতিয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ অধিক তদন্তৰ অন্ততহে ঘটনাৰ আঁৰ কাপোৰ আঁতৰিব। এই মুহূৰ্তত তেওঁৰ নিৰ্দেশনাত চলি আছিল ‘কৰিমণি’ নামৰ ধাৰাবাহিকখনৰ শ্বুটিং। বহুতে ছ’চিয়েল মিডিয়াত নিজৰ দুখ প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত সহকৰ্মীসকল গভীৰভাৱে শোক প্ৰকাশ কৰিছে। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Popular Director Death: মুহূৰ্ততে সকলো শেষ...! ৰহস্যজনক অৱস্থাত উদ্ধাৰ জনপ্ৰিয় পৰিচালকৰ নিঠৰ দেহ! অকালতে সকলোকে শোকবিব্ৰত কৰি অজান দেশলৈ জনপ্ৰিয় পৰিচালকগৰাকী! Popular Director Death: মুহূৰ্ততে সকলো শেষ...! ৰহস্যজনক অৱস্থাত উদ্ধাৰ জনপ্ৰিয় পৰিচালকৰ নিঠৰ দেহ! অকালতে সকলোকে শোকবিব্ৰত কৰি অজান দেশলৈ জনপ্ৰিয় পৰিচালকগৰাকী! দেশৰ মনোৰঞ্জন জগতলৈ আৰু এক বেয়া খবৰ। বছৰটোৰ আৰম্ভণিৰে পৰা এটাৰ পিছত আন এটা বেয়া খবৰ আহি আছে মনোৰঞ্জন জগতলৈ। এইবাৰ চৰম সিদ্ধান্ত ল’লে জনপ্ৰিয় পৰিচালকে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 22, 2024, 9:56 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি দেশৰ মনোৰঞ্জন জগতলৈ আৰু এক বেয়া খবৰ। বছৰটোৰ আৰম্ভণিৰে পৰা এটাৰ পিছত আন এটা বেয়া খবৰ আহি আছে মনোৰঞ্জন জগতলৈ। এইবাৰ চৰম সিদ্ধান্ত ল’লে জনপ্ৰিয় পৰিচালকে। জনপ্ৰিয় পৰিচালকগৰাকীৰ অকাল মৃত্যুৰ খবৰে কানাড়া সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে। আৰু পঢ়ক: এই ৰাশিৰ চাকৰি প্ৰত্যাশীয়ে লাভ কৰিব সুখবৰ! এই ৰাশিৰ লোকক শত্ৰুয়ে ল’ব পাৰে সুবিধা! সম্পত্তি ক্ৰয়ৰ পূৰ্বে চিন্তা কৰক এই ৰাশিৰ লোকে! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২২ জুলাইৰ ৰাশিফল বিজ্ঞাপন কানাড়া উদ্যোগৰ জনপ্ৰিয় পৰিচালক বিনোদ ধোণ্ডলে গ্ৰহণ কৰে চৰম সিদ্ধান্ত। বিনোদ ধোণ্ডেলে কেইবাখনো বিখ্যাত ধাৰাবাহিক পৰিচালনা কৰিছিল। বাংগালুৰুৰ এটা ফ্লেটত পৰিচালকগৰাকীৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সূত্ৰ অনুসৰি পৰিচালকগৰাকীয়ে নিজৰ ঘৰতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃতদেহ উদ্ধাৰ কৰি পৰিচালগৰাকীৰ মৃতদেহ ভিক্টোৰিয়া হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আৰু পঢ়ক: গুৱাহাটীৰ Girl Hostelত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু! কিয় চৰম সিদ্ধান্ত ল’লে GNM পঢ়ি থকা মেধাৱী ছাত্ৰীয়ে? বিজ্ঞাপন পৰিচালকগৰাকীয়ে কিয় চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে এতিয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ অধিক তদন্তৰ অন্ততহে ঘটনাৰ আঁৰ কাপোৰ আঁতৰিব। এই মুহূৰ্তত তেওঁৰ নিৰ্দেশনাত চলি আছিল ‘কৰিমণি’ নামৰ ধাৰাবাহিকখনৰ শ্বুটিং। বহুতে ছ’চিয়েল মিডিয়াত নিজৰ দুখ প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুত সহকৰ্মীসকল গভীৰভাৱে শোক প্ৰকাশ কৰিছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News First Published : July 22, 2024, 9:56 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.