এই পৃথিৱী এক ক্ৰীড়াঙ্গণ, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ খেলুৱৈৰে ভৰি পৰিল যোৰহাট৷ যোৰহাটত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ল ২১ সংখ্যক মুৱাইথাই প্ৰতিযোগিতা৷ সদৌ অসম মুৱাইথাই সন্থা ( AAAMTA )ৰ উদ্যোগত আৰু যোৰহাট জিলা মুৱাইথাই সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল এই প্ৰতিযোগিতাখন৷ যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই মুকলি কৰা ৰিঙত তিনি দিন ধৰি চলিল মহাৰণ৷ উজনি-নামনিৰ শ শ খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শনে আপ্লুত কৰে যোৰহটীয়া ৰাইজক৷ যোৰহাটৰ ভালে সংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিয়ে ন-মাত্ৰা প্ৰদান কৰে গোটেই প্ৰতিযোগিতাখনিক৷ জ্যেষ্ঠ, কনিষ্ঠ খেলুৱৈৰ মহামিলনথলীলৈ পৰিণত হ’ল যোৰহাট ষ্টেডিয়াম৷ এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে যোৰহাট জিলাৰ দলটোৱে৷ তিনিদিনীয়া এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে যোৰহাটৰ সমূহ ৰাইজক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে গ্ৰেণ্ড মাষ্টাৰ এ.ৰাকেশ মেইটেইকে ধৰি আয়োজক সমিতিৰ প্ৰতিজন সদস্যই৷ যোৰহাটত দশক দশক ধৰি অব্যাহত আছে মুৱাইথাই খেলৰ চৰ্চা৷ যোৰহাট তথা সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ বৃদ্ধি পাইছে মুৱাইথাইৰ জনপ্ৰিয়তা৷ নিয়মানুৱৰ্তীতা, শিষ্টাচাৰ, সমৰ কলাকে আদিকৰি ভিন্ন দিশক সাঙুৰি লোৱা মুৱাইথাইক শিশু তথা কিশোৰ-কিশোৰী সকলৰ অধিক ওচৰ চপাই নিবলৈ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম মুৱাইথাই সন্থাকে ধৰি বহু কেইজন ক্ৰীড়ানুৰাগীয়ে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে ভিৰ কৰিলে যোৰহাট ষ্টেডিয়ামত, অনুষ্ঠিত হ’ল ২১ সংখ্যক মুৱাইথাই প্ৰতিযোগিতা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে ভিৰ কৰিলে যোৰহাট ষ্টেডিয়ামত, অনুষ্ঠিত হ’ল ২১ সংখ্যক মুৱাইথাই প্ৰতিযোগিতা এই পৃথিৱী এক ক্ৰীড়াঙ্গণ, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ খেলুৱৈৰে ভৰি পৰিল যোৰহাট৷ যোৰহাটত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ল ২১ সংখ্যক মুৱাইথাই প্ৰতিযোগিতা৷ অধিক পঢ়ক … 1-MIN READ local18 Jorhat,Jorhat,Assam Last Updated : November 18, 2024, 10:45 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Dipankar Tamuly সম্পৰ্কীয় বাতৰি এই পৃথিৱী এক ক্ৰীড়াঙ্গণ, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ খেলুৱৈৰে ভৰি পৰিল যোৰহাট৷ যোৰহাটত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ল ২১ সংখ্যক মুৱাইথাই প্ৰতিযোগিতা৷ সদৌ অসম মুৱাইথাই সন্থা ( AAAMTA )ৰ উদ্যোগত আৰু যোৰহাট জিলা মুৱাইথাই সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ল এই প্ৰতিযোগিতাখন৷ যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই মুকলি কৰা ৰিঙত তিনি দিন ধৰি চলিল মহাৰণ৷ বিজ্ঞাপন উজনি-নামনিৰ শ শ খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শনে আপ্লুত কৰে যোৰহটীয়া ৰাইজক৷ যোৰহাটৰ ভালে সংখ্যক গণ্য-মান্য ব্যক্তিৰ উপস্থিতিয়ে ন-মাত্ৰা প্ৰদান কৰে গোটেই প্ৰতিযোগিতাখনিক৷ জ্যেষ্ঠ, কনিষ্ঠ খেলুৱৈৰ মহামিলনথলীলৈ পৰিণত হ’ল যোৰহাট ষ্টেডিয়াম৷ এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে যোৰহাট জিলাৰ দলটোৱে৷ তিনিদিনীয়া এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে যোৰহাটৰ সমূহ ৰাইজক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে গ্ৰেণ্ড মাষ্টাৰ এ.ৰাকেশ মেইটেইকে ধৰি আয়োজক সমিতিৰ প্ৰতিজন সদস্যই৷ বিজ্ঞাপন যোৰহাটত দশক দশক ধৰি অব্যাহত আছে মুৱাইথাই খেলৰ চৰ্চা৷ যোৰহাট তথা সমগ্ৰ ৰাজ্যতে ক্ৰমাৎ বৃদ্ধি পাইছে মুৱাইথাইৰ জনপ্ৰিয়তা৷ নিয়মানুৱৰ্তীতা, শিষ্টাচাৰ, সমৰ কলাকে আদিকৰি ভিন্ন দিশক সাঙুৰি লোৱা মুৱাইথাইক শিশু তথা কিশোৰ-কিশোৰী সকলৰ অধিক ওচৰ চপাই নিবলৈ অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম মুৱাইথাই সন্থাকে ধৰি বহু কেইজন ক্ৰীড়ানুৰাগীয়ে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: jorhat , Sports News First Published : November 18, 2024, 10:39 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.