NEWS

Dima Hasao : ডিমা হাছাওৰ মনোমোহা পৰিৱেশত গঢ় লৈ উঠিছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম

অসমৰ একমাত্ৰ পাহাৰীয়া জিলা হ’ল উত্তৰ কাছাৰ পাৰ্বত্য জিলা, বৰ্তমানৰ ডিমা হাছাও জিলা। এসময়ত উগ্ৰপন্থী সংগঠনৰ কুজকাৱাজত স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ হৈছিল এই পাহাৰীয়া জিলাখনত। খেলা-ধুলাতো দূৰৈৰ কথা, দিনত খাই ৰাতিলৈ জীয়াই থাকিবলৈ চিন্তা কৰিবলগীয়া হোৱা পাহাৰীয়া জিলাখনত এতিয়া স্থাপন হৈছে এখনৰ পিছত আনখন ষ্টেডিয়াম। হাফলঙত ফুটবল ষ্টেডিয়াম গঢ় লৈ উঠাৰ পিছত এতিয়া মনোমোহা উমৰাংছুত নিৰ্মীয়মান অৱস্থাত আছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম। উমৰাংছুৰ ৩০ বিঘা ভূমিত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি আছে মনোমোহা ষ্টেডিয়ামখন। ২০২৪ চনৰ শেষৰফালে ইয়াত পৰীক্ষামূলকভাৱে ক্ৰিকেট খেল আয়োজন কৰিব বুলি জনাইছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোচাই। উল্লেখযোগ্য যে বৰ্তমানৰ অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষৰ দায়িত্বত আছে ডিমা হাছাওৰ চিৰঞ্জীৱ লাংথাছা। পাহাৰীয়া জিলাখনৰ খেলুৱৈ, সংগঠক আৰু ক্ৰীড়াপ্ৰেমীয়ে এই ষ্টেডিয়ামখনৰ বাবে দেৱলাল গৰ্লোচাই ৩০ ভূমি আবণ্টন দিয়াৰ বাবে তেওঁক সকলোৱে ধন্যবাদ জনাইছে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Dima Hasao : ডিমা হাছাওৰ মনোমোহা পৰিৱেশত গঢ় লৈ উঠিছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম Dima Hasao : ডিমা হাছাওৰ মনোমোহা পৰিৱেশত গঢ় লৈ উঠিছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম হাফলঙত ফুটবল ষ্টেডিয়াম গঢ় লৈ উঠাৰ পিছত এতিয়া মনোমোহা উমৰাংছুত নিৰ্মীয়মান অৱস্থাত আছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম। অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : August 27, 2024, 9:48 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das Reported By : BIPUL BARMAN সম্পৰ্কীয় বাতৰি অসমৰ একমাত্ৰ পাহাৰীয়া জিলা হ’ল উত্তৰ কাছাৰ পাৰ্বত্য জিলা, বৰ্তমানৰ ডিমা হাছাও জিলা। এসময়ত উগ্ৰপন্থী সংগঠনৰ কুজকাৱাজত স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ হৈছিল এই পাহাৰীয়া জিলাখনত। খেলা-ধুলাতো দূৰৈৰ কথা, দিনত খাই ৰাতিলৈ জীয়াই থাকিবলৈ চিন্তা কৰিবলগীয়া হোৱা পাহাৰীয়া জিলাখনত এতিয়া স্থাপন হৈছে এখনৰ পিছত আনখন ষ্টেডিয়াম। হাফলঙত ফুটবল ষ্টেডিয়াম গঢ় লৈ উঠাৰ পিছত এতিয়া মনোমোহা উমৰাংছুত নিৰ্মীয়মান অৱস্থাত আছে ক্ৰিকেটৰ বিশেষ ষ্টেডিয়াম। উমৰাংছুৰ ৩০ বিঘা ভূমিত অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰি আছে মনোমোহা ষ্টেডিয়ামখন। ২০২৪ চনৰ শেষৰফালে ইয়াত পৰীক্ষামূলকভাৱে ক্ৰিকেট খেল আয়োজন কৰিব বুলি জনাইছে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোচাই। বিজ্ঞাপন উল্লেখযোগ্য যে বৰ্তমানৰ অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষৰ দায়িত্বত আছে ডিমা হাছাওৰ চিৰঞ্জীৱ লাংথাছা। পাহাৰীয়া জিলাখনৰ খেলুৱৈ, সংগঠক আৰু ক্ৰীড়াপ্ৰেমীয়ে এই ষ্টেডিয়ামখনৰ বাবে দেৱলাল গৰ্লোচাই ৩০ ভূমি আবণ্টন দিয়াৰ বাবে তেওঁক সকলোৱে ধন্যবাদ জনাইছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Dima Hasao First Published : August 27, 2024, 9:48 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.