NEWS

Ashok Sarma : আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই

কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আজি নলবাৰী ৰাজীৱ ভৱনত দলটোত যোগদান কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা। উল্লেখযোগ্য যে ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ তুলি পদত্যাগ পত্ৰ দাখিল কৰিছিল। বিজেপিত পোৱা লাঞ্ছনাৰ বাবেই দল এৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছিল তেওঁ। আত্মৰক্ষাৰ বাবেই বিজেপি ত্যাগ কৰা বুলি উল্লেখ কৰিছিল অশোক শৰ্মাই। অশোক শৰ্মাই কৈছিল, ‘‘মোৰ বলিদানে দলৰ নিষ্ঠাৱান পুৰণি কৰ্মীৰ উপকাৰ সাধিলে সুখী হ’ম। দলৰ পৰা এলাগি কৰি ৰখা পুৰণি কৰ্মীক এতিয়া প্ৰলোভন দিয়া আৰম্ভ হৈছে। বহু নেতাক এতিয়া দলীয় দায়িত্ব, ঠিকা দিয়াৰ প্ৰলোভন আৰম্ভ হৈছে। ফোন কৰি প্ৰলোভন দিয়া আৰম্ভ কৰিছে একাংশই।’’ অসমৰ বাতৰি / খবৰ / অসম / Ashok Sarma : আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই Ashok Sarma : আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ তুলি পদত্যাগ পত্ৰ দাখিল কৰিছিল। অধিক পঢ়ক … 1-MIN READ Assam Nalbari,Assam Last Updated : August 9, 2024, 1:04 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি কংগ্ৰেছত যোগদান কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। আজি নলবাৰী ৰাজীৱ ভৱনত দলটোত যোগদান কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা। উল্লেখযোগ্য যে ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। বিজেপিৰ পৰা লাঞ্ছনা পোৱাৰ অভিযোগ তুলি পদত্যাগ পত্ৰ দাখিল কৰিছিল। বিজেপিত পোৱা লাঞ্ছনাৰ বাবেই দল এৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰিছিল তেওঁ। আত্মৰক্ষাৰ বাবেই বিজেপি ত্যাগ কৰা বুলি উল্লেখ কৰিছিল অশোক শৰ্মাই। বিজ্ঞাপন অশোক শৰ্মাই কৈছিল, ‘‘মোৰ বলিদানে দলৰ নিষ্ঠাৱান পুৰণি কৰ্মীৰ উপকাৰ সাধিলে সুখী হ’ম। দলৰ পৰা এলাগি কৰি ৰখা পুৰণি কৰ্মীক এতিয়া প্ৰলোভন দিয়া আৰম্ভ হৈছে। বহু নেতাক এতিয়া দলীয় দায়িত্ব, ঠিকা দিয়াৰ প্ৰলোভন আৰম্ভ হৈছে। ফোন কৰি প্ৰলোভন দিয়া আৰম্ভ কৰিছে একাংশই।’’ Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Ashok Sarma , Assam News First Published : August 9, 2024, 1:04 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.